• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমানক কটাক্ষ নকৰিব! দেশত মুছলমানেই সৰ্বাধিক কণ্ডম ক্ৰয় কৰে, সংঘপ্ৰধানক প্ৰত্ত্যুত্তৰত আৰু কি ক’লে আছাউদ্দিন ওৱেছিয়ে…

মুছলমানক কটাক্ষ নকৰিব! দেশত মুছলমানেই সৰ্বাধিক কণ্ডম ক্ৰয় কৰে, সংঘপ্ৰধানক প্ৰত্ত্যুত্তৰত আৰু কি ক’লে আছাউদ্দিন ওৱেছিয়ে…

4 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

17 minutes ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

53 minutes ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

1 hour ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

2 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

2 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

3 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

4 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

5 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

17 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

17 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুছলমানক কটাক্ষ নকৰিব! দেশত মুছলমানেই সৰ্বাধিক কণ্ডম ক্ৰয় কৰে, সংঘপ্ৰধানক প্ৰত্ত্যুত্তৰত আৰু কি ক’লে আছাউদ্দিন ওৱেছিয়ে…

editor by editor
October 9, 2022
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
মুছলমানক কটাক্ষ নকৰিব! দেশত মুছলমানেই সৰ্বাধিক কণ্ডম ক্ৰয় কৰে, সংঘপ্ৰধানক প্ৰত্ত্যুত্তৰত আৰু কি ক’লে আছাউদ্দিন ওৱেছিয়ে…
0
SHARES
568
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘মুছলমানক কটাক্ষ নকৰিব, দেশত মুছলমানসকলেই সৰ্বাধিকভাৱে কণ্ডমৰ ব্যৱহাৰ কৰে।’ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘপ্ৰধান মোহন ভাগৱতৰ মন্তব্যৰ প্ৰত্ত্যুত্তৰত এই দাবী কৰিছে AIMIM-দলৰ নেতা আছাউদ্দিন ওৱেছিয়ে। হায়দৰাবাদৰ এখন সভাত ওৱেছিয়ে মুছলমানৰ জনসংখ্যা বঢ়া নাই বৰং কমিছেহে সেই কথা প্ৰকাশ কৰিবলৈ গৈ কণ্ডমৰ কথাও উল্লেখ কৰে।

সংঘৰ প্ৰতিষ্ঠা দিৱসত জনসংখ্যা নিয়ন্ত্ৰন আইন কটকটীয়া কৰাৰ বাবে চৰকাৰক আবেদন জনাইছিল সংঘ প্ৰধান মোহন ভাগৱতে। মোহন ভাগৱতে তেওঁৰ ভাষণত কৈছিল,’ধৰ্মভিত্তিক জনসংখ্যাৰ ভাৰসাম্য ঠিক নাথাকিলে ভৌগোলিক সীমাতো পৰিবৰ্তন আহিব। জনসংখ্যা নিয়ন্ত্ৰণ তথা ধৰ্মভিত্তিক জনসংখ্যাৰ ভাৰসাম্য নিয়ন্ত্ৰণ অতি গুৰুত্বপূৰ্ণ বিষয়। দেশৰ স্বাৰ্থতেই সামগ্ৰিক জনসংখ্যা নীতিৰ আৱশ্যক আছে। যি নীতি সকলো ধৰ্মৰ লোকৰ বাবেই প্ৰযোজ্য হ’ব।’

সংঘপ্ৰধান ভাগৱতে এই সন্দৰ্ভত দাঙি ধৰা যুক্তিত কয় যে দেশত হিন্দুৰ জন্মৰ হাৰ কমিছে। মুছলমানৰ জন্মৰ হাৰ কমিলেও সেয়া হিন্দুৰ তুলনাত তেনেই নগণ্য। এই গতিত জনসংখ্যাৰ বিস্ফোৰণ ঘটিলে দেশত অচিৰেই মুছলমান সংখ্যাগুৰু হ’ব। সেয়ে জনসংখ্যা নিয়ন্ত্ৰণ বিল অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়।

শনিবাৰে হায়দৰাবাদৰ এখন ৰাজহুৱা সভাত সংঘপ্ৰধান ভাগৱতৰ কথাৰ প্ৰত্ত্যুত্তৰ দিয়ে AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে। ওৱেছিয়ে কয়,’আপোনালোক আতঙ্কিত নহ’ব। মুছলমানৰ জনসংখ্যা বঢ়া নাই। দিনকদিনে মুছলমানৰ জন্মৰ হাৰ কমিছেহে। কোনে বেছি কণ্ডম ক্ৰয় কৰে জানেনে? মুছলমানেই সৰ্বাধিক কণ্ডম ক্ৰয় কৰে আপোনালোকে নহয়।’

উল্লেখ্য যে এই বাকযুদ্ধতেই শান্ত নাথাকি ওৱেছিয়ে কয়,’কেন্দ্ৰই প্ৰকাশ কৰা তথ্যমতে দেশত মুছলমানৰ জন্মৰ হাৰ ২ শতাংশ কমিছে। আপোনালোকে তথ্য বিকৃত কৰিছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!
জীৱনশৈলী

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

September 10, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

September 10, 2026
Next Post
সমীক্ষাত প্ৰকাশ! ২০৪০ লৈ লিভাৰৰ কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশলৈ বাঢ়িব। কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানিবলৈ চাওক…

সমীক্ষাত প্ৰকাশ! ২০৪০ লৈ লিভাৰৰ কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশলৈ বাঢ়িব। কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানিবলৈ চাওক...

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে BSF-ৰ গুলীত নিহত এজন বাংলাদেশী লোক

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়তে BSF-ৰ গুলীত নিহত এজন বাংলাদেশী লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.