• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

3 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

editor by editor
November 18, 2025
in Uncategorized, জীৱনশৈলী, বিজ্ঞান, বিবিধ
0
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
0
SHARES
360
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৃত্যুৰমুখত মহাবিশ্বৰ লাখ লাখ নক্ষত্ৰ৷ কোটি কোটি বছৰ ধৰি এই নক্ষত্ৰসমূহ মহাবিশ্বত আছিল৷ এতিয়া জীৱনৰ শেষ প্ৰান্তত এই নক্ষত্ৰসমূহ৷ কাৰণ ৰাক্ষসৰ দৰে গিলি খাইছে সেই নক্ষত্ৰসমূহক৷ হেৰাই গৈছে গ্ৰহো৷ এনে দৃশ্য দেখি বিজ্ঞানীমহলৰ একাংশৰ আশংকা যে এনেকৈ হ’লে পৃথিৱীও এদিন সূৰ্যগ্ৰাসত নিশ্চিহ্ন হৈ পৰিব নেকি?

বিজ্ঞানীয়ে পৰীক্ষাত দেখা পাইছে যে বয়স বাঢ়ি যোৱা নক্ষত্ৰই নিজৰেই গ্ৰহসমূহক গিলি খাব ধৰিছে৷ এই ছবি অতীততো দেখা গৈছিল৷ সেয়া কোনো বিচ্ছিন্ন ঘটনা নহয়৷ বিজ্ঞানীয়ে দেখিছে যে এটা বা দুটা নহয়, ব্ৰহ্মাণ্ড জুৰি এইধৰণৰ ১৩০ টা গ্ৰহৰ অস্তিত্ব হেৰাই গৈছে৷ এইসমূহৰ মাজত আৰু ৩৩ টা সদ্য জন্ম হোৱা নক্ষত্ৰও আছে৷ এই সদ্য জন্মা নক্ষত্ৰসমূহো নিশ্চিহ্ন হৈ গৈছে মহাবিশ্বৰ পৰা৷ বিজ্ঞানীৰ অনুমান, অতি পুৰণি মৃত্যুমুখী নক্ষত্ৰসমূহেই গিলি খাইছে এই গ্ৰহ নক্ষত্ৰসমূহক৷

গৱেষণাপত্ৰৰ মূল লেখক, ইউনিভাৰ্ছিটি কলেজ লণ্ডনৰ অধ্যাপক এডৱাৰ্ড ব্ৰেণ্টে কয়- এই বিষয়ক লৈ দীৰ্ঘ দিন ধৰি পৰীক্ষা চলাই আছে বিজ্ঞানীয়ে৷ বহু গৱেষণাও হৈছে৷ দেখা গৈছে যে বয়স্ক নক্ষত্ৰই এই গ্ৰহসমূহক গিলি খাইছে৷ মহাকাশ বিজ্ঞানৰ তত্ত্ব আৰু বিজ্ঞানীসকলৰ অংকই কৈছে যে কোনো নক্ষত্ৰৰ বয়স হোৱাৰ লগে লগে তাৰ আকাৰো বাঢ়িব ধৰে৷ স্বাভাৱিক নিয়মতেই বয়স হোৱাৰ লগে লগে তাৰ প্ৰকৃতিগত পৰিবৰ্তনো হয়৷ কেতিয়াবা নক্ষত্ৰৰ শৰীৰৰ পৰা বাহিৰলৈ অহা লেলিহান শিখাৰ ক্ষমতা বৃদ্ধি পায়৷ কেতিয়াবা বাঢ়ে চৌম্বিক ক্ষেত্ৰৰ আকৰ্ষণ৷ এই সকলো পৰিবৰ্তনৰ প্ৰভাৱ পৰে নক্ষত্ৰৰ সকলোতকৈ কাষত থকা গ্ৰহৰ ওপৰত৷

সেই কাৰণেই পৃথিৱীৰ ভৱিষ্যতক লৈ আশংকা ব্যক্ত কৰিছে বিজ্ঞানীমহলৰ একাংশই৷ তেওঁলোকৰ মতে সূৰ্য বৃদ্ধ হলে তাৰ কোপো পৰিব সকলোৰে কাষত থকা তিনিটা গ্ৰহত৷ বুধ, শুক্ৰ আৰু পৃথিৱীত৷ এই গৱেষণাপত্ৰৰ লেখকৰ মতে পৃথিৱীৰ ক্ষেত্ৰত তেনে হোৱাৰ সম্ভাৱনা নাই৷ বুধ, শুক্ৰ সূৰ্যৰ পেটলৈ গলেও নিশ্চিহ্ন হোৱাৰ পৰা বাচিব পৃথিৱী৷ গৱেষকসকলৰ যুক্তি যে তেওঁলোকে দেখিছে ৰাক্ষস নক্ষত্ৰৰ চাৰিওপাশে ঘুৰি থকা সকলো গ্ৰহকেই কিন্তু গিলি খোৱা নাই৷ কেৱল সেইসমূহ গ্ৰহহে গিলি খাইছে যিসমূহ নক্ষত্ৰটোৰ খুবেই কাষত আছে৷ জন্মদাতা নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলৈ যিসমূহ গ্ৰহৰ ১২ বা তাতকৈ কম দিন সময় লাগে মূলত সেই গ্ৰহসমূহেই নক্ষত্ৰৰ পেটলৈ গৈছে৷ সেই তুলনাত পৃথিৱী সূৰ্যতকৈ বহু দূৰৈত আছে৷

গৱেষণাপত্ৰৰ আৰু এগৰাকী লেখক ভিনছেণ্ট ভেন আইলেনে কয়, ‘পৃথিৱী হয়তো নিশ্চিহ্ন নহ’ব৷ কিন্তু প্ৰাণৰ উপযোগী নাথাকিব এই গ্ৰহ৷ বয়স্ক নক্ষত্ৰসমূহক লৈ পৰীক্ষা নিৰীক্ষা চলাবলৈ ২০২৬ চনত শেষ দিশত প্লুটো মিছনৰো চিন্তা কৰিছে বিজ্ঞানীসকলে৷ সেই ক্ষেত্ৰত আৰু বহু তথ্য ভৱিষ্যতে জনা যাব বুলি ধাৰণা কৰিছে গৱেষকে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
Next Post
২০২৬ চনৰ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া? ভাৰতত সূতককাল কেতিয়া? জানি থওক আগতীয়াকৈয়ে

২০২৬ চনৰ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া? ভাৰতত সূতককাল কেতিয়া? জানি থওক আগতীয়াকৈয়ে

বিশ্বজুৰি ইণ্টাৰনেট বিপৰ্যয়! X, ChatGPT-সহ ডাউন বহু ৱেবচাইট, আঁৰত কি বৃহৎ কাৰণ?

বিশ্বজুৰি ইণ্টাৰনেট বিপৰ্যয়! X, ChatGPT-সহ ডাউন বহু ৱেবচাইট, আঁৰত কি বৃহৎ কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.