• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিকি পণ্টিঙে নাকচ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ পদ, এইবাৰ কোন হ’ব মুখ্য প্ৰশিক্ষক

ৰিকি পণ্টিঙে নাকচ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ পদ, এইবাৰ কোন হ’ব মুখ্য প্ৰশিক্ষক

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

4 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

4 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

5 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

5 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

6 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

7 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

8 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

8 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

9 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

10 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰিকি পণ্টিঙে নাকচ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ পদ, এইবাৰ কোন হ’ব মুখ্য প্ৰশিক্ষক

editor by editor
May 23, 2024
in ক্ৰীড়া, ভাৰত
0
ৰিকি পণ্টিঙে নাকচ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ পদ, এইবাৰ কোন হ’ব মুখ্য প্ৰশিক্ষক
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন তিনিবাৰকৈ বিশ্বকাপ জয় কৰাৰ ৰিকি পণ্টিঙে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পদ নাকচ কৰিছে। বিচিচিআই এ প্ৰাক্তন খেলুৱৈগৰাকীৰ সৈতে যোগাযোগ কৰিছিল, পাছে সেই প্ৰস্তাৱ নাকচ কৰে পণ্টিঙে। তেঁও কয় যে বৰ্তমান তেওঁৰ ‘জীৱনশৈলী’ৰ লগত ই খাপ নাখায়।

শেহতীয়াকৈ আই পি এলৰ দিল্লী কেপিটেলছৰ মুখ্য প্ৰশিক্ষক হিচাপে ৭টা ছিজন সম্পূৰ্ণ কৰা পণ্টিং ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অন্তৱৰ্তীকালীন টি-২০ প্ৰশিক্ষক হিচাপে কাম কৰিছিল।

এই ক্ষেত্ৰত লগতে ইয়াকো কয় যে, ‘বৰ্তমানে জাতীয় দলৰ জ্যেষ্ঠ প্ৰশিক্ষক হ’লেহে ভাল পাম। মোৰ জীৱনত আন কিছুমান কাম আছে আৰু ঘৰতে কিছু সময় কটাব বিচাৰো’।

উল্লেখ্য যে, অহা মাহৰ টি-২০ বিশ্বকাপৰ শেষত ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকৰ চুক্তিৰ ম্যাদ উকলি যাৱ। পাছে ৰাহুলে আৰু এই পদত থাকি আগবাঢ়ি যাবলৈ অনিচ্ছুক বুলি জানিব পৰা গৈছে।

পণ্টিঙৰ বাহিৰে আন কেইগৰাকীমান হাই প্ৰফাইল নাম এই তালিকাত আছে। উল্লেখ হোৱা নাম বোৰৰ ভিতৰত আছে- চেন্নাই ছুপাৰ কিংছৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিং, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখ্য প্ৰশিক্ষক জাষ্টিন লেংগাৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ গৌতম গম্ভীৰকো সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket teamindiaIndian Cricket TeamIndian Cricket Team CoachRicky Ponting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ
নিয়োগ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

October 14, 2026
Next Post
সম্বন্ধীয় দুই ককায়েকৰ নিকৃষ্ট কাণ্ডৰ বলি ৩ বছৰীয়া, পাছত তিনি বৰদেউতাকে মিলি লুকুৱাই থলে ঘটনা

সম্বন্ধীয় দুই ককায়েকৰ নিকৃষ্ট কাণ্ডৰ বলি ৩ বছৰীয়া, পাছত তিনি বৰদেউতাকে মিলি লুকুৱাই থলে ঘটনা

গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়

গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.