• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ বছৰ পাছত তৈয়াৰ হ’ব গজকেশৰী যোগ! ৫ৰাশিৰ বৃহস্পতি তুংগত, বাঢ়িব বেংক বেলেন্স

১২ বছৰ পাছত তৈয়াৰ হ’ব গজকেশৰী যোগ! ৫ৰাশিৰ বৃহস্পতি তুংগত, বাঢ়িব বেংক বেলেন্স

1 year ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

17 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

32 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

60 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

4 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২ বছৰ পাছত তৈয়াৰ হ’ব গজকেশৰী যোগ! ৫ৰাশিৰ বৃহস্পতি তুংগত, বাঢ়িব বেংক বেলেন্স

১২ বছৰ পাছত তৈয়াৰ হ’ব গজকেশৰী যোগ! ৫ৰাশিৰ বৃহস্পতি তুংগত, বাঢ়িব বেংক বেলেন্স

editor by editor
December 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১২ বছৰ পাছত তৈয়াৰ হ’ব গজকেশৰী যোগ! ৫ৰাশিৰ বৃহস্পতি তুংগত, বাঢ়িব বেংক বেলেন্স
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি কোনো ৰাশিৰ জাতক জাতিকাৰ কঁপালত বৃহস্পতি সুপ্ৰসন্ন থাকিলে ভাগ্যোদয় হয়৷ শুভ সময় আৰম্ভ হয়৷ কেইবামাহৰ পাছতেই স্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে৷ যাৰ প্ৰভাৱত তৈয়াৰ হ’ব গজকেশৰী ৰাজযোগ৷ ১৪ মে ২০২৫লৈকে বৃহস্পতিয়ে বৃষ ৰাশিত থাকিব৷ ইয়াৰপাছতেই মেৰ অক্টোবৰ পৰ্যন্ত বৃহস্পতিয়ে মিথুন ৰাশিত অৱস্থান কৰিছে৷ তাতেই ১২ বছৰ পাছত গজকেশৰী যোগ নিৰ্মিত হ’ব৷

জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৫চনত বৃহস্পতিয়ে তিনিটা ৰাশিত প্ৰৱেশ কৰিব৷ সাধাৰণতে বৃহস্পতিয়ে এটা ৰাশিত প্ৰায় ১২ মাহ অৱস্থান কৰি তাৰপিছত বিপৰীতমুখী আৰু প্ৰত্যক্ষ হোৱাৰ কাৰণে ২০২৫ চনত তিনিটা ৰাশিত বক্ৰী হ’ব৷ বৃষ, মিথুন আৰু কৰ্কট ৰাশিত বক্ৰী হ’ব বৃহস্পতি৷ ২৫ত বৃহস্পতি গ্ৰহৰ কাৰণে গজকেশৰী যোগ গঠিত হ’ব৷ জানি থওক কোন কোন ৰাশিৰ বাবে বৃহস্পতিৰ দ্বাৰা গঠিত গজকেশৰী যোগ নতুন বছৰত উপকাৰী প্ৰমাণিত হ’ব?

মিথুন ৰাশিঃ জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৫ চনত প্ৰথমবাৰৰ বাবে ২৮ মেত মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ মিলন ঘটিব৷ ধৰ্ম আৰু আধ্যাত্মিক কামত আগ্ৰহ বাঢ়িব৷ মেধা আৰু কৰ্মদক্ষতা বৃদ্ধি পাব৷ আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব৷ আৰ্থিক লাভ৷ কৰ্মজীৱনত সাফল্য আৰু পাৰিবাৰিক জীৱনত সুখকৰ অভিজ্ঞতা হ’ব৷

কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনত গজকেশৰী যোগত ভাল সময় আহিব৷ শিক্ষা আৰু কৰ্মজীৱনত সাফল্য পাব পাৰে৷ বিশেষকৈ যিসকলে বিদেশত কাম বা পঢ়াশুনা কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এই সময় শুভ হ’ব৷ দাম্পত্য জীৱনত সম্প্ৰীতি আৰু তৃপ্তিও থাকিব৷

তুলা ৰাশিঃ তুলা ৰাশিৰ নৱম ঘৰত গজকেশৰী যোগ তৈয়াৰ হ’ব৷ যিয়ে এই ৰাশিৰ জাতক জাতিকাৰ জীৱনত ইতিবাচক শক্তি আনিব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিৰোধ দূৰ হ’ব৷ ঘৰ বা ফ্লেট কিনাৰ সপোন পূৰণ হ’ব৷ ধৰ্মীয় ভ্ৰমণৰ সুযোগ পাব৷ পৈতৃক ব্যৱসায়ৰ সৈতে যুক্ত ব্যক্তিৰ প্ৰচুৰ লাভ হ’ব৷

ধনু ৰাশিঃ ধনু ৰাশিৰ বাবে এই যোগ সপ্তম ঘৰত তৈয়াৰ হ’ব৷ পাৰিবাৰিক জীৱন সুখকৰ হ’ব৷ শহুৰৰ ঘৰত শুভ কাম আয়োজিত হ’ব পাৰে৷ বিবাহযোগ্য বক্তিৰ বিবাহৰ সম্ভাৱনা থাকিব৷ অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতি হ’ব৷

কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ হ’ব গজকেশৰী যোগ৷ সাৰে সাতীৰ শেষ পৰ্যায় অতিক্ৰমকাৰী ব্যক্তিয়ে তেওঁলোকৰ কৰ্মজীৱনত অগ্ৰগতি পাব৷ আৰ্থিক লাভৰ ওপৰিও সন্তান সুখৰ সম্ভাৱনা আছে৷ পঢ়াশুনাত সাফল্য পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

March 23, 2026
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ
জীৱনশৈলী

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

March 23, 2026
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
Next Post
গেছ চিলিণ্ডাৰৰ ৰং কিয় ৰঙা হয়? আঁৰত আছে ডাঙৰ এক বৈজ্ঞানিক কাৰণ

গেছ চিলিণ্ডাৰৰ ৰং কিয় ৰঙা হয়? আঁৰত আছে ডাঙৰ এক বৈজ্ঞানিক কাৰণ

চীনক মোক্ষম আঘাত ভাৰতৰ! ভিভ’ মোবাইলৰ বাবে চীনে পালে বিশেষ নিৰ্দেশনা

চীনক মোক্ষম আঘাত ভাৰতৰ! ভিভ’ মোবাইলৰ বাবে চীনে পালে বিশেষ নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.