• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

2 months ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

7 minutes ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

42 minutes ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

9 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

10 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

10 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

11 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

11 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

11 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

12 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

13 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

13 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

ধৰ্মেন্দ্ৰ প্ৰধানক লৈ চৰকাৰৰ স্পষ্ট বাৰ্তা: পদত্যাগৰ প্ৰশ্নই উঠা নাই

editor by editor
July 24, 2026
in বিবিধ, ভাৰত, লেখা
0
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে
0
SHARES
901
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ কোনো সম্ভাৱনা নাই বুলি চৰকাৰী শীৰ্ষ সূত্ৰই স্পষ্ট কৰি দিছে। পদত্যাগ কৰি দায়িত্বৰ পৰা আঁতৰি থকাটো বহুত সহজ, পদত্যাগ কৰাটোৱেই আটাইতকৈ সহজ সিদ্ধান্ত বুলি অনুভৱ কৰে চৰকাৰে।

সূত্ৰসমূহে জনোৱা মতে, NEET কেলেংকাৰীত হেমাহিক লৈ ৪৭ গৰাকী NTAৰ বিষয়াক বৰ্খাস্ত কৰা হৈছে। শিক্ষামন্ত্ৰীৰ পদত্যাগে চিষ্টেম সলনি নহয়। শিক্ষামন্ত্ৰীৰ পৰা পদত্য়াগ কৰাতো সহজ কথা, তাৰ পৰিৱৰ্তে NEETক লৈ বেমেজালি কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।’

দেশজুৰি CJPৰ প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰত প্ৰকাশ বিস্ফোৰক তথ্য। নতুনকৈ গঠন কৰা হ’ব NATIONAL TESTING AGENCY আৰু একাংশ বিষয়াৰ বিৰুদ্ধেও তৰা হ’ব অপৰাধৰ গোচৰ। বৰ্খাস্ত কৰা বিষয়াৰ তালিকা হ’ব দীঘলীয়া। সকলো সম্ভৱপৰ ব্যৱস্থাৰে শিক্ষা ব্যৱস্থাত অনা হ’ব সংস্কাৰ। জনতাৰ মত দানতহে চৰকাৰ স্থাপন হৈছে দিল্লীত। জনতাই স্থাপন কৰা চৰকাৰ কোনো মন্ত্ৰীৰ পদত্যাগ এইদৰে নহয়।’

যন্তৰ মন্তৰত প্ৰশ্ন ফাদিলৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদে শুকুৰবাৰে সপ্তম সপ্তাহত প্ৰৱেশ কৰে। যোৱা নিশা সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছতে সোণম ৱাংচুকে উপবাস ভংগ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে জাতিটোক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। অৱশ্যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ অটল হৈ আছে ক’কৰোছ জনতা পাৰ্টি।

দুঘণ্টা ধৰি দুজন মন্ত্ৰীৰ সৈতে কথা পাতিলে

NEET প্ৰশ্ন ফাদিল আৰু পৰীক্ষা ব্যৱস্থাৰ অন্যান্য অনিয়মক লৈ চলি থকা প্ৰতিবাদৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে প্ৰায় দুঘণ্টীয়া বৈঠকত মিলিত হয় চিজেপিৰ দুই প্ৰতিনিধিয়ে। নাড্ডাই কয় যে মন্ত্ৰীসকলে চিজেপিৰ প্ৰতিনিধিৰ দাবী শুনি চৰকাৰে পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতি সঁহাৰি জনাব বুলি আশ্বাস দিয়ে। ইয়াৰ পিছত শনিবাৰে পুনৰ লগ হ’ব বুলিও উল্লেখ কৰে।

উল্লেখ্য যে, শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰালৈকে আন্দোলনৰ অন্ত নপৰে বুলি স্পষ্ট কৰি দিছে চিজেপি নেতাসকলে।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

September 15, 2026
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
Next Post
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.