• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে

1 year ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

59 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

22 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

23 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে

editor by editor
December 1, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে শোকাৱহ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে
0
SHARES
631
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে

আজি দেওবাৰে পুৱাই সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে। ৪ বন্ধুৱে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাৰ লগতে এগৰাকীয়ে হাস্পতালত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাই।

এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে চত্তীশগড়ৰ অম্বিকাপুৰত। এখন চাৰিচকীয়া বাহনত গৈ আছিল ৫ বন্ধু। সেই বাহন খনত এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চত্তীশগড়ৰ অম্বিকাপুৰ বিলাছপুৰৰ মাজত ১৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা প্ৰায় ৫.৩০ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। সেই পথতে সেই সময়তে অম্বিকাপুৰৰ পৰা বিলাছপুৰ গৈ আছিল ট্ৰাকখন। আনহাতে ৫ বন্ধু ৰায়পুৰৰ পৰা অম্বিকাপুৰ গৈ আছিল।

সেই সময়তে অম্বিকাপুৰ পোৱাৰ ঠিক পূৰ্বে দুয়োখন বাহনৰ প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষ সংঘটিত হয়। সেই দুৰ্ঘটনাত ট্ৰাক একেবাৰে বাহনখন ভাঙি ঠেকেচা কৰি বাহনৰ ওপৰত উঠে। যাৰ ফলতে বাহনখনত থকা ৪ জনৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ লগতে এগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে।

ততাতৈয়াকৈ সেইজনকো উদ্ধাৰ কৰি হাস্পতাললৈ নিয়া হয় যদিও হাস্পতালত মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, মৃত্যু হোৱা বন্ধু কেইজনৰ বয়স ২৫ৰ পৰা ৩৫ ৰ ভিতৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentAmbikapurchattishgarhChattishgarh Policeroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

Next Post
পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু

চন্দ্ৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত ডিচেম্বৰত ৩ ৰাশিৰ সকলো ফালে জয়জয়-ময়ময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন