• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়

গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়

2 years ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

10 minutes ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

34 minutes ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

3 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

5 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

6 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

14 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

15 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

16 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

16 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়

editor by editor
May 23, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, স্বাস্থ্য
0
গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়

গৰমৰ দিনত বহু লোকৰে ভৰি গোন্ধোৱাৰ সমস্যা থকা দেখা যায়। জোতা খুলিলেই চাৰিওফালে বিয়পি পৰে দুৰ্গন্ধ। পাছে কিদৰে পৰিত্ৰাণ পাব পাৰি এনে সমস্যাৰ পৰা। ঘৰতে অতি সহজে কেইটামান উপায় অৱলম্বন কৰি এনে সমস্যাৰ পৰা ৰেহাই পাব পাৰি।

দুৰ্গন্ধময় ভৰিৰ পৰা মুক্তি পোৱাৰ ৬টা উপায়-

১/ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক-
ভৰিৰ দুৰ্গন্ধৰ পৰা মুক্তি পোৱাটো দৈনিক ভৰিৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰুটিন অনুসৰণ কৰাৰ দৰেই সহজ। এন্টিবেক্টেৰিয়েল চাবোনেৰে ভৰি ধুই এই সমস্যাৰ পৰা ৰেহাই পাব পাৰে।

প্ৰতিদিনে ভৰি ভালদৰে ধুই ভালকৈ শুকুৱাব লাগে, বিশেষকৈ ভৰিৰ আঙুলিৰ মাজত। শ্বাৱাৰ বা গা ধোৱাৰ পিছত যেতিয়া আপুনি টাৱেলেৰে ভৰি দুখন শুকুৱাই লয়, তেতিয়া ভৰিৰ আঙুলিৰ মাজত ডেইনী হেজেল বা এপেল চাইডাৰ ভিনেগাৰ লগাব পাৰে। ঘামচি ওলোৱা ভৰিৰ চিকিৎসা এন্টিবেক্টেৰিয়েল ফুট স্ক্ৰাবৰ দ্বাৰা কৰিব পাৰি, কিন্তু যদি আপোনাৰ ছাল ফাটিছে বা একজিমা আছে তেন্তে স্ক্ৰাব ব্যৱহাৰ নকৰিব।ভৰিৰ নখবোৰ ট্ৰিম আৰু পৰিষ্কাৰ কৰি ৰাখক, যিয়ে ভৰিৰ নখৰ ভেঁকুৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

২) ফুট পাউদাৰ বা ফুট স্ক্ৰাব ব্যৱহাৰ কৰক
ভৰি দুখন পৰিষ্কাৰ কৰি শুকুৱাই লোৱাৰ পিছত পাউদাৰ প্ৰয়োগ কৰিব পাৰে, যেনে বেকিং চোডা , কৰ্ণষ্টাৰচ বা এৰোৰুট পাউদাৰ। ই ভৰিৰ অতিৰিক্ত আৰ্দ্ৰতা শোষণ কৰে।

এন্টিফাংগেল ফুট পাউদাৰ অতি উত্তম আৰু মাত্ৰ কেইটামান উপাদানেৰে ঘৰতে বনাব পাৰি। আচলতে আপুনি এই ঘৰতে বনোৱা এন্টিফাংগেল পাউদাৰটো ষ্টিংকি ভৰি আৰু ভৰিৰ নখৰ ভেঁকুৰৰ বাবে বা এচেন্সিয়েল অইলৰ সৈতে এক্সফোলিয়েটিং ফুট স্ক্ৰাব কৰিব পাৰে ।

৩/ ভৰি দুখন ভালদৰে ধুৱক
পানীত সামান্য নিমখ দি ভৰি ধুব পাৰে, চাপ পাত দিয়া পানীয়ো ব্যৱহাৰ কৰিব পাৰে, নাইবা এপেল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে ভৰি বীজাণু মুক্ত কৰাৰ লগতে ভৰিৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে।

৪/ নিতৌ জোতা সলনি কৰি পিন্ধিব আৰু ৰ’দ লগাব
জোতাৰ বাবেও কেতিয়াবা ভৰিৰ পৰা গোন্ধ ওলাই। ইয়াৰ বাবে নিতৌ জোতা ৰ’দাব লাগে। এদিন পিন্ধা জোতা এদিন এৰিহে পিন্ধিব লাগে। নিতৌ পিন্ধিলে ই গোন্ধাব।

৫) মোজা পিন্ধিব আৰু সঘনাই সলনি কৰিব
আৰ্দ্ৰতা শোষণ কৰা মোজা পিন্ধাটো অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়। নাইলনতকৈ কপাহা বা উলৰ মোজা বহুত ভাল এইক্ষেত্ৰত। কিছুমান স্প’ৰ্টছ মোজাত ভেণ্টিলেচন ফুটা থাকে যিয়ে ভৰি দুখন শুকান কৰি ৰখাতো সহায় কৰে।

৬/ খাদ্যাভ্যাস সলনি কৰক
ৰিফাইন কাৰ্বহাইড্ৰেটযুক্ত খাদ্যই প্ৰায়ে শৰীৰৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে খাদ্য হিচাপে কাম কৰিব, যাৰ ফলত নিৰ্গমনৰ পৰিঘটনাৰ জন্ম হয। সেয়ে বেছি ভজা, অধিক মছলা আদি খাদ্য পৰিহাৰ কৰিব। মদ্যপান কৰাৰ পৰাও বিৰত থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Foot smellStinky FeetSummer Foot smell
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?
বিনোদন

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

June 30, 2026
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

June 30, 2026
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 30, 2026
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

June 30, 2026
Next Post
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

অখিল গগৈলৈ এটা ডাঙৰ উপহাৰ, লুৰীণলৈ মিডিয়াম…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.