• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্বন্ধীয় দুই ককায়েকৰ নিকৃষ্ট কাণ্ডৰ বলি ৩ বছৰীয়া, পাছত তিনি বৰদেউতাকে মিলি লুকুৱাই থলে ঘটনা

সম্বন্ধীয় দুই ককায়েকৰ নিকৃষ্ট কাণ্ডৰ বলি ৩ বছৰীয়া, পাছত তিনি বৰদেউতাকে মিলি লুকুৱাই থলে ঘটনা

2 years ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

19 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

1 hour ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

2 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

3 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

3 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

5 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

5 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

7 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

8 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

20 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সম্বন্ধীয় দুই ককায়েকৰ নিকৃষ্ট কাণ্ডৰ বলি ৩ বছৰীয়া, পাছত তিনি বৰদেউতাকে মিলি লুকুৱাই থলে ঘটনা

editor by editor
May 23, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
সম্বন্ধীয় দুই ককায়েকৰ নিকৃষ্ট কাণ্ডৰ বলি ৩ বছৰীয়া, পাছত তিনি বৰদেউতাকে মিলি লুকুৱাই থলে ঘটনা
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্বন্ধীয় দুই ককায়েকৰ নিকৃষ্ট কাণ্ডৰ বলি ৩ বছৰীয়া, পাছত তিনি বৰদেউতাকে মিলি লুকুৱাই থলে ঘটনা

এইখন দেশতে সংঘটিত হোৱা মানৱ জাতিক লজ্জানত কৰা এক অতিকে নিকৃষ্ট ঘটনা। ঘটনা পোহৰলৈ অহাৰ পাছতে চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘৰৰে দুই সম্বন্ধীয় ককায়েকৰ কামনাৰ বলি এটি ৩ বছৰীয়া কনমানি। কেৱল সিমানেই নহয়, পাছত এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰে তিনি বৰদেউতাকে।

ৰাজস্থানৰ ঢোলপুৰৰ পৰা পোহৰলৈ আহিছে এই হৃদয়বিদাৰক ঘটনা। জিলাখনৰ ৰাজখেদা থানা এলেকাত বৰদেইতাকৰ দুই পুত্ৰই তিনি বছৰীয়া নিৰীহ ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰে। অভিযুক্তৰ বৰ্বৰতা ইয়াতেই শেষ নহ’ল। ধৰ্ষণ কৰি উঠি ইটাৰে মূৰ থেতেলিয়াই হত্যা কৰি মৃতদেহ জংঘলত পেলাই দিলে।

পাছত এই নিষ্ঠুৰতাক লুকুৱাবলৈ নিৰীহ শিশুটিৰ বৰদেউতাকে শিশুটিৰ মৃতদেহ খাৱৈৰ পৰা উঠাই চম্বল নদীত পেলাই দিয়ে। শিশুটিৰ মাতৃগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিৰীহ শিশুটিৰ মৃতদেহ ১০ ফুট পানীৰ গভীৰতাৰ পৰা উদ্ধাৰ কৰে। মৰণোত্তৰ পৰীক্ষাত শিশুটিক ধৰ্ষণৰ ঘটনা নিশ্চিত কৰা হয়।

মাতৃয়ে দাখিল কৰা অজাহাৰৰ ভিত্তিত জানিব পৰা অনুসৰি, ২০ মে’ৰ সন্ধিয়া প্ৰায় ৫ মান বজাত গাঁৱৰ এজন বয়োজ্যেষ্ঠক ঘেঁহু দিবলৈ গৈছিল কনমানি। উভতি আহোতে বৰদেউতাকৰ দুই পুত্ৰই ছাগলী চৰোৱাৰ অজুহাতত তিনি বছৰীয়া ভনীয়েকক লগত লৈ যায়। আনহাতে বহু দেৰিলৈকে যেতিয়া ছোৱালী ঘৰলৈ উভতি নাহে, তেতিয়া পৰিয়ালৰ লোকে শিশুটি বিচাৰিবলৈ আৰম্ভ কৰে। নিশা প্ৰায় ৮ মান বজাত এখন বিদ্যালয়ৰ সমীপত জংঘলৰ মাজত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। কিন্তু অপৰাধ লুকুৱাবলৈ তিনিজন বৰদেউতাকে মিলি চম্বল নদীত মৃতদেহটো উটুৱাই দিয়ে।

২১ মে’ৰ পুৱাই শিশুটিৰ মাতৃগৰাকীয়ে মনে মনে ঘৰৰ পৰা ওলাই আহি আৰক্ষীৰ কাষ চাপে আৰু ২০ মে’ সোমবাৰে নিশা পৰিয়ালৰ লোকেই কন্যাক হত্যা কৰি মৃতদেহ চম্বল নদীত পেলাই দিয়াৰ কথা সদৰি কৰে।

তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় এঘণ্টাৰ ভিতৰতে নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পিতৃ-মাতৃক গতাই দিয়ে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি ২২ মে’ত লাভ কৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টত নিৰীহ শিশুটিক ধৰ্ষণ কৰাটো নিশ্চিত কৰে।

ধোলপুৰৰ আৰক্ষী অধীক্ষক সুমিত মেহৰাই জনোৱা মতে, মাতৃৰ অভিযোগৰ পিছতে দুটা আৰক্ষীৰ দল গঠন কৰি তদন্ত আৰম্ভ কৰে। ২৪ ঘণ্টাৰ ভিতৰতে দুই ধৰ্ষণকাৰী ভাতৃৰ লগতে বৰদেউতাক হতকো সীমান্তৰ খাদৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Minor rape CasePolice Caserajasthanrajasthan rape caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?
বিনোদন

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

June 17, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

June 17, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
Next Post
গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়

গৰমৰ দিনত ভৰি গোন্ধাই নেকি, সহজেই আঁতৰিব এই সমস্যা কৰক এই উপায়

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ ঘটনা, হঠাতে মঞ্চ ভাঙি পৰি ৯গৰাকীৰ মৃত্যু, অৰ্ধশতাধিক আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.