বোকাখাতত অতুল বৰাৰ কাৰ্যকালৰ অন্তিমটো চমক। বোকাখাতত ৪৫০টা আত্মসহায়ক গোটলৈ আৰ্থিক অনুদান। মুঠ ১০ কোটি ৫২ লাখ টকাৰ অনুদান। কিন্তু ’১৬ৰ নিৰ্বাচনৰ পূৰ্বৰ ৪৫টা প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই থাকিল!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ