• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিৰণেৰে কিয় বিবাহ বিচ্ছেদ কৰিলে আমিৰে? কোন নাৰীৰ সৈতে সম্পৰ্ক আছে আমিৰৰ?

কিৰণেৰে কিয় বিবাহ বিচ্ছেদ কৰিলে আমিৰে? কোন নাৰীৰ সৈতে সম্পৰ্ক আছে আমিৰৰ?

4 years ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

47 seconds ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

18 minutes ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

44 minutes ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

1 hour ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

2 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

2 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

3 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

4 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

5 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কিৰণেৰে কিয় বিবাহ বিচ্ছেদ কৰিলে আমিৰে? কোন নাৰীৰ সৈতে সম্পৰ্ক আছে আমিৰৰ?

editor by editor
March 14, 2022
in চিনেমা, বিনোদন, ভাৰত
0
কিৰণেৰে কিয় বিবাহ বিচ্ছেদ কৰিলে আমিৰে? কোন নাৰীৰ সৈতে সম্পৰ্ক আছে আমিৰৰ?
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ পাৰ্ফেকশ্যনিষ্ট আমিৰ খান আৰু পৰিচালক কিৰণ ৰাৱে ১৫ বছৰীয়া বৈবাহিক সম্পৰ্ক যতি পেলালে৷ ইতিমধ্যে দুয়োৱে বিবাহ বিচ্ছেদ কৰিছে৷

উল্লেখ্য যে ছবি পৰিচালক কিৰণ ৰাওৰ সৈতে আমিৰ খানৰ এয়া দ্বিতীয় বিবাহ আছিল৷ ইয়াৰ পূৰ্বে আমিৰে ৰীণা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোক এটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল৷

ৰীণাৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ পিছতে আমিৰ খানে কিৰণ ৰাওৰ সৈতে সম্পৰ্কৈ আহিছিল আৰু পিছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁলোকৰ এটি পুত্ৰ সন্তানো আছে৷

লগতে পঢ়ক দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মোৰ

কিন্তু যোৱা বৰ্ষত দুয়ো বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিবাহ বিচ্ছেদ কৰাৰ পিছতো তেওঁলোক দুয়ো পূৰ্বৰ দৰেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক আটুট আছে বুলি দাবী কৰি আহিছে৷ আনকি পুত্ৰ আজাদৰ দায়িত্ব দুয়োগৰাকীয়েই গ্ৰহণ কৰিছে৷ আৰু একেটা আৱাসতে থাকে বুলি প্ৰকাশ পাইছে৷

ইফালে আমিৰ খানৰ বিচ্ছেদৰ কাৰণ হিচাপে এগৰাকী অভিনেত্ৰীৰ নাম চৰ্চালৈ আহিছিল৷ দংগল ছবিত আমিৰ খানৰ কন্যাৰ ৰূপত অভিনয় কৰা অভিনেত্ৰী ফটিমা ছানা শেখৰৰ সৈতে আমিৰে সম্পৰ্কলৈ অহা বুলি চৰ্চা লাভ কৰিছিল৷

এই বিচ্ছেদৰ পিছতে আমিৰে ফটিমাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বুলিও চৰ্চা লাভ কৰিছিল৷ কিন্তু আমিৰ খানে চৰ্চা লাভ কৰা এই সকলোবোৰ সত্য নহয় বুলি দাবী কৰিছে৷

লগতে পঢ়ক উৰন্ত বিমানতে অসুস্থ যাত্ৰী; জৰুৰী অৱতৰণৰ পিছতে যাত্ৰীৰ মৃত্যু

আমিৰ খানে স্পষ্টভাৱে কয় যে তেওঁৰ জীৱনত এতিয়া কোনো নাৰী নাই৷ আমিৰে লগতে কয়, ৰীণা দত্তৰ সৈতে বিচ্ছেদ হোৱাৰ সময়তো তেওঁৰ কোনো নাৰীৰ সৈতে সম্পৰ্ক নাছিল৷

তেওঁলোকৰ বিচ্ছেদৰ পিছতহে লগান ছবিৰ ছেটত কিৰণ ৰাওক প্ৰথম লগ পোৱা বুলিও প্ৰকাশ কৰিছে৷ সেই সময়ত কিৰণ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেও তাৰ কেবা বছৰৰ পিছতহে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱা বুলি আমিৰ খানে সদৰী কৰিছে৷

এতিয়া কিৰণৰ সৈতে বিচ্ছেদ হোৱাৰ সময়তো কোনো নাৰীৰ সৈতে সম্পৰ্ক নাই বুলি দাবী কৰিছে আমিৰ খানে৷

এই সন্দৰ্ভত কথা আমিৰে কয়, ‘‘যেতিয়া মই ৰীণাৰ সৈতে বিচ্ছেদ কৰিছিলো তেতিয়া মোৰ জীৱনত আন কোনো মহিলা নাছিল। আনকি কিৰণৰ সৈতে মোৰ বিচ্ছেদৰ সময়তো মই কাৰো সৈতে সম্পৰ্কত নাছিলো।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanassam ka tazza khabarbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actorKiran Rao
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?
জীৱনশৈলী

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

April 15, 2026
Next Post
ৰাছিয়া ৰাষ্ট্ৰপতি পুটিনক সমুখ সমৰত অকলে যুঁজিবলৈ প্ৰত্যাহ্বান এলান মাস্কৰ

ৰাছিয়া ৰাষ্ট্ৰপতি পুটিনক সমুখ সমৰত অকলে যুঁজিবলৈ প্ৰত্যাহ্বান এলান মাস্কৰ

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.