• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিগ বিৰ অট্টালিকা ‘জলছা’ সপোনপুৰীৰ দৰে

বিগ বিৰ অট্টালিকা ‘জলছা’ সপোনপুৰীৰ দৰে

6 years ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

15 minutes ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

56 minutes ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

2 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

2 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

3 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

4 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

5 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

6 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

19 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

20 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

20 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিগ বিৰ অট্টালিকা ‘জলছা’ সপোনপুৰীৰ দৰে

‘জলছা’ৰ বর্তমান মূল্য ১২০ কোটি টকা

editor by editor
August 7, 2020
in চিনেমা
0
বিগ বিৰ অট্টালিকা ‘জলছা’ সপোনপুৰীৰ দৰে
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মুম্বাইলৈ গ’লে অমিতাভ বচ্চনৰ বাসগৃহ নোচোৱাকৈ ঘূৰি অহা খুব কম মানুহেই আছে। জুহুলৈ গ’লে বলীউডৰ বিগ বিৰ বাসগৃহ এটা দর্শনীয় স্থান, সেয়া সকলোৱে জানে। দেওবাৰ হ’লেই অনুৰাগীৰ বাবে এবাৰ হ’লেও ‘জলছা’ৰ ছাদলৈ আহে অমিতাভ বচ্চন। কিন্তু এটা কথা আপুনি জানিলে অবাক হৈ পৰিব। এই ‘জলছা’ কিন্তু অমিতাভ বচ্চনে ক্ৰয় কৰা নাছিল। কিন্তু এয়াই সত্য। অমিতাভ বচ্চন পূর্বে আছিল ‘প্ৰতীক্ষা’ নামৰ এটা অট্টালিকাত। প্ৰতীক্ষাত থকা অৱস্থাতে ‘ছাত্তা পে ছাত্তা’ ছবিৰ প্ৰস্তাৱ পাইছিল বিগ বিয়ে। এই ছবিত অভিনয় কৰি সকলোৰে মন জয় কৰিছিল বিগ বিয়ে। ছবিৰ পৰিচালক ৰমেশ চিপ্পি ইমানেই আনন্দিত হৈছিল যে তেওঁ ‘জলছা’ উপহাৰ দিছিল উপহাৰ দিছিল অমিতাভ বচ্চনক। বলীউডৰ ছেহেনশ্বাহ যথেষ্ট আনন্দিত হৈছিল এই অট্টালিকা উপহাৰ পায়। বর্তমান এই অট্টালিকাটোৰ দাম ১০০ৰ পৰা ১২০ কোটি টকা। অট্টালিকাৰ ভিতৰত আছে বাগিচা, ছুইমিং পুল, অনবদ্য ডিজাইনৰ ড্ৰয়িং ৰূমৰ পৰা লিভিং ৰূমলৈ। প্ৰিয় ষ্টাডি ৰূমত একাধিক সময় অতিবাহিত কৰে বিগ বিয়ে। জলছাৰ ভিতৰচোৱা এক কথাত সপোনপুৰীৰ দৰে। প্ৰতিদিনেই জলছা চাবলৈ আহে বিগ বিৰ হাজাৰ হাজাৰ অনুৰাগীয়ে। প্ৰিয় অভিনেতাজনৰ হাত জোকাৰি দিয়া অভিবাদনৰ বাবে বহু দূৰ দূৰণীৰ পৰা আহি ভিৰ কৰে ‘জলছা’ৰ সন্মুখত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amitabh bacchanbig bBollywood industry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’
বিনোদন

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

June 10, 2026
আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…
বিনোদন

আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

June 9, 2026
DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?
বিনোদন

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

June 8, 2026
চলমান-আমিৰৰ প্ৰিয় নায়িকা, এতিয়া কোটি কোটি টকাৰ মালিক!
বিনোদন

চলমান-আমিৰৰ প্ৰিয় নায়িকা, এতিয়া কোটি কোটি টকাৰ মালিক!

June 8, 2026
Next Post
মডেলিঙত সুযোগ দিয়াৰ নামত যৌন নির্যাতন

মডেলিঙত সুযোগ দিয়াৰ নামত যৌন নির্যাতন

বজৰং দলে কিয় দিছিল ‘জয় শ্ৰী ৰাম’ ধ্বনি?

বজৰং দলে কিয় দিছিল ‘জয় শ্ৰী ৰাম’ ধ্বনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.