অসম লাইভ ২৪ : বিয়াৰ উপহাৰ সামগ্ৰী হৈ উঠিছে পেট্ৰ’ল, পিঁয়াজ, চিলিণ্ডাৰ। দৰা-কইনাক বিয়াৰ উপহাৰ দিলে মূল্যবৃদ্ধিয়ে কোবাই যোৱা এই ৩ বিধ সামগ্ৰী। তামিলনাডুত ঘটিল এই ঘটনা। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’। চাওক VIDEO।
Couple gets Petrol, Gas Cylinder and Onions as a Wedding Gift in Tamilnadu. pic.twitter.com/IWxqDRXy1s
— ਮਨਰਾਜ singh (@manraj_mokha) February 18, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















