• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬০০০ কোটি টকাৰ চুক্তি, চীনৰ ঔষধেৰে বিশ্বত শাসন কৰিবলৈ সাজু আমেৰিকা

১৬০০০ কোটি টকাৰ চুক্তি, চীনৰ ঔষধেৰে বিশ্বত শাসন কৰিবলৈ সাজু আমেৰিকা

2 years ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

22 minutes ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

57 minutes ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

1 hour ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

2 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

2 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

5 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

5 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

6 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৬০০০ কোটি টকাৰ চুক্তি, চীনৰ ঔষধেৰে বিশ্বত শাসন কৰিবলৈ সাজু আমেৰিকা

editor by editor
March 25, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
১৬০০০ কোটি টকাৰ চুক্তি, চীনৰ ঔষধেৰে বিশ্বত শাসন কৰিবলৈ সাজু আমেৰিকা
0
SHARES
756
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬০০০ কোটি টকাৰ চুক্তি, চীনৰ ঔষধেৰে বিশ্বত শাসন কৰিবলৈ সাজু আমেৰিকা

আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী মাৰ্কে মঙলবাৰে চীনৰ জিয়াংছু হেংৰুই ফাৰ্মাচিউটিকেলছৰ সৈতে এক বৃহৎ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ অধীনত মাৰ্কে হৃদৰোগৰ নতুন ঔষধ এইচ আৰ এছ-৫৩৪৬ৰ বিশ্বব্যাপী অধিকাৰ লাভ কৰিছে। এই চুক্তিৰ মুঠ মূল্য ২ বিলিয়ন ডলাৰ, ভাৰতীয় হিচাপত প্ৰায় ১৬,৭০০ কোটি টকা।

HRS-5346 হৈছে এবিধ এনে ঔষধ যিয়ে Lipoprotein(a) [Lp(a)] নামৰ প্ৰটিন হ্ৰাস কৰে। এই Lp(a)ৰ উচ্চ মাত্ৰাই হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে।

বিশ্বৰ প্ৰতি ৫ জনৰ ভিতৰত ১ জন হৃদৰোগ আৰু ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হয়। যাৰ ফলত এই ঔষধৰ চাহিদা বহু বৃদ্ধি পোৱাৰ ইংগিত দেখা গৈছে। এই ঔষধ বৰ্তমান চীনত দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল চলি আছে।

এই ঔষধ বিশ্বজুৰি (চীন, হংকং, মাকাউ আৰু টাইৱানৰ বাহিৰে) বিকশিত, নিৰ্মাণ আৰু বিক্ৰী কৰাৰ একচেটিয়া অধিকাৰ মাৰ্কৰ আছে। এতিয়া হেংৰুই ফাৰ্মাই লাভ কৰিব ২০ কোটি ডলাৰ (প্ৰায় ১৬৭০ কোটি টকা) অগ্ৰিম ধন। যদিহে এই ঔষধ অনুমোদন হয় তেন্তে হেং ৰুইয়ে ১.৭৭ বিলিয়ন (প্ৰায় ১৪,৮০০ কোটি টকা) পৰ্যন্ত অতিৰিক্ত ধন লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ঔষধ বিক্ৰীৰ ওপৰতো ৰয়েল্টি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America DealChina America RelationChines Medicine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

September 29, 2026
Next Post
দৈনিক ৰাশিফল – আজি কৃষ্ণা দ্বাদশীত সিদ্ধ যোগ, ৫ ৰাশিৰ মংগলময় দিন

দৈনিক ৰাশিফল - আজি কৃষ্ণা দ্বাদশীত সিদ্ধ যোগ, ৫ ৰাশিৰ মংগলময় দিন

শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনা, একে পৰিয়ালৰে ৩জনে হেৰুৱালে প্ৰাণ

শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনা, একে পৰিয়ালৰে ৩জনে হেৰুৱালে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.