• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিলাসী ক্ৰুজৰ ৰেভপাৰ্টীত VVIP অতিথি আছিল আৰিয়ান, আদালতত অধিবক্তাৰ ভাষ্য

5 years ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

23 minutes ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

49 minutes ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

2 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

3 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

4 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

5 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

6 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

7 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিলাসী ক্ৰুজৰ ৰেভপাৰ্টীত VVIP অতিথি আছিল আৰিয়ান, আদালতত অধিবক্তাৰ ভাষ্য

editor by editor
October 8, 2021
in অপৰাধ, গুৱাহাটী, বিনোদন, ভাৰত
0
বিলাসী ক্ৰুজৰ ৰেভপাৰ্টীত VVIP অতিথি আছিল আৰিয়ান, আদালতত অধিবক্তাৰ ভাষ্য
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিলাসী ক্ৰুজৰ ৰেভপাৰ্টীত VVIP অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক৷ আদালতত এই কথা সদৰী কৰিছে আৰিয়ান খানৰ অধিবক্তা সতীশ মানেশ্বিনডেই৷ ‘গ্লেমাৰ’ৰ বাবেই বলীউড ছুপাৰষ্টাৰৰ পুত্ৰক আমন্ত্ৰণ জনাইছিল আয়োজকে৷ সম্প্ৰতি আদালতে ১৪ দিনৰ ন্যায়িক জিম্মাত আছে আৰিয়ান৷ আৰিয়ানৰ লগতে আন ৭গৰাকীকো ন্যায়িক জিম্মালৈ প্ৰেৰণ৷ দেওবাৰে NCBয়ে বিলাসী ক্ৰুজত চলোৱা অভিযানত নিষিদ্ধ ড্ৰাগছ পাৰ্টীৰ মাজৰ পৰা আটক কৰিছিল শ্বাহৰুখ খানৰ পুত্ৰক৷ আৰিয়ানৰ পৰা আৰক্ষীয়ে নগদ ধনৰ লগতে জব্দ কৰিছে বহু লক্ষাধিক টকাৰ হেৰ’ইন৷ ড্ৰাগছ গ্ৰহণ কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে আৰিয়ানে৷ ইফালে বহু বলীউড তাৰকাই টুইটযোগে আৰিয়ান খানক সমৰ্থন আগবঢ়াইছে৷ আজি আৰিয়ান খানসহ ৮ অভিযুক্তৰ জামিনৰ শুনানি গ্ৰহণ কৰিব আদালতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aryan khanasom live 24assam live 24axom live 24ncbshahrukh khanshahrukh khan son drugs case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?
জীৱনশৈলী

May 27, 2026
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

May 27, 2026
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

May 27, 2026
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ
জীৱনশৈলী

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

May 27, 2026
Next Post
বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ শ্বেৰমান আলী,  ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

সাংবাদিক মাৰিয়া ৰেছা আৰু ডিমিত্ৰী মুৰাটৱলৈ ২০২১ বৰ্ষৰ শান্তিৰ নোবেল বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন