• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

4 years ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

24 minutes ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 hour ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

2 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

3 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

5 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

5 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

6 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

7 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

7 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

8 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ

editor by editor
June 1, 2022
in অপৰাধ, অসম, ৰাজনীতি
0
মুখ্যমন্ত্ৰীয়ে ক’লে- আছিকুলৰ মৃত্যু দুৰ্ঘটনা, তাৰ পাছত কি ক’লে কংগ্ৰেছ-AIUDFএ
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাস্কৰ জ্যোতি বৰুৱাঃ বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিকুল ইছলামৰ মৃত্যুক মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনা আখ্যা দিয়াৰ পাছতে সৰৱ হৈ পৰিছে বিৰোধী৷

আছিকুলৰ মৃত্যুৰ ঘটনাক সন্দেহজনক বুলি মন্তব্য কৰিছে aiudfৰ বিধায়ক ৰফিকুল ইছলামে৷ গাড়ীৰ পৰা অভিযুক্তই কেনেকৈ জঁপিয়াই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰফিকুল ইছলামে৷

অভিযুক্তক আৰক্ষীয়ে গাড়ীৰ পৰা পেলাই খুন্দিয়াই মাৰে নেকি তাক লৈ সন্দেহ প্ৰকাশ কৰিছে জনিয়াৰ বিধায়কগৰাকীয়ে৷ উচ্চ ন্যায়ালয়ে এনেকুৱা ঘটনাৰ নিজাকৈ গোচৰ তৰি তদন্ত কৰাৰ বাবে আহ্বান জনায় ৰফিকুল ইছলামে৷

 

লগতে পঢ়ক স্কুল ভান চালকৰ পুত্ৰৰ সফলতাৰ কাহিনী! UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নজিৰ স্থাপন

বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে৷ এনকাউণ্টাৰ মানে অসমত পুলিচৰাজ হ’বলৈ গৈ আছে বুলি মন্তব্য আজমলৰ৷

আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই প্ৰতিবাৰে কেনেকৈ পলায়? এই প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই৷ আৰক্ষীক তীব্ৰ সমালোচনা কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়কগৰাকীয়ে৷

 

লগতে পঢ়ক গাৰ্হস্থ্য হিংসাৰ বলি হৈ স্বামী গৃহ ত্যাগ, IAS পৰীক্ষাত উত্তীৰ্ণ হৈ আদৰ্শ স্থাপন শিৱাংগীৰ

অভিযুক্তই আৰক্ষীৰ হাতৰ পৰা পলালে এনকাউণ্টাৰ হ’বই বুলি মন্তব্য বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ৷ আৰক্ষী কঠোৰ হোৱাৰ বাবে ভয়তে অভিযুক্তই পলায় বুলি উল্লেখ বিধায়কগৰাকীৰ৷

বটদ্ৰৱা কাণ্ডৰ দৰে এই সকলো ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ বটদ্ৰৱা কাণ্ডৰ পাছত এতিয়া তীব্ৰ বাকযুদ্ধত লিপ্ত হৈছে শাসক-বিৰোধী৷ মাষ্টাৰ মাইণ্ড আছিকুলৰ মৃত্যুৰ পাছত এতিয়া এনেদৰে সৰৱ হৈ পৰিছে বিৰোধী৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
Next Post
সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?

সংকটত ছোনিয়া আৰু ৰাহুল গান্ধী! ইডি-এ কিয় দিলে দুয়োকে চমন?

পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

পৰিয়ালে কৰিছিল বিচ্ছেদ, উচ্চ ন্যায়ালয়ে পুনৰ যোৰা লগালে লেচবিয়ান দম্পতীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.