• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছবিত নহয়, বাস্তৱত হিৰো অক্ষয় কুমাৰ

ছবিত নহয়, বাস্তৱত হিৰো অক্ষয় কুমাৰ

6 years ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

1 hour ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

2 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

2 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

2 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

3 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

3 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

14 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

15 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

15 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

15 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ছবিত নহয়, বাস্তৱত হিৰো অক্ষয় কুমাৰ

মুম্বাই আৰক্ষীক দিলে বিশেষ উপহাৰ

editor by editor
August 3, 2020
in ক'ভিড-১৯, ভাৰত
0
ছবিত নহয়, বাস্তৱত হিৰো অক্ষয় কুমাৰ
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাৰ সৈতে যুঁজিবলৈ এইবাৰ মুম্বাই আৰক্ষীৰ হাতত তুলি দিলে ‘হেল্থ ট্ৰেকিং ডিভাইচ’ অক্ষয় কুমাৰে। এই ডিভাইচৰ জৰিয়তে ক’ৰোনাৰ লক্ষণ শীঘ্ৰে জানিব পৰা যায়, ফলত ক’ৰোনাৰ সৈতে যুঁজিবলৈ আৰু সুৰক্ষিত হৈ থাকিব পাৰে মুম্বাই আৰক্ষী। মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী তথা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্য থাকৰেই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই খবৰ জনাইছে। মুম্বাই পুলিচৰ সৈতে অক্ষয়ৰ এখন ফটো শ্বেয়াৰ কৰি আদিত্য ঠাকৰেয়ে লিখিছে ‘মুম্বাই আৰক্ষীৰ হাতত ‘ফিটনেছ হেল্থ ট্ৰেকিং ডিভাইচ’ তুলি দিছে অভিনেতা অক্ষয় কুমাৰে। এই ডিভাইচে শৰীৰত অক্সিজেনৰ পৰিমাণ, তাপমাত্ৰা আৰু হৃদপিণ্ডৰ গতি সম্পর্কে অৱগত কৰায়।’ ক’ৰোনাৰ সৈতে যুঁজ দিবলৈ এই ডিভাইচ অতি প্ৰয়োজনীয়। বিগত মাহত নাচিক আৰক্ষীক এই ডিভাইচ প্ৰদান কৰিছিল অভিনেতাগৰাকীয়ে। উল্লেখযোগ্য যে ইয়াৰ পূর্বে মুম্বাই আৰক্ষীক বিশেষ ৰিষ্ট বেন প্ৰদান কৰিছিল অক্ষয়ে। মুম্বাই আৰক্ষীক ১০০০টা ভাইটেল ৩.০ নামৰ এই বিশেষ ৰিষ্ট বেন দিছিল অক্ষয় কুমাৰে। এই বেনটিৰ নির্মাতা GOQUI। আৰু ইয়াৰ ব্ৰেণ্ড এম্বাচাদৰ অক্ষয় কুমাৰ। সংস্থাটোৰ দাবী ক’ৰোনা আক্ৰান্ত কোনো ব্যক্তি কাষলৈ আহিলে এই বেনৰ ক্ৰীণত ধৰা পৰে। কেৱল সেয়াই নহয়, ক’ৰোনাৰ সৈতে যুঁজিবলৈ মুম্বাইৰ পুলিচ ফাউণ্ডেচনক ২ কোটি টকা অর্থ সাহায্য আগবঢ়াইছে অক্ষয় কুমাৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী পিএম কেয়াৰত ২৫ কোটি, মুম্বাই মিউনিচিপাল ক’ৰ্পৰেছন (BMC)ক আর্থিক অনুদান আগবঢ়াইছিল বলীউড অভিনেতা অক্ষয় কুমাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarcovid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
Next Post
চিকিৎসক আৰু চিকিৎসা কর্মীলৈ ভাল খবৰ

চিকিৎসক আৰু চিকিৎসা কর্মীলৈ ভাল খবৰ

অপেক্ষাৰ অন্ত, আহি আছে Big Boss Season 14

অপেক্ষাৰ অন্ত, আহি আছে Big Boss Season 14

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.