• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

1 hour ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

1 minute ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

54 minutes ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

2 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

2 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

3 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

4 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

7 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

7 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

9 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

9 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

ঘটনাৰ বিৱৰণ শুনিলে কঁপি উঠিব আপুনি

editor by editor
September 22, 2026
in বিনোদন, ভাৰত, লেখা, সংগীত
0
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাত সংঘটিত হৈছে এক অতি মৰ্মান্তিক ঘটনা। কোতৱালি অঞ্চলৰ চিটি পেলেচত থকা ডিভাইন পাব্লিক স্কুলত শ্ৰেণীকোঠাৰ ভিতৰতে মৃ*ত্যু হয় দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ। মৃ*ত ছাত্ৰীগৰাকীৰ নাম বৈষ্ণৱী বুলি জানিব পৰা গৈছে। ঘটনাটো সোমবাৰে পুৱা প্ৰায় ১১:২৫ বজাত সংঘটিত হয়। সেই সময়ত বিদ্যালয়ত নিয়মীয়াকৈ পাঠদান চলি আছিল। আনহাতে, বিদ্যালয়খনৰ বাহিৰত গণেশ বিসৰ্জনৰ শোভাযাত্ৰা চলি আছিল। শোভাযাত্ৰাত বজোৱা DJ সংগীতৰ উচ্চ শব্দ আৰু গধুৰ বেছৰ মাজতে শ্ৰেণীকোঠাত বহি থকা বৈষ্ণৱীয়ে হঠাতে অসুস্থ অনুভৱ কৰে।

ঘটনাৰ CCTV ফুটেজ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফুটেজত দেখা যায় যে অসুস্থ অনুভৱ কৰাৰ পিছত ছাত্ৰীগৰাকীয়ে বেঞ্চৰ পৰা উঠিবলৈ কেইবাবাৰো চেষ্টা কৰিছিল। কিন্তু উঠিব নোৱাৰি অৱশেষত তাই শ্ৰেণীকোঠাৰ ভিতৰতে অচেতন হৈ পৰে। ছাত্ৰীগৰাকী অচেতন হৈ পৰা দেখি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। দুজন শিক্ষকে ততাতৈয়াকৈ ছাত্ৰীগৰাকীক তুলি লৈ বেঞ্চ এখনত শুৱাই দিয়ে।

পৰিস্থিতি গুৰুতৰ হোৱা দেখি বিদ্যালয়ৰ মেনেজাৰ আশীষ উপাধ্যায়ৰ তত্বাৱধানত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে পৰীক্ষা কৰাৰ পিছত বৈষ্ণৱীক মৃ*ত বুলি ঘোষণা কৰে। মৃ*ত ছাত্ৰীগৰাকী মহানগৰীৰ মহল্লা খালৱাৰ বাসিন্দা সোণু তিৱাৰীৰ জ্যেষ্ঠ কন্যা। পুৱা হাঁহি-ধেমালিৰে বিদ্যালয়লৈ যোৱা ছোৱালীজনীক দুপৰীয়া স্কুলৰ পৰা ঘৰলৈ লৈ যোৱাৰ কথা আছিল পিতৃৰ।

কিন্তু স্কুললৈ পঠিওৱাৰ কিছু ঘণ্টাৰ পিছতেই ছোৱালীজনীৰ মৃ*ত্যুৰ খবৰ লাভ কৰাত পৰিয়ালটোৰ মাজত শোকৰ ছাঁ পৰে। এই ঘটনাই অঞ্চলটোতো গভীৰ শোকৰ সৃষ্টি কৰিছে। বিদ্যালয়ৰ মেনেজাৰ আশীষ উপাধ্যায়ে জনোৱা মতে, গণেশ বিসৰ্জনৰ শোভাযাত্ৰাৰ বাবে বিদ্যালয়খন দুপৰীয়া ১২ বজাত বন্ধ কৰাৰ কথা আছিল। কিন্তু বিদ্যালয় বন্ধ হোৱাৰ কিছু সময় পূৰ্বেই এই দুখজনক ঘটনা সংঘটিত হয়।

বিদ্যালয় কৰ্তৃপক্ষৰ মতে, CCTV ফুটেজত বাহিৰত উচ্চস্বৰত ডিজে সংগীত বজোৱা দেখা যায় আৰু সেই সময়তে ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। অৱশ্যে ছাত্ৰীগৰাকীৰ মৃ*ত্যুৰ প্ৰকৃত চিকিৎসাজনিত কাৰণ কি, সেয়া নিশ্চিতভাৱে জানিবলৈ অধিক তদন্ত আৰু চিকিৎসা-সম্পৰ্কীয় তথ্যৰ প্ৰয়োজন। ডিজেৰ উচ্চ শব্দৰ সৈতে ছাত্ৰীগৰাকীৰ মৃ*ত্যুৰ সম্পৰ্ক থকা বুলি বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰিছে। বৰ্তমানলৈ মৃ*ত ছাত্ৰীগৰাকীৰ পৰিয়ালে কোনো লিখিত অভিযোগ দাখিল কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24education
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ
অপৰাধ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

September 22, 2026
Next Post
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.