• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনিষ্ঠতাৰ বাবদ ৫০০০, ঘৰ লোনৰ বাবে ৬০ হাজাৰ, ডিভোৰ্ছ লাগিলে ৪৫লাখ! পত্নীয়ে স্বামীক বান্ধি দিলে দৰ, আৰক্ষীৰ কাষ চাপিছে স্বামী, স্বামীক কি উপদেশ আৰক্ষীৰ?

12 months ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

54 minutes ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

3 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

4 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

5 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

6 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

23 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

24 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘনিষ্ঠতাৰ বাবদ ৫০০০, ঘৰ লোনৰ বাবে ৬০ হাজাৰ, ডিভোৰ্ছ লাগিলে ৪৫লাখ! পত্নীয়ে স্বামীক বান্ধি দিলে দৰ, আৰক্ষীৰ কাষ চাপিছে স্বামী, স্বামীক কি উপদেশ আৰক্ষীৰ?

ঘনিষ্ঠতাৰ বাবদ ৫০০০, ঘৰ লোনৰ বাবে ৬০ হাজাৰ, ডিভোৰ্ছ লাগিলে ৪৫লাখ! পত্নীয়ে স্বামীক বান্ধি দিলে দৰ, আৰক্ষীৰ কাষ চাপিছে স্বামী, স্বামীক কি উপদেশ আৰক্ষীৰ?

editor by editor
March 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ঘনিষ্ঠতাৰ বাবদ ৫০০০, ঘৰ লোনৰ বাবে ৬০ হাজাৰ, ডিভোৰ্ছ লাগিলে ৪৫লাখ! পত্নীয়ে স্বামীক বান্ধি দিলে দৰ, আৰক্ষীৰ কাষ চাপিছে স্বামী, স্বামীক কি উপদেশ আৰক্ষীৰ?
0
SHARES
856
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পত্নীৰ বিৰুদ্ধে আৰ্থিক চাপ আৰু মানসিক, শাৰীৰিক নিৰ্যাতনৰ অভিযোগ আনিছে স্বামীয়ে৷ বাংগালুৰুৰ বাসিন্দা পেছাত ছফ্টৱেৰ ইঞ্জিনীয়াৰ শ্ৰীকান্তই পত্নী বিন্দুশ্ৰীৰ বিৰুদ্ধে এই অভিযোগ আনিছে৷ অভিযোগমতে তেওঁক পত্নীয়ে আৰ্থিক চাহিদাৰ বাবে চাপ, ব্লেকমেইল আৰু আক্ৰমণো কৰিছে৷ উপায়হীন শ্ৰীকান্তই এতিয়া কাষ চাপিছে ভেলিকাভেল থানাৰ৷

শ্ৰীকান্তই জনাইছে যে ২০২২ চনৰ আগষ্ট মাহত এক মেট্ৰিমোনিয়েল চাইটৰ মাধ্যমেৰে বিন্দুশ্ৰীৰ সৈতে চিনাকি গঢ়ি উঠিছিল তেওঁৰ৷ বিবাহৰ পূৰ্বৰে পৰাই বিন্দুশ্ৰী আৰু তেওঁৰ মাতৃয়ে আৰ্থিক চাপ দিছিল শ্ৰীকান্তক৷ শ্ৰীকান্তই পত্নীৰ একাউণ্টত ৩ লাখ টকা আৰু তেওঁৰ শাহুৱেকৰ একাউন্টত বিবাহৰ বাবে ৫০০০০ টকা বিচাৰিছিল৷ সেইমতে শ্ৰীকান্তই ধন সোমোৱাই দিছিল৷

শ্ৰীকান্তই লগতে অভিযোগ কৰে যে বিবাহৰ দুই বছৰতকৈ বেছি সময় পাৰ হৈ গলেও তেওঁ আৰু পত্নী কেতিয়াও শাৰীৰিকভাৱে ঘনিষ্ঠ হোৱা নাই৷ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্কৰ চেষ্টা কৰিলে প্ৰত্যেকবাৰেই তেওঁক পত্নীয়ে তাৰবাবে ৫০০০ টকা দাবী কৰিছে৷ ইয়াৰোপৰি তেওঁ পত্নীৰ বিৰুদ্ধে তেওঁৰ পুৰুষাংগক ক্ষতি কৰা আৰু ব্লেকমেইল কৰাৰো অভিযোগ আনিছে৷

বিন্দুশ্ৰী আৰু তেওঁৰ পৰিয়ালৰ পক্ষৰ পৰা প্ৰতি মাহত ৭৫,০০০টকাৰ এটা হোম লোনো আছে সেই হোম লোনৰ ধনো শ্ৰীকান্তক ভৰিবলৈ বাধ্য কৰোৱা হৈছে৷ শ্ৰীকান্তৰ অভিযোগ, তেওঁৰ পত্নীয়ে ৱাৰ্ক ফৰ্ম হোমৰ মিটিং চলি থকাৰ সময়তেই লেপটপৰ সন্মুখত অশ্লীল ব্যৱহাৰ কৰে৷ তাৰ ফলত চাকৰিও হেৰুৱাই শ্ৰীকান্তই৷

শ্ৰীকান্তই বিন্দুশ্ৰীৰ পৰা বিবাহ বিচ্ছেদো বিচাৰিছিল৷ কিন্তু বিন্দুশ্ৰীয়ে বিচ্ছেদৰ বাবদো তেওঁৰ পৰা ডিমাণ্ড কৰিছে ৪৫লাখ টকা৷ শ্ৰীকান্তৰ এইসমূহ অভিযোগৰ পাছতেই আৰক্ষীৰ সোধপোছৰ সময়ত পত্নী বিন্দুশ্ৰীয়ে ওলোটাই অভিযোগ আনিছে শ্ৰীকান্তৰ বিৰুদ্ধে৷ তেওঁ কয় যে, শ্ৰীকান্তই তেওঁক গৃহকৰ্মীৰ দৰে ব্যৱহাৰ কৰে আৰু শাৰীৰিক নিৰ্যাতনো চলাই৷ আৰক্ষীয়ে দুই পক্ষকেই সোধপোচ কৰি ইতিমধ্যে তলব কৰিছে৷ তেওঁলোক দুয়োকে কাউন্সেলিঙৰ সময়ত মনোৰোগ চিকিৎসকৰ পৰা চিকিৎসা লবলৈ আহ্বান জনাই পাৰস্পৰিক বিবাহবিচ্ছেদৰো পৰামৰ্শ দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
Next Post
তথ্যপ্ৰযুক্তি আইনৰ অপব্যৱহাৰ কৰি কণ্টেণ্ট ব্লক ছেন্সৰচিপৰ অভিযোগ, ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিলে এলন মাস্কৰ সংস্থাই

ধন যোগৰ সৈতে শনিৰ কৃপা, কাইলৈ হঠাৎ অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন