• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

3 weeks ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

18 minutes ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

50 minutes ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

1 hour ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

2 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

3 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

4 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

5 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

19 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

editor by editor
April 22, 2026
in জীৱনশৈলী, ভাৰত
0
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী
0
SHARES
814
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেইবাদিন ধৰি দূৰত্ব বঢ়াই গৈ আছিল প্ৰেমিকে৷ বিবাহক লৈয়ো প্ৰায় অনিচ্ছা প্ৰকাশ কৰিবলৈ ধৰিছিল প্ৰেমিকে৷ প্ৰেমিকৰ এই ব্যৱহাৰত ক্ষোভিত প্ৰেয়সীয়ে কৰিলে আচৰিত কাণ্ড৷ প্ৰেমিকক মৰমেৰে ঘৰলৈ মাতি আনি হাত, ভৰি, চকু বান্ধি গাত কেৰোচিন ঢালি প্ৰেমিকক জ্বলাই দিয়াৰ অভিযোগ উঠিছে প্ৰেমিকাৰ বিৰুদ্ধে৷

বাংগালুৰুৰ বাদাৰাহাল্লি থানা এলেকাত এই ঘটনা৷ নিহত যুৱকৰ নাম কিৰণ৷ কিৰণৰ বয়স আছিল প্ৰায় ২৭ বছৰ৷ তদন্তত নামি প্ৰাথমিকভাৱে আৰক্ষীৰ অনুমান যে এই হত্যা পূৰ্বপৰিকল্পিত৷ তদন্তকাৰীয়ে জনাইছে যে মঙ্গলবাৰে দুপৰীয়া ২ বজাত প্ৰেমিকাৰ ঘৰত উপস্থিত হৈছিল প্ৰেমিক কিৰণ৷ তাৰপিছতেই তাতেই দগ্ধ অৱস্থাত উদ্ধাৰ হয় দেহ৷

এই ঘটনাৰ পাছতেই ২৭ বছৰীয়া তৰুণীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰো ৰুজু কৰা হৈছে৷ এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে প্ৰেয়সীক৷ প্ৰয়োজনত চিন ৰিক্ৰিয়েটো কৰা হব পাৰে৷ আৰক্ষীয়ে জনাইছে যে ৰাজাজিনগৰ এলেকাত এটা মোবাইল নেটৱৰ্ক সংস্থাৰ ষ্টোৰত কাম কৰিছিল কিৰণ আৰু প্ৰেমাই৷ তাতেই তেওঁলোকৰ প্ৰেমৰ আৰম্ভণি৷ কিন্তু বিগত কেইবাদিন ধৰি তেওঁৰ সৈতে যোগাযোগ কমাই আনিছিল কিৰণে৷ তাক লৈয়েই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল৷

আৰক্ষীয়ে জনাইছে যে জেৰাত প্ৰেমাই স্বীকাৰ কৰিছে যে ঘটনাৰ দিনা তেওঁলোক একেলগেই আছিল৷ দুয়ো একেলগে বাহিৰলৈ ওলাইয়ো গৈছিল৷ ঘৰলৈ ঘূৰি অহাৰ সময়ত কিৰণক নিজৰ ঘৰলৈ মাতিছিল তেওঁ৷ সেই সময়ত প্ৰেমাৰ ঘৰত আন কোনো সদস্য নাছিল৷ প্ৰেমাই কিৰণক জনাই যে পশ্চিমী দুনীয়াত যেনেকৈ প্ৰেমিক-প্ৰেমিকাই বিবাহৰ প্ৰস্তাব দিয়ে তেনেকৈ কিৰণকো বিবাহৰ প্ৰস্তাব দিব খোজে প্ৰেমাই৷ প্ৰেমাৰ এই ছাৰপ্ৰাইজৰ বাবে সাজু হয় প্ৰেমিক কিৰণো৷ প্ৰস্তাৱ মতেই প্ৰথমে কিৰণৰ হাত ভৰি বান্ধি দিয়ে প্ৰেমাই৷ কিৰণে তৎ ধৰিব পৰাৰ আগতেই প্ৰেমিকাই কেৰোচিন ঢালি জুই লগাই দিয়ে প্ৰেমিক কিৰণৰ গাত৷

তদন্তকাৰীৰ অনুমান পৰিকল্পনা কৰিয়েই কিৰণক হত্যা কৰিছে প্ৰেমাই৷ সেইকাৰণেই ঘৰত পূৰ্বৰে পৰাই কেৰোচিনো মজুত ৰাখিছিল৷ আৰক্ষীৰ জেৰাত প্ৰেমাই জনাইছে যে সমগ্ৰ ঘটনা তেওঁ কেমেৰাবন্দীও কৰিছে৷ আৰক্ষীৰ হাতত পৰিছে সেই ভিডিঅ’৷ ভিডিঅ’ ভালধৰণে পৰ্যবেক্ষণ কৰাৰ পাছতহে সমগ্ৰ ঘটনাৰ ৰিপৰ্ট প্ৰকাশ কৰিব আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?
খাদ্য

May 14, 2026
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?
জীৱনশৈলী

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

May 14, 2026
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?
জীৱনশৈলী

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

May 14, 2026
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
Next Post
ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন