• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছৰফৰাজ

ছৰফৰাজৰ পিতৃলৈ মাহিন্দাৰ THAR উপহাৰ

2 years ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

2 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

3 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

3 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

3 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

4 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

4 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

5 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

5 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

6 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

6 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

7 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ছৰফৰাজৰ পিতৃলৈ মাহিন্দাৰ THAR উপহাৰ

editor by editor
February 21, 2024
in ক্ৰীড়া
0
ছৰফৰাজ
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অমল মজুমদাৰলৈ মনত আছেনে? আছেনে মনত অভিজিৎ কাৰ্লেৰ দৰে দুৰ্দান্ত ভাৰতীয় ক্ৰিকেটাৰৰ কথা? ঘৰুৱা খেলত ৰানৰ পাহাৰ গঢ়াৰ পাছতে এওঁলোকে কাহানিও পিন্ধি নাপালে টীম ইণ্ডিয়াৰ জাৰ্চী৷ মুম্বাইৰ প্ৰতিভাবান ক্ৰিকেটাৰ ছৰফৰাজ খানক লৈও একেই প্ৰশ্ন উঠিছিল৷ ঘৰুৱা ক্ৰিকেটত অভিলেখসংখ্যক ৰান কৰাৰ পাছতো বাৰে বাৰে টীম ইণ্ডিয়াত স্থান দখলত ব্যৰ্থ হৈছিল ২৬ বছৰীয়া ছৰফৰাজ৷ সুনীল গাভাস্কাৰৰ দৰে প্ৰবাদপ্ৰতিম ক্ৰিকেটাৰে ছৰফৰাজক জাতীয় দলত স্থান নিদিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰাৰ দৰে ঘটনাও ঘটিছিল৷ অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত ইংলেণ্ডৰ বিৰুদ্ধে ১৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰাজকোটৰ টেষ্ট ছিৰিজৰ তৃতীয় মেচত অভিষেক ঘটে ছৰফৰাজৰ৷

প্ৰথম ইনিংছতেই দুৰন্ত বেটিং৷ ছৰফৰাজৰ বেটিঙত মুগ্ধ দেশবাসী৷ কেৱল শকত হোৱাৰ বাবেই জাতীয় দলত স্থান নোপোৱা ছৰফৰাজ খান খেলখনৰ দুয়োটা ইনিংছত বেটিঙৰে উজলি উঠিছিল৷ চৌদিশে কোবাই খেলিছিল মুম্বাইৰ ক্ৰিকেটাৰগৰাকীয়ে৷ ভাৰতৰ দিগগজ ক্ৰিকেটাৰ অনিল কুম্বলেই যেতিয়া ছৰফৰাজৰ হাতত ডেবিঅ’ কাপ তুলি দিছিল তেতিয়া সৃষ্টি হৈছিল এক আৱেগিক পৰিৱেশ৷ ভিডিঅ’ত স্পষ্টভাৱে দেখা গৈছিল ছৰফৰাজ আৰু তেওঁৰ পিতৃ নৌচাদ আৱেগিক হৈ পৰিছিল৷ এই আৱেগিক মুহূৰ্তই দেশৰ চুকে-কোণে বহুতৰে চকুলো নিগৰাইছিল৷ কিয়নো, ছৰফৰাজ খানক এজন ক্ৰিকেটাৰৰূপে গঢ় দিয়াত পিতৃ নৌচাদৰ আছিল অনবদ্য অৱদান৷ অভাৱ-অনাটনত ভোগা নৌচাদে সকলো ত্যাগ কৰি ছৰফৰাজক ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছিল৷ কিন্তু, জাতীয় দলত স্থান পাবলৈ বছৰৰ পাছত বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল মুম্বাইৰ প্ৰতিভাধৰ ক্ৰিকেটাৰগৰাকীয়ে৷

পুত্ৰ আৰু পিতৃৰ আৱেগিক মুহূৰ্তৰ দৃশ্যত বিচলিত মাহিন্দা

ৰে’লত চকলেট–চানা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা নৌচাদে পুত্ৰক এনে এটি পৰ্যায়লৈ লৈ যোৱাৰ বাবে ভাৰতৰ অন্যতম খ্যাতনামা উদ্যোগপতি আনন্দ মাহিন্দাই x মাধ্যমত এটা প’ষ্ট কৰে৷ প’ষ্টটো লগে লগে ভাইৰেল হ’বলৈ আৰম্ভ কৰে৷ ছৰফৰাজৰ ভিডিঅ’ এটা প’ষ্ট কৰি উদ্যোগপতিগৰাকীয়ে লিখিছে—সাহস নেহেৰুৱাব…৷ এজন পিতৃৰ সন্তানক অনুপ্ৰাণিত কৰাৰ এই গুণ আৰু কি হ’ব পাৰে! সেয়ে নৌচাদ খানক এখন থাৰ উপহাৰ দিবলৈ বিচাৰিছে উদ্যোগপতি আনন্দ মাহিন্দাই৷ ছৰফৰাজ খানৰ পিতৃয়ে থাৰখন উপহাৰ হিচাপে ল’লে তেওঁ সৌভাগ্য আৰু সন্মানৰ বিষয় হ’ব বুলিও xৰ প’ষ্টত উল্লেখ কৰে উদ্যোগপতি মাহিন্দাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anand mahindranaushad khansarfaraz khanthar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট
ক্ৰীড়া

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

March 23, 2026
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!
বিনোদন

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?
বিনোদন

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

March 21, 2026
Next Post
ছানী লিয়'নী

ধৰ্মেন্দ্ৰৰ এডমিট কাৰ্ডত কেনেকৈ আহিল ছানী লিয়'নীৰ ফটো? পোহৰলৈ আহিল ঘটনা

গৌৰৱ

নগাঁৱত গৌৰৱ। প্ৰদ্যুতৰ কি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.