• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস… অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ…

নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস… অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ…

3 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

2 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

3 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

3 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

4 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

4 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

5 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

5 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

6 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

7 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

8 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

9 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস… অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ…

editor by editor
November 25, 2022
in বিবিধ, ভাৰত, ৰাজনীতি
0
নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস… অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ…
0
SHARES
859
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নতুনকৈ লিখা হ’ব ভাৰতবৰ্ষৰ ইতিহাস। কাৰণ পূৰ্বৰ যি ইতিহাস আমি জানো, সেই ইতিহাস সঠিক নহয়। ইয়াৰোপৰি এই ইতিহাসত তথ্যও বহু বিকৃত কৰা হৈছে। এই দাবী তুলিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। দিল্লীত অসম চৰকাৰে আয়োজন কৰা লাচিত দিৱসৰ কাৰ্যসূচীত এই মন্তব্য কৰিছে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। ইতিহাসবিদসকলক উদ্দেশ্যী গৃহমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যত কয়,’দেশৰ ইতিহাস সলাবৰ সময় সমাগত। এই ইতিহাস সলাই ন’ ইতিহাস লিখা হ’ব। যি ইতিহাস দেশৰ আহিবলগা প্ৰজন্মই জানিব।’

লাচিত দিৱসত আৰু কি ক’লে শ্বাহে?

লাচিত দিৱসৰ কাৰ্যসূচীত গৃহমন্ত্ৰী অমিত শ্বাহে কয়, মই ইতিহাসৰ ছাত্ৰ। আমাৰ পূৰ্বে লিখিত ইতিহাসত ভুল আছে। এই কথা মই বহুদিন ধৰি ময়ো শুনি আছো। এই কথা মইয়ো বিশ্বাস কৰিবলৈ লৈছো। ঠিকেই ভুল আছে। কিন্তু এইবাৰ আমি সংশোধন কৰাৰ সিদ্ধান্ত লৈছো। আমি দেশৰ বিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক এই বাৰ্তা পঠিয়াম। ভাৰতৰ ইতিহাসক লৈ নতুনকৈ গৱেষণা আৰম্ভ কৰক। আকৌ এবাৰ ইতিহাস লিখা হওক। মিছা কথাৰে ভৰা ইতিহাস আৰু যাতে ভাৰতৰ আহিব লগা প্ৰজন্মই পঢ়িব লগা নহয়।’

নেহৰু নহয় নেতাজীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী!

উল্লেখ্য যে, বহুদিন ধৰি একাংশ মহলে দাবী কৰা অনুযায়ী, অত্যন্ত সুচাৰুৰূপে দেশৰ ইতিহাস লিখাৰ বাবে যো-জা চলাইছে মোদী নেতৃত্বাধীন চৰকাৰে। স্বাধীনতা সংগ্ৰামত দামোদৰ ছাভাৰকাৰৰ ভুমিকা কি আছিল এইসমূহ কথা পূৰ্বে লিখা ইতিহাসত সবিস্তাৰে প্ৰকাশ কৰা হোৱা নাই। ‘ আজাদি কা দিওয়ানে মিউজিয়াম’ত বিপ্লৱীসকলৰ বিভিন্ন বিষয় তুলি ধৰা হৈছে। তাতেই নিৰ্মাণ কৰা হৈছে ছেলুলাৰ জে’লৰ প্ৰতিকৃতিও। সেই স্থানতেই স্থান পাইছে ছাভাৰকাৰৰ ছবিও। ইংৰাজৰ ওচৰত ক্ষমা খুজি লিখা চিঠিখন পঠিয়াই দিয়া সন্দৰ্ভত কিন্তু সেই ইতিহাসত আৰু লিপিবদ্ধ নহ’ল।

ইয়াৰোপৰি বিশ্লেষকসকলে প্ৰকাশ কৰা মতে, বিভিন্ন চৰকাৰী নথি পত্ৰসহ অন্যান্য ক্ষেত্ৰতো নেতাজীয়েই অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নতুন ইতিহাসত সন্নিবিষ্ট কৰাৰ চেষ্টা চলাইছে কেন্দ্ৰই। ইয়াৰোপৰি জৱাহৰলাল নেহৰুৰ অস্তিত্ব সলাই নতুন ইতিহাসত ছাভাৰকাৰৰ অৱদান সম্পৰ্কে ভৱিষ্যত প্ৰজন্মৰ আগত তুলি ধৰা হ’ব। লাচিত দিৱসত অমিত শ্বাহে কৰা মন্তব্যই এই কথাৰেই পিনৰ ইংগিত দিলে বুলি সামাজিক মাধ্যমতো চৰ্চা চলা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
Next Post
কোষ্ঠকাঠিন্যৰ সমস্যাই বঢ়াই অৰ্শৰ ভয়াৱহতা! পাইলছৰ সমস্যাত ভুগিলে এই ৫ বিধ ফল খাবই…

কোষ্ঠকাঠিন্যৰ সমস্যাই বঢ়াই অৰ্শৰ ভয়াৱহতা! পাইলছৰ সমস্যাত ভুগিলে এই ৫ বিধ ফল খাবই...

পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ডেই হ’ল নতুন পাক সেনাপ্ৰধান… সেনাপ্ৰধান মুনিৰৰ কেইটিমান অজানা কথাই ভবাই তুলিব আপোনাক!

পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ডেই হ’ল নতুন পাক সেনাপ্ৰধান... সেনাপ্ৰধান মুনিৰৰ কেইটিমান অজানা কথাই ভবাই তুলিব আপোনাক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.