আজি ৰাষ্ট্ৰী ক্ৰীড়া দিৱস৷ হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ জন্মিদনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদাপন কৰা হয়৷
আজিৰ এই দিনটোতে অসম সন্তান অম্লান বৰগোহাঁইয়ে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
লগতে পঢ়ক প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?
সোমবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত অনুষ্ঠিত ৮৭তম সৰ্বভাৰতীয় ৰে’লৱে এথলেটিকত ১০০ মিটাৰ দৌৰত ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰিছে অসম সন্তান অম্লান বৰগোহাঁয়ে।
উল্লেখযোগ্য যে অম্লান বৰগোহাঁয়ে ইতিমধ্যে আগন্তুক এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















