• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

1 hour ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

8 minutes ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

51 minutes ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

20 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

21 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

22 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

23 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

1 day ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

editor by editor
March 11, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
0
SHARES
10
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছৌদি আৰৱ, কুৱেট, সংযুক্ত আৰৱ আমিৰশাহি, কাটাৰৰ দৰে পশ্চিম এছিয়াৰ দেশসমূহত লেথাৰিকৈ আক্ৰমণ চলাইছে ইৰানে৷ ওলোটাই আক্ৰমণ কৰিছে ইজৰায়েল আৰু আমেৰিকাইয়ো৷ এই পৰিস্থিতিত ব্যাপক প্ৰভাৱ পৰিছে অসামৰিক বিমান পৰিবহণ পৰিসেৱাত৷ পৰিসেৱা সংকটত বহু ভাৰতীয় বিভিন্ন দেশত আৱদ্ধ হৈ পৰিছে৷ আৰু বহু বিদেশী আৱদ্ধ হৈ পৰিছে ভাৰতত৷ এইবাৰ তেওঁলোকৰ বাবে সুখবৰ শুনাইছে ইণ্ডিগো, এয়াৰ ইণ্ডিয়াই৷ বুধবাৰৰ পৰা ডুবাই, আবুধাবি, শাৰজাহসহ পশ্চিম এছিয়াৰ বিভিন্ন স্থানৰ পৰা বিশেষ বিমান চলোৱাৰ ঘোষণা কৰা হৈছে৷

কোন বিমান সংস্থাই কিমান বিমান চলাইছে সেই তালিকাও প্ৰকাশ কৰা হৈছে৷ পৰিকল্পনা অনুসৰি পশ্চিম এছিয়াৰ বিভিন্ন দেশত ৫৮খন বিমান চলাব এয়াৰ ইণ্ডিয়াই৷ আৰু পশ্চিম এছিয়াৰ ৮টা গন্তব্যলৈ বিমান চলাব ইণ্ডিগোই৷ ভাৰতৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে নিৰাপদে যাত্ৰীসকলক এক স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰৰ দায়িত্ব ভাৰতৰ বিমান সংস্থাসমূহে লৈছে৷

এয়াৰ ইণ্ডিয়াই জনাইছে যে বিমান পৰিচালনা বহু বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে৷ বিশেষ বিমানসমূহে ভাৰত আৰু অন্য দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন মৰ্মেই চলোৱা হৈছে৷ এয়াৰ ইণ্ডিয়াই জনাইছে যে দিল্লী আৰু মুম্বাইৰ পৰা জেড্ডা পৰ্যন্ত এক ৰাউণ্ড ট্ৰিপ পৰিচালনা কৰা হব৷ ইয়াৰোপৰি মাস্কাটত এয়াৰ ইণ্ডিয়াৰ নিৰ্ধাৰিত বিমান পৰিচালনাৰ পৰিকল্পনা কৰা হৈছে৷ ইণ্ডিগোই জনাইছে যে বুধবাৰে তেওঁলোকে ইউৰোপৰ নিৰ্বাচিত ৰুটসমূহৰ সৈতে পশ্চিম এছিয়াৰ ৮ স্থানলৈ বিমান পৰিচালনা কৰিব৷

২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰানৰ সৈতে সামৰিক সংঘাত আৰম্ভ হৈছে আমেৰিকা আৰু ইজৰায়েলৰ৷ এতিয়াও সংঘাত শেষ হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই৷ বৰং দুই তৰফৰ পৰাই আক্ৰমণ চলাইচে৷ ইজৰায়েলৰ ওপৰিও উপসাগৰীয় অঞ্চলত আমেৰিকাৰ ঘনিষ্ঠ দেশসমূহত আক্ৰমণ চলাইছে ইৰানে৷ সামৰিক সংঘাতৰ বাবে বিমান পৰিসেৱা বিপুলভাৱে ক্ষতিগ্ৰস্থ হৈছে বুলি উপসাগৰীয় অঞ্চলত বিভিন্ন সংবাদমাধ্যমত দাবী কৰা হৈছে৷ প্ৰসংগত পশ্চিম এছিয়াৰ এক বিশাল অংশজুৰি আকাশসীমা বন্ধ৷ তাৰ মাজত বিশেষ বিমান চলোৱাৰ সিদ্ধান্ত লৈছে ভাৰতীয় দুই বিমান সংস্থাই৷

এই সংঘাতৰ মাজতেই মঙলবাৰে বিমান ভাড়া বৃদ্ধিৰ কথা জনাইছে এয়াৰ ইণ্ডিয়াই৷ আগন্তুক ১২ মাৰ্চৰ পৰা সকলো অন্তৰ্দেশীয় বিমানৰ টিকটৰ ওপৰত ৩৯৯ টকাকৈ চাৰ্জ লোৱাৰ কথা ঘোষণা কৰিছে তেওঁলোকে৷ আন্তৰ্জাতিক বিমান পৰিসেৱাৰ ক্ষেত্ৰতো টিকটৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

March 11, 2026
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

March 11, 2026
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
Next Post
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন