• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 years ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

1 hour ago
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

1 hour ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

2 hours ago
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

2 hours ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

17 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

18 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

18 hours ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

18 hours ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

19 hours ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

19 hours ago
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

19 hours ago
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কেনে যাব আপোনাৰ আজিৰ দিনটো?

editor by editor
January 5, 2023
in Uncategorized
0
কেনে যাব আপোনাৰ আজিৰ দিনটো?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষঃ উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ। দেহ ভাল ক’ব পাৰি। হেৰুৱা সম্পদ পুনৰ প্ৰাপ্তি। অবাদ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰঙ গেৰুৱা। শুভ সংখ্যা ২।
বৃষঃ শৰীৰ উন্নত। শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভ কৰিব। ঘৰুৱা কন্দল। শুভ ৰঙ সেউজীয়া। শুভ সংখ্যা ৪।
মিথুনঃ অপ্ৰত্যাশিতভাৱে ধন লাভৰ যোগ আছে। কৰ্মসূত্ৰে ভ্ৰমণৰ যোগ। নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। মনত হতাশা। শুভ ৰঙ ৰঙা। শুভ সংখ্যা ৮।
কৰ্কটঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত হ’ব। বিদ্যাত শুভ। শুভ ৰঙ ক’লা। শুভ সংখ্যা ৭।
সিংহঃ কৰ্মক্ষেত্ৰত জটিলতাৰ উদ্ভৱ হ’ব পাৰে। কোনো কাৰণত মনটো গধুৰ হ’ব। শৰীৰ মাধ্যম। প্ৰেমত শুভ। শুভ ৰঙ সোণালী। শুভ সংখ্যা ৫।
কন্যাঃ ৰাজহুৱা কামত জড়িতসকলে সহানুভুতি লাভ কৰিব। দুটা এটা কামত বাধাৰ কাৰকতা। দাম্পত্যত শুভ। বিদ্যাত জটিলতা। শুভ ৰঙ গেৰুৱা। শুভ সংখ্যা ৩।
তুলাঃ কৰ্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আৰ্থিকত ভালেই দেখা যায়। বিদ্যাত শুভ ফল। প্ৰেমত বুজাবুজি। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
বৃশ্চিকঃ আৰ্থিকত অসুবিধা পাব পাৰে। ফুৰা-চকাত সতৰ্ক হ’ব। বিদ্যাত বিশৃংখলতা। শুভ ৰঙ বগা। শুভ সংখ্যা ৯।
ধনুঃ ব্যৱসায়ত লাভৰ কাৰকতা। সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ যোগ। নিৱনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। শুভ ৰঙ গেৰুৱা। শুভ সংখ্যা ৪।
মকৰঃ পেটৰ অসুখত ভূগিব। প্ৰেমত প্ৰতাৰিত হ’ব পাৰে। চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
কুম্ভঃ পুৰণা মামলা-মোকৰ্দমা নিস্পত্তি হ’ব পাৰে। বাধা বিঘিনিৰ মাজেদি কৰ্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্ৰেমত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ১।
মীনঃ আৰ্থিক উন্নতি। যোগাযোগ আদিত আশাপূৰ্ণ অগ্ৰগতি। প্ৰেমত শুভ। মানসিক অশান্তি। শুভ ৰং বগা। শুভ সংখ্যা ৩।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
Next Post
অৰ্জুন অতীত! এইবাৰ প্ৰাক্তন স্বামী আৰবাজৰ সৈতে হাতে-হাত ধৰি মালাইকা, সম্পৰ্কত আকৌ আহিছে নেকি মসৃণতা…

অৰ্জুন অতীত! এইবাৰ প্ৰাক্তন স্বামী আৰবাজৰ সৈতে হাতে-হাত ধৰি মালাইকা, সম্পৰ্কত আকৌ আহিছে নেকি মসৃণতা...

ৰূপালী পৰ্দাত জনপ্ৰিয় হোৱাৰ আগতে দীপিকাই কৰিছিল এইসমূহ কাম! ওপজা দিনত দীপিকাৰ অজানা কথা…

ৰূপালী পৰ্দাত জনপ্ৰিয় হোৱাৰ আগতে দীপিকাই কৰিছিল এইসমূহ কাম! ওপজা দিনত দীপিকাৰ অজানা কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.