• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিষেক বচ্চনৰ দ্বিতীয় পত্নী জাহ্নৱী কাপুৰ!

অভিষেক বচ্চনৰ দ্বিতীয় পত্নী জাহ্নৱী কাপুৰ!

5 years ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

56 seconds ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

31 minutes ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

2 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

2 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

3 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

3 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

4 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

5 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

7 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

7 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

8 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অভিষেক বচ্চনৰ দ্বিতীয় পত্নী জাহ্নৱী কাপুৰ!

editor by editor
July 5, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, চিনেমা, বিনোদন, ভাৰত
0
অভিষেক বচ্চনৰ দ্বিতীয় পত্নী জাহ্নৱী কাপুৰ!
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডৰ মিষ্টাৰ পার্ফেকচনিষ্ট আমিৰ খানৰ বিবাহ বিচ্ছেদৰ খবৰে তোলপাৰ লগোৱাৰ সময়তে পুনৰ চর্চালৈ আহিছে এটা পুৰণি খবৰ। জনপ্ৰিয় অভিনেতা অভিষেক বচ্চনৰ দ্বিতীয় পত্নী ওলাইছে। আপুনি হয়তো ভাবিছে এই দ্বিতীয় পত্নী কোন? বিয়াৰ পূর্বে অভিনেত্ৰী কৰিশ্মা কাপুৰ আৰু ৰাণী মুখার্জীৰ সৈতে সম্পর্কত আছিল অভিষেক। অভিনেত্ৰী পত্নী ঐশ্বর্য ৰায় বচ্চনৰ সৈতে সুখী দাম্পত্য জীৱন পাৰ কৰা অভিষেক বচ্চনক আন এগৰাকী অভিনেত্ৰীয়ে দাবী কৰিছে স্বামী হিচাপে। অভিনেত্ৰীগৰাকীৰ নাম জাহ্নৱী কাপুৰ। অৱশ্যে, এই জাহ্নৱী কাপুৰ শ্ৰীদেৱীৰ জীয়ৰী নহয়, বলীউডৰ কেইখনমান ছবিত সৰু চৰিত্ৰত অভিনয় কৰিছিল জাহ্নৱীয়ে। অভিষেক বচ্চন অভিনীত ‘ডাচ্চ’ নামৰ এখন ছবিৰ এটা গীততো দেখা পোৱা গৈছিল জাহ্নৱীক। অভিষেকৰ বিয়াৰ বৰযাত্ৰী ওলাওতে বচ্চনৰ বাসগৃহৰ সন্মুখত হোৱা ভিৰত হাতৰ শিৰ কাটি আত্মহত্যাৰ চেষ্টা কৰিছিল জাহ্নৱীয়ে। তাৰ পাছতে জাহ্নৱীক আটক কৰিছিল আৰক্ষীয়ে। জাহ্নৱীয়ে কৈছিল- ‘ডাচ্চ’ ছবিৰ শ্বুটিঙৰ সময়ত দুয়োৰে প্ৰেম হৈছিল আৰু অভিষেকে তেওঁক শিৰত সেন্দুৰ দিছিল। অৱশ্যে, আৰক্ষীয়ে প্ৰমাণ বিচৰাত কোনো প্ৰমাণ দিব পৰা নাছিল জাহ্নৱীয়ে। আনহাতে, এই সম্পর্কে আজিলৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই অভিষেক অথবা ঐশ্বর্যই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abhishek bachachanaisharya rai bachchanasom live 24assam live 24axom live 24Bollywoodsecond wife
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

October 8, 2026
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ
ভাৰত

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

October 8, 2026
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?
বিনোদন

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

October 8, 2026
Next Post
কংগ্ৰেছত মোক্ষম আঘাত

কংগ্ৰেছত মোক্ষম আঘাত

‘ভাৰত-পাকিস্তান’ৰ দৰে নহয়, ‘আমিৰ-কিৰণ’ৰ দৰে বিজেপি-শিৱসেনাৰ সম্পর্ক

‘ভাৰত-পাকিস্তান’ৰ দৰে নহয়, ‘আমিৰ-কিৰণ’ৰ দৰে বিজেপি-শিৱসেনাৰ সম্পর্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.