• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

3 years ago
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

46 minutes ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

2 hours ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

3 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

4 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

4 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

6 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

7 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

7 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

8 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

8 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

1 day ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩

editor by editor
August 19, 2022
in অপৰাধ, ভাৰত
0
হিন্দু নাবালিকাক বিবাহ কৰোৱাৰ চেষ্টা! গ্ৰেপ্তাৰ হ’ল মৌলবী, মহিলাসহ ৩
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৌলবীসহ তিনিগৰাকী লোকে এগৰাকী হিন্দু নাবালিকাক জোৰজবৰদস্তি বিয়া কৰাবলৈ চেষ্টা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ উন্নাওৰ৷ ঘটনাৰ বিৱৰণীৰ মতে নাবালিকাগৰাকীক প্ৰলোভন দি মছজিদলৈ অনা হয় আৰুএগৰাকী মুছলমান মহিলাই মৌলানাকো নিকাহ কৰোৱাবলৈ মিছা কথা কৈ মছজিদলৈ লৈ নিমন্ত্ৰণ কৰে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নাবালিকাগৰাকী নেপালৰ ৰুকানগড়ী জিলাৰ জ্যোতিপুৰ গাঁৱৰ। কানপুৰৰ আজাদনগৰৰ বস্তিতে পিতৃ আৰু ভগ্নীৰ সৈতে নাবালিকাগৰাকীয়ে বাস কৰে। পিতৃয়ে ৮ বছৰ পূৰ্বে গংগা ঘাটৰ লাল বানো নামৰ এজন লোকাক ১৫ বছৰীয়া কিশোৰী গৰাকীক দিছিল আৰু তেৱেঁ নাবালিকাগৰাকীক ডাঙৰ-দীঘল কৰিছিল।

 

লগতে পঢ়ক ১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

জানিব পৰা মতে ফিৰোজাবাদৰ বাসিন্দা ফুলন সিঙে কিশোৰীগৰাকীক প্ৰলোভন দি বিয়া কৰোৱাৰ বাবে উন্নাওৰ ৰাজধানী ৰোডত অৱস্থিত মছজিদলৈ লৈ গৈছিল। মৌলানা ছামিম আহমেদকো কিশোৰীগাৰাকী নিকাহ কৰাই দিবলৈ আমন্ত্ৰণ কৰি নিয়া হৈছিল। কিন্তু যুৱকজন আৰু নাবালিকা দুয়োকেই হিন্দু বুলি জানিব পাৰি মৌলৱীয়ে প্ৰথমে নিকাহ কৰোৱাবলৈ অস্বীকাৰ কৰে।

কিন্তু ফুলনে সিঙৰ হেঁচাত মৌলানাৰ ওপৰত হেঁচা দিয়ে। তেনে সময়তে নাবালিকাগৰাকীৰ পিতৃক লগত লৈ হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে মছজিদত প্ৰৱেশ কৰে আৰু মৌলানাই বলপূৰ্বকভাৱে কিশোৰীগৰাকীক ধৰ্মান্তৰিত কৰি বিয়া কৰাই থকাৰ অভিযোগ উত্থাপন কৰে৷

ইয়াৰ পিছতে গংগা ঘাট আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে মৌলানা চামিম, লাল বানো আৰু ফুলন সিঙক গ্ৰেপ্তাৰ কৰে। ইফালে নাবালিকাগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁ কোনোবা অচিনাকি লোকৰ সৈতে বিয়া দিয়াৰ চেষ্টা কৰা হৈছিল৷

 

লগতে পঢ়ক শিক্ষানুষ্ঠানৰ এন অ’ চি প্ৰদানত বিলম্ব! হতাশাগ্ৰস্ত কণিষ্ঠ চিকিৎসকৰ আত্মহত্যা

আনহাতে, অভিযুক্ত মুছলমান মহিলা লাল বানোৱে আৰক্ষীক জনোৱা মতে মুছলমান হোৱাৰ পিছতো হিন্দু ছোৱালীজনীক নিজৰ কন্যা হিচাপে ডাঙৰ-দীঘল কৰিছে। মাতৃৰ মৃত্যুৰ পাছৰে পৰা কিশোৰীগৰাকী তেওঁৰ লগতে আছে।মহিলাগৰাকীৰ মতে ফুলন সিঙৰ সৈতে কিশোৰীগৰাকীৰ বিয়া দিয়াৰ সন্দৰ্ভত যোৱা তিনিমাহ ধৰি আলোচনা চলি আছিল।

হিন্দু জাগৰণ মঞ্চৰ আঞ্চলিক সম্পাদক বিমল তিৱাৰীয়ে জনোৱা মতে, ফিৰোজাবাদৰ যুৱক-যুৱতীসকলৰ সৈতে নাবালিকাগৰাকীক বলপূৰ্বকভাৱে বিবাহ কৰা সন্দৰ্ভত মৌলবীজনে তথ্য লাভ কৰি দলটোলৈ ফ’টো প্ৰেৰণ কৰে।

তেওঁ অভিযোগ কৰি কয় যে বিয়াৰ পাছত যুৱকজনে যে কিশোৰগৰাকীক দিল্লীত বিক্ৰী কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছিল। ইফালে ঘটনা সন্দৰ্ভত পিতৃয়ে তিনিওজনৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰি কন্যা সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে। চক্ৰ বিষয়া (নগৰ) আশুতোষ পাণ্ডেয়ে জনোৱা মতে, এই অভিযোগ এতিয়াও নিশ্চিত হোৱা নাই আৰু পৰৱৰ্তী তদন্ত অব্যাহত আছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
জীৱনশৈলী

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

January 30, 2026
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
প্ৰাক্তন বিজেপি সাংসদলৈ আপত্তিজনক ভিডিঅ’ কলিং! কেনেকৈ ৰক্ষা পৰিল বিজেপি নেতাগৰাকী?

প্ৰাক্তন বিজেপি সাংসদলৈ আপত্তিজনক ভিডিঅ’ কলিং! কেনেকৈ ৰক্ষা পৰিল বিজেপি নেতাগৰাকী?

দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.