• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজস্থানৰ ভোট বৈতৰণী পাৰ হ’বলৈ বিজেপি-কংগ্ৰেছৰ ভৰষা এইকেইজন ৰাজপৰিয়ালৰ সদস্যই

ৰাজস্থানৰ ভোট বৈতৰণী পাৰ হ’বলৈ বিজেপি-কংগ্ৰেছৰ ভৰষা এইকেইজন ৰাজপৰিয়ালৰ সদস্যই

2 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

1 hour ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

2 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

2 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

3 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

3 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

4 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

4 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

5 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

6 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

7 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

8 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাজস্থানৰ ভোট বৈতৰণী পাৰ হ’বলৈ বিজেপি-কংগ্ৰেছৰ ভৰষা এইকেইজন ৰাজপৰিয়ালৰ সদস্যই

editor by editor
November 25, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
ৰাজস্থানৰ ভোট বৈতৰণী পাৰ হ’বলৈ বিজেপি-কংগ্ৰেছৰ ভৰষা এইকেইজন ৰাজপৰিয়ালৰ সদস্যই
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজস্থানৰ ৰাজনীতিৰ সৈতে ৰাজপৰিয়ালৰ যোগসূত্ৰ থকাটো নতুন কথা নহয়। স্বাধীনতাৰ পৰবৰ্তীকালত ৰাজপৰিয়ালৰ সদস্যসকলে দেশৰ গণতান্ত্ৰিক পন্থাৰ ৰাজনীতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে। এইবাৰৰ নিৰ্বাচনো ব্যতিক্ৰম নহয়। শনিবাৰে ৰাজস্থানৰ লোকে ভোটিং মেছিনত সকলো প্ৰশ্নৰ উত্তৰ দিব। বাচি ল’ব তেওঁলোকৰ বিধানসভাৰ পছন্দৰ প্ৰতিনিধি। এই প্ৰতিনিধিৰ তালিকাত আছে ৬জন ৰাজপৰিয়ালৰ সদস্য।

ৰাজপুত সংগঠনৰ প্ৰতাপ ফাউণ্ডেছনৰ সদস্য মহাবীৰ সিং ছাৰাভাদিৰ মতে, ‘মানুহে এতিয়াও ৰাজপৰিয়ালৰ সদস্যসকলক সন্মানৰ চকুৰে চায়। সাধাৰণ লোকে বিশ্বাস কৰে, ৰজা-ৰানীসকলৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰিছে ৰাজস্থানৰ আটাইকেইটা দলে। ৰাজপৰিয়ালৰ ৬জন সদস্যই এইবাৰো নিৰ্বাচন খেলিছে। ইয়াৰমাজতেই ৫জন বিজেপিৰ প্ৰতিনিধি আৰু এজন কংগ্ৰেছৰ। এইসকলৰ ভিতৰত আছে

বসুন্ধৰা ৰাজেঃ ধোলপুৰ ৰাজপৰিয়ালৰ সদস্য
ৰাজস্থানৰ দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে গোৱালিয়ৰৰ সিন্ধিয়া ৰাজপৰিয়ালৰ পৰা আহিছে বসুন্ধৰা। বসুন্ধৰা ৰাজে ধোলপুৰ ৰাজপৰিয়ালৰ ৰজা হেমন্ত সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ৰাজৰ মাতৃ বিজয়া ৰাজে সিন্ধিয়াও ভাৰতী. জন সংঘৰ প্ৰতিষ্ঠাতা সদস্য আছিল। বৰ্তমান তেওঁ বিজেপিৰ সদস্য।

ধোলপুৰ বিজেপিৰ উপসভাপতি তথা ৫বাৰৰ সাংসদ বসুন্ধৰা ৰাজে ১৯৯৮ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও আছিল। বিগত বহুবছৰ ধৰি দলীয় কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বসুন্ধৰা। ৰাজস্থান বিজেপিত তেওঁ লেখত ল’বলগীয়া নেত্ৰী। কংগ্ৰেছে এইবাৰ ধোলপুৰ সমষ্টিৰ পৰা ৰাজেৰ বিপৰীতে নতুন মুখ লাল লাল চৌহানক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে।

দিয়া কুমাৰীঃ জয়পুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰী
গায়ত্ৰী দেৱীৰ তুলনীয়া পুত্ৰ ভৱানী সিঙৰ কন্যা দিয়া কুমাৰীয়ে ১০ বছৰ পূৰ্বে ৰাজস্থানৰ ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিছিল। ২০১৩ চনত মাধোপুৰৰ পৰা বিধায়কো হৈছিল দিয়া কুমাৰী। তাৰপিছতেই ২০১৯ চনত তেওঁ ৰাজছামন্দৰ পৰা সাংসদ হয়। দিয়া কুমাৰীয়ে এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ‘জয়পুৰ কি বেটী’ বুলি প্ৰচাৰ চলাইছে। জয়পুৰৰ বিদ্যাধৰ নগৰৰ এখন গুৰুত্বপূৰ্ণ আসনত তেওঁ নিৰ্বাচনী প্ৰতিদ্বন্দিতা আগবঢ়াইছে। তেওঁ ৰাজস্থানৰ বিজেপিৰ ৭ সাংসদৰ মাজত এজন।

সুশ্ৰী সিদ্ধি কুমাৰীঃ বিকানেৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰী

প্ৰাক্তন সাংসদ মহাৰাজা কৰ্নি সিং বাহাদুৰৰ নাতিনী সুশ্ৰী। সুশ্ৰী সিদ্ধি কুমাৰীয়ে ২০০৮ চনৰ পৰা বিকানেৰত ৩বাৰকৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছে। ২০১৮ চনত সিদ্ধিয়ে কংগ্ৰেছৰ কানহাইয়া ঋা্ঁওক ৩% ভোটৰ পৰাস্ত কৰাইছিল। এইবাৰ সেই সমষ্টিত সিদ্ধিয়ে পুনৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সিদ্ধিৰ বিপৰীতে কংগ্ৰেছৰ প্ৰবীন নেতা যশপাল গেহলটক সেই সমষ্টিত বিৰোধী প্ৰাৰ্থী হিচাপে থিয় কৰাইছে কংগ্ৰেছ দলে।

কল্পনা দেৱীঃ কোটা ৰাজপৰিয়াৰ ৰাণী
মহাৰাও ইজৰাজ সিংহৰ পত্নী কল্পনা দেৱী, কোটাৰ লাদপুৰা আসনত বৰ্তমান বিজেপিৰ বিধায়ক। ২০১৮ চনত তেওঁ প্ৰথমে সেই আসনত প্ৰতিদ্বন্দিতা কৰে। ৫৩% ভোট লাভ কৰি কংগ্ৰেছৰ গুলানাজ গুড্ডুক পৰাস্ত কৰাইছিল কল্পনাই। তেওঁৰ স্বামী ইজৰাজেও ২০০৯ চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হয় কোটাৰ সাংসদৰ আসনত বহে। কিন্তু ২০১৮ চনত তেওঁক কংগ্ৰেছ দলে টিকেট নিদিয়াৰ বাবে বিজেপিত যোগদান কৰে। কল্পনাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সচিব নাইমুদ্দিন গুড্ডুৱে।

কুনুৱাৰা বিশ্বৰাজ সিং মেৱাৰঃ উদয়পুৰ ৰাজপৰিয়ালৰ যুৱৰাজ

সুপৰিচিত ৰাজপুত যোদ্ধা ৰজা মহাৰানা প্ৰতাপৰ বংশধৰ বিশ্বৰাজ সিং মেৱাৰ। বিগত ১৭ অক্টোবৰত তেওঁ বিজেপিত যোগদান কৰিছে। তেওঁকেই মুখ্য প্ৰচাৰক হিচাপে লৈ বিজেপিয়ে উদয়পুৰত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। কংগ্ৰেছৰ দূৰ্গ ভাঙিবলৈ তেওঁক ব্যৱহাৰ কৰাৰ ফল বিজেপিয়ে লাভ কৰিবনে সেয়া আজি নিৰ্ণয় কৰিব উদয়পুৰৰ ভোটাৰে।

বিশ্বেন্দ্ৰ সিংঃ ভৰতপুৰ ৰাজপৰিয়ালৰ ৰজা
ভৰতপুৰৰ শেষ শাসক ব্ৰিজেন্দ্ৰ সিঙৰ সন্তান বিশ্বেন্দ্ৰ তিনিবাৰ বিজেপিৰ সাংসদ হয়। ১৯৯৯ আৰু ২০০৮ চনত দুবাৰ কেন্দ্ৰীয় মন্ত্ৰীও হৈছিল। ভৰতপুৰৰ ৰজা ব্ৰিদেন্দ্ৰ সিঙে ১৯৯৮ চনত বিজেপিৰ টিকেটত কুমহেৰ আসনৰ পৰা প্ৰথমবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু কংগ্ৰেছৰ হৰি সিঙৰ হাতত তেওঁ মাত্ৰ ৯৪৫টা ভোটত পৰাস্ত হয়। ২০০৮ চনত তেওঁ বিজেপিৰ বিৰুদ্ধাচাৰণ কৰি কংগ্ৰেছত যোগ দিয়ে।

২০০৮ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বেন্দ্ৰ আকৌ কংগ্ৰেছৰ প্রাৰ্থী হৈ নিৰ্বাচন খেনে। তেওঁ তিনিবাৰকৈ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলী জয়ী হৈ মন্ত্ৰীসভাত আছে। মুখ্যমন্ত্ৰী অশোক গেহলটে তেওঁক ৰাজ্যিক বিমান পৰিবহণ মন্ত্ৰীৰ পদৱী দিছে। এইবাৰো তেওঁ সেই একেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
Next Post
আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

ভাৰতীয় দলৰ দায়িত্ব এৰি নতুন চাকৰিত যোগদান কৰিব ৰাহুল দ্ৰাবিড়ে! ৰাহুল দ্ৰাবিড় খেলৰ সৈতে যুক্ত থাকিবনে?

ভাৰতীয় দলৰ দায়িত্ব এৰি নতুন চাকৰিত যোগদান কৰিব ৰাহুল দ্ৰাবিড়ে! ৰাহুল দ্ৰাবিড় খেলৰ সৈতে যুক্ত থাকিবনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.