• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

3 weeks ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

editor by editor
January 30, 2026
in প্ৰযুক্তি, বিবিধ, ভাৰত, ৰাজনীতি
0
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰী কৰ্মচাৰীসকলৰ সামাজিক মাধ্যম ব্যৱহাৰক লৈ নতুন আইন আনিলে বিহাৰ চৰকাৰে৷ এই প্ৰসংগত নিৰ্দেশিকাও জাৰি কৰা হৈছে৷ কেৱল সেয়াই নহয়, কিয় চৰকাৰী কৰ্মচাৰীয়ে সামাজিক মাধ্যমৰ ব্যৱহাৰ খুবেই সীমিতভাৱে কৰিব পাৰিব তাৰো বাখ্যা দিছে নীতিশ চৰকাৰে৷

সামাজিক মাধ্যম ব্যৱহাৰৰ নিয়মক লৈ মন্ত্ৰিসভাই অনুমোদনো দিছে৷ এয়া কেৱল কাৰ্যকৰ কৰাৰহে অপেক্ষা৷ এই নিয়ম যেনেকৈ তলৰ স্তৰৰ কৰ্মীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য তেনেকৈ ঊৰ্ধ্বতন অধিকাৰীসকলেও এই নিয়ম অনুসৰণ কৰিব লাগিব বুলি জনোৱা হৈছে৷ নতুন নিৰ্দেশিকা অনুসৰি কোনো সামাজিকমাধ্যমত একাউণ্ট খুলিবলৈ গলে সংশ্লিষ্ট দফতৰৰ পৰা অনুমতি ল’ব লাগিব কৰ্মচাৰীসকলে৷ কোনো ভুৱা একাউণ্ট বা অন্য নামত একাউণ্ট খুলিব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰীয়ে৷

নিৰ্দেশনাত লগতে কোৱা হৈছে ব্যক্তিগত কোনো পোষ্ট কৰাৰ সময়তো কৰ্মীজনে তেওঁৰ পদমৰ্যাদা অৰ্থাৎ তেওঁ কোন পদত কৰ্মৰত সেয়াও উল্লেখ কৰিব নোৱাৰিব৷ ইয়াৰোপৰি চৰকাৰৰ লগ অথৱা সেই সংক্ৰান্তিয় কোনো প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব৷ কৰ্মীসকলক পৰামৰ্শ দিয়া হৈছে যে সামাজিকমাধ্যমত ব্যক্তিগত কোনো পোষ্ট কৰাৰ সময়ত তেওঁলোকে যেন অফিচিয়েল ইমেইল আই ডি আৰু চৰকাৰী কোনো ফোন নম্বৰ তাত উল্লেক নকৰে৷

এই সন্দৰ্ভত চৰকাৰৰ যুক্তি যে কোনোৱে ব্যক্তিগতভাৱে কোনো লেখা বা ছবি পোষ্ট কৰিব পাৰিব সামাজিকমাধ্যমত৷ কিন্তু ব্যক্তিৰ নিজস্ব মতামত আৰু এজন চৰকাৰী কৰ্মী হিচাপে তেওঁৰ মতামত এই দুইটাৰ মাজত পাৰ্থক্য যাতে থাকে তাৰবাবে এই সিদ্ধান্ত৷

কি ধৰণৰ পোষ্ট কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে?

কেনেকুৱা পোষ্ট কৰিব পাৰিব সেই কথাও স্পষ্টভাৱে উল্লেখ আছে নিৰ্দেশনাত৷ কোনো অশ্লীল, উচটনিমূলক, আপত্তিজনক বা সমাজক অস্থিৰ কৰিব পৰা পোষ্ট, শান্তি বিঘ্নিত কৰা পোষ্ট বা ছবি দিব নোৱাৰিব চৰকাৰী চাকৰিয়ালে৷ কোনো জাতি, ধৰ্ম আৰু সম্প্ৰদায়ক লৈ পোষ্ট কৰিব নোৱাৰিব৷ চৰকাৰী কোনো বৈঠক বা অনুষ্ঠানৰ ছবি বা ভিডিঅ’ বিশেষকৈ সংবেদনশীল আৰু গোপন কোনো তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব৷ ইয়াৰোপৰি চৰকাৰৰ কোনো বিষয় সামাজিকমাধ্যমত পোষ্ট কৰা দেখিলেও তাত কোনো কমেণ্ট কৰিব নোৱাৰিব৷ কেৱল সেয়াই নহয় চৰকাৰৰ আভ্যন্তৰীণ কোনো বিষয় পোষ্ট কৰাৰ পৰাও বিৰত থাকিব লাগিব৷
চৰকাৰী চাকৰিয়ালে চৰকাৰী নীতিৰ সমালোচনা কৰিব নোৱাৰিব৷ কোনো ঊৰ্ধ্বতনৰ সমালোচনা কৰা পোষ্ট শ্বেয়াৰ কৰিব নোৱাৰিব৷ কোনো ব্যক্তিৰ ব্যক্তিগত তথ্য প্ৰকাশ্যে আনিব নোৱাৰিব৷ যৌন উৎপীৰণ হৈছে বা সেই খবৰত যদি ব্যক্তিৰ পৰিচয় প্ৰকাশ থাকে তেনে পোষ্ট শ্বেয়াৰ কৰিব নোৱাৰিব৷ কোনোৱে যদি এইসমূহ নিয়ন লংঘন কৰে তেতিয়া তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব আৰু বিভাগীয় তদন্তও হব৷ চৰকাৰৰ যুক্তি যে সামাজিকমাধ্যমৰ ব্যৱহাৰ বন্ধ কৰা তেওঁলোকৰ লক্ষ্য নহয়৷ বৰং এই নিয়মৰ মাধ্যমেৰে সামাজিক মাধ্যমৰ ব্যৱহাৰত কৰ্মীসকলৰ অনুশাসন, দায়িত্ব আৰু আত্মমৰ্যাদাক সুনিশ্চিত কৰাটোৱেই লক্ষ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন