• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

2 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

21 seconds ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

1 hour ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

3 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

3 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

6 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

6 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

7 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

8 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

8 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

9 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

10 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

নাজিৰাৰ অগ্নিনাভ মন্দিৰকলৈ কোনে কৰিছে ভুৱা প্ৰচাৰ?

editor by editor
July 24, 2026
in অসম, বিবিধ, লেখা
0
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উজনি অসমত বানে লৈছে ভয়ংকৰ ৰূপ। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, নাজিৰাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহ বেছিকৈ ক্ষতিগ্ৰস্থ হৈছে।

এই সময়চোৱাত শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলত অৱস্থিত ঐতিহাসিক অগ্নিনাভ শিৱ মন্দিৰ জলমগ্ন হৈ পৰিছে। ধাৰাবাহিক বৰষুণ আৰু নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মন্দিৰ চৌহদ সম্পূৰ্ণৰূপে বানৰ কবলত পৰিছে। ফলস্বৰূপে, মন্দিৰ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে।

অগ্নিনাভ শিৱ মন্দিৰ কেৱল এটা ধৰ্মীয় উপাসনাস্থলী নহয়, ই অঞ্চলটোৰ ঐতিহ্য, সংস্কৃতি আৰু আস্থাৰ প্ৰতীক। প্ৰতিদিনে বহু ভক্তই এই মন্দিৰলৈ আহি পূজা-অৰ্চনা কৰে। কিন্তু বানৰ বাবে নিয়মীয়া পূজা-অৰ্চনা কৰাত অসুবিধাৰ সৃষ্টি হৈছে।

কিন্তু শেহতীয়া সময়ত বিভিন্ন কাৰণত এই মন্দিৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ফলস্বৰূপে মন্দিৰটোক লৈ সামাজিক, ঐতিহাসিক আৰু প্ৰশাসনিক পৰ্যায়ত বিভিন্ন মতামত প্ৰকাশ পাইছে। পূৰ্বেও অনলাইন জৰিয়তে আশীৰ্বাদ প্ৰদান আৰু দান-বৰঙণি সংগ্ৰহ, পূজাৰ পদ্ধতি, তথা ছচিয়েল মিডিয়াৰ বৰ্ধিত চৰ্চাৰ বাবে বিতৰ্কত পৰিছিল এই মন্দিৰটো।

কিন্তু এইবাৰ মন্দিৰৰ গৰিমা নষ্ট কৰিবলৈ কোনো ভুৱা একাউণ্টৰ পৰা অগ্নিনাভ শিৱ মন্দিৰত অনলাই শৰাই লোৱা হৈছে বুলি অপপ্ৰচাৰ চলায় । ফলত সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে একাংশই।

অৱশেষত এই সকলোবোৰ যে ভুৱা, সেয়া Agninav Shiv Mandir নামৰ ফেচবুক পেজটোৰ জৰিয়তে স্পষ্টীকৰণ দিয়ে মন্দিৰ কৰ্তৃপক্ষই। যিহেতু মূল মন্দিৰৰ বাহিৰে ভিতৰে চাৰিও দিশেই বানপানী সেয়ে, যি সকলে শৰাই আগবঢ়াই আছে আপোনালোকৰ শৰাই সমূহ বন্ধ খোলাৰ দিনা উসৰ্গা কৰা হ’ব বুলি জানিবলৈ দিয়ে। যিদিনা বন্ধ খোলা হ’ব তাৰে তিনিদিন পূৰ্বে ৰাইজক জনাই দিব বুলি পেজযোগে প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Agninav Shiv Mandirasom live 24Nazira
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ
জীৱনশৈলী

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

July 24, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক
জীৱনশৈলী

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

July 24, 2026
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!
বাণিজ্য

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

July 24, 2026
Next Post
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ'ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.