• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

1 hour ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

5 minutes ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

3 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

3 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

4 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

4 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

5 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

5 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

6 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

8 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

9 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

9 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

কিদৰে এই পদ্ধতি ব্যৱহাৰ কৰিব জানো আহক

editor by editor
October 8, 2026
in বাণিজ্য, বিবিধ, লেখা
0
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

“PF withdrawal” শব্দটো শুনিলে বহুতে দীঘলীয়া ফৰ্ম, কোম্পানীৰ HR ৰ পিছত দৌৰি, ১৫-২০ দিন অপেক্ষা কৰাৰ কথা মনত কৰি খং কৰে। তাৰ ওপৰত ইপিএফঅ’ চাৰ্ভাৰটো ডাউন হোৱাৰ সমস্যাও আছে। কিন্তু এতিয়া কোটি কোটি চাকৰিত নিয়োজিত লোকৰ বাবে ভাল খবৰ আহিছে।

ইউপিআইৰ জৰিয়তে ধন উলিয়াব পাৰিব

ইপিএফঅ’ই তেওঁলোকৰ সমগ্ৰ ব্যৱস্থাটোত ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে আৰু অতি সোনকালে ইপিএফঅ’ ৩.০ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। জানিব পৰা মতে, ইপিএফঅ’ই ইউপিআইৰ জৰিয়তে পিএফৰ ধন উলিওৱাৰ সুবিধা পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবে ইপিএফঅ’ই কিছুমান বেংকৰ সৈতে পাইলট প্ৰক্ৰিয়াও আৰম্ভ কৰিছে।

এই সুবিধা কেতিয়া উপলব্ধ হ’ব?

মানিকণ্ট্ৰলৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ডিচেম্বৰৰ শেষৰ ফালে এই সুবিধা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰখা উচিত যে এই প্ৰক্ৰিয়াৰ পৰীক্ষণ এতিয়াও চলি আছে আৰু চূড়ান্ত মুকলিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু এই প্ৰক্ৰিয়া আৰম্ভ হ’লে কোটি কোটি কৰ্মচাৰীয়ে ইয়াৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকৰ কাম বহুত সহজ হৈ পৰিব।

আপুনি মিনিটৰ ভিতৰতে পিএফৰ ধন উলিয়াব পাৰিব

এই নতুন সুবিধা আৰম্ভ হোৱাৰ লগে লগে ইপিএফঅ’ৰ গ্ৰাহকসকলে পিএফৰ ধন উলিয়াবলৈ আৰু দিনে অপেক্ষা কৰিব নালাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইপিএফঅ’ৰ এই নতুন সুবিধাত ইউএএন পৰ্টেলটো ব্যৱহাৰকাৰীসকলৰ ইউপিআই একাউণ্টৰ সৈতে সংযুক্ত কৰা হ’ব। ফলত পি এফৰ ধন উলিওৱাৰ প্ৰক্ৰিয়া পূৰ্বতকৈ সহজ আৰু ক্ষীপ্ৰ হ’ব পাৰে।

নতুন এপ মুকলি কৰাৰ প্ৰস্তুতি

কেইবাটাও প্ৰতিবেদনত ইপিএফঅ’ইও নতুন এপ মুকলি কৰিব পাৰে বুলিও দাবী কৰিছে। এই এপটো গ্ৰাহকৰ বেংক একাউণ্টৰ সৈতে লিংক কৰা হ’ব। প্ৰতিবেদন অনুসৰি এই এপটো ভীম আৰু অন্যান্য ইউপিআই এপৰ সৈতেও লিংক হ’ব পাৰে। লক্ষ্য হৈছে পি এফ সম্পৰ্কীয় কাম আৰু প্ৰত্যাহাৰ প্ৰক্ৰিয়া সহজ কৰি তোলা।

ইউপিআইৰ জৰিয়তে ইপিএফৰ পৰা কিমান টকা উলিয়াব পাৰিব?

বৰ্তমানৰ নিয়ম অনুসৰি এজন গ্ৰাহকৰ বাবে ইপিএফৰ বেলেঞ্চৰ কমেও ২৫ শতাংশ একাউণ্টত থকাটো বাধ্যতামূলক। শিক্ষা, বিবাহ আৰু ঘৰৰ দৰে জৰুৰীকালীন খৰচকে ধৰি কিছুমান বিশেষ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত এজন গ্ৰাহকে তেওঁলোকৰ জমা ইপিএফ বেলেঞ্চৰ সৰ্বাধিক ৭৫ শতাংশ পৰ্যন্ত উলিয়াব পাৰে। বাকী ২৫ শতাংশ একাউণ্টত থাকি কৰমুক্ত সুত লাভ কৰে।

সূত্ৰ অনুসৰি ইপিএফঅ’ৰ মুঠ পুঁজি প্ৰায় ২৬ লাখ কোটি টকা। আনহাতে নিয়মিতভাৱে অৱদান আগবঢ়োৱা সক্ৰিয় গ্ৰাহক বা সদস্যৰ সংখ্যা প্ৰায় ৭.৫ কোটি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ
অপৰাধ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

October 8, 2026
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা
অসম

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

October 8, 2026
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?
বাণিজ্য

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

October 8, 2026
Next Post
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.