• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰৰ মতে হিন্দুসকলেও দেশত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে! কিন্তু কেনেকৈ?

কেন্দ্ৰৰ মতে হিন্দুসকলেও দেশত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে! কিন্তু কেনেকৈ?

4 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

5 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

5 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

6 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

6 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

7 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

7 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

7 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

8 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

9 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

9 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

9 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কেন্দ্ৰৰ মতে হিন্দুসকলেও দেশত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে! কিন্তু কেনেকৈ?

editor by editor
March 29, 2022
in ভাৰত, ৰাজনীতি
0
কেন্দ্ৰৰ মতে হিন্দুসকলেও দেশত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে! কিন্তু কেনেকৈ?
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যকেন্দ্ৰীয় চৰকাৰৰ মতে দেশত হিন্দুসকলেও ক্ষেত্ৰ বিশেষে ধৰ্মীয় সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে৷ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে স্পষ্টকৈ কৈছে যে ৰাজ্যসমূহে হিন্দুসকলক তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদাও দিব পাৰে। কেন্দ্ৰই জনসংখ্যা, ধৰ্মীয় আৰু ভাষিক ভিত্তিত সংখ্যালঘুসকলক চিনাক্ত কৰিবলৈ আৰু ইয়াৰ ওপৰত নিৰ্দেশনা প্ৰস্তুত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা এখন শপতনামা দাখিল কৰিছে। বিষয়টো এতিয়া ১০ মে’ত শুনানিৰ বাবে আহিব।

ইফালে সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন, ১৯৯২ৰ অধীনত সংখ্যালঘু মৰ্যাদা দিয়া কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ বিৰুদ্ধে কৰা আবেদনৰ স্পষ্ট উত্তৰ দিবলৈ অধিক সময় দিয়ে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতৰ পৰা সময় বিচাৰি কৈছিল যে তেওঁ এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দাখিল কৰা শপতনামা পঢ়িবলৈ বাকী আছে সেয়ে আদালতে তেওঁলোকক শপতনামা পঢ়িবলৈ আৰু বিতৰ্ক কৰিবলৈ কিছু সময় দিয়া উচিত।

আনহাতে, ছলিচিটৰ জেনেৰেলক বিষয়টোৰ সন্দৰ্ভত কঠোৰ সমালোচনা কৰি ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ নেতৃত্বত এখন দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা শপতনামা বাতৰি কাকতত প্ৰকাশ পাইছে অথচ এতিয়াও ছলিচিটৰ জেনেৰেলে এইখন পঢ়িবলৈ বাকী আছে!

লগতে পঢ়ক মৃত্যুদূত ৱে’গনাৰ হাতৰ পৰা পুনৰ প্ৰাণৰক্ষা পৰিল ৰাষ্ট্ৰপতি জেলেনস্কিৰ!

ইয়াৰ উত্তৰত মেহতাই কয় যে তেওঁলোকৰ ওচৰত পোৱাৰ আগতে কিছুমান পিআইএলৰ নথিপত্ৰ সংবাদ মাধ্যমৰ ওচৰলৈ যায় সেয়ে কিছুমান বিষয় সংবাদ মাধ্যমত আগতীয়াকৈ প্ৰকাশ পায়। আদালতে মেহতাক চাৰি সপ্তাহৰ সময় প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে তেতিয়ালৈকে গোচৰটোত দাখিল কৰা আন আবেদনসমূহৰ উত্তৰ দাখিল কৰিব লাগিব৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় সংখ্যালঘু শিক্ষানুষ্ঠান আয়োগ আইন, ২০০৪ৰ ধাৰা ২(এফ)ক প্ৰত্যাহ্বান জনাই বিজেপি নেতা তথা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে উচ্চচতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল৷ তেওঁ আবেদনখনত কয় যে ধৰ্মীয় ভিত্তিতকৈ ৰাজ্যসমূহে জনসংখ্যাৰ ভিত্তিত চিনাক্ত কৰি সংখ্যালঘু মৰ্যাদা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

আনহাতে, বিষয়টোত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শপতনামাত কোৱা হৈছে যে আইন অনুসৰি ৰাজ্য চৰকাৰসমূহে হিন্দুসহ ধৰ্মীয় আৰু ভাষিক সম্প্ৰদায়ক নিজ নিজ ৰাজ্যত সংখ্যালঘু হিচাপে ঘোষণা কৰিব পাৰে। উদাহৰণ স্বৰূপে কোৱা হৈছে মহাৰাষ্ট্ৰই ইহুদীসকলক সংখ্যালঘু বুলি ঘোষণা কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে ইয়াৰ ওপৰত আইন প্ৰস্তুত কৰাৰ অধিকাৰ আছে।

লগতে পঢ়ক পাক প্ৰধানমন্ত্ৰী বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ : গাদী হেৰুওৱাব নেকি ইমৰাণ খানে!

কেন্দ্ৰই আইনখনৰ পক্ষ লৈ কয় যে এইটো স্বেচ্ছাচাৰী নহয়। কেন্দ্ৰৰ মতে ধৰ্মৰ ভিত্তিত সংখ্যালঘুৰ মৰ্যাদাই চৰকাৰৰ আঁচনিসমূহৰ বাবে যোগ্যতাৰ নিশ্চয়তা নিদিয়ে। আঁচনিসমূহ অৰ্থনৈতিক আৰু সামাজিকভাৱে দুৰ্বল আৰু সংখ্যালঘুসকলৰ মাজত দুখীয়া লোকসকলৰ সুবিধাৰ বাবে প্ৰণয়ন কৰা হয়৷

লাডাখত ১ শতাংশ, মিজোৰামত ২.৭৫ শতাংশ, লক্ষদ্বীপত ২.৭৭ শতাংশ, কাশ্মীৰত চাৰি শতাংশ, নাগালেণ্ডত ৮.৭৪ শতাংশ, মেঘালয়ত ১১.৫২ শতাংশ, অৰুণাচল প্ৰদেশত ২৯.২৪ শতাংশ, পঞ্জাৱত ৩৮.৪৯ শতাংশ আৰু মণিপুৰত ৪১.২৯ শতাংশহে হিন্দু ধৰ্মীয় লোক আছে৷ আবেদনখনৰ মতে এই ৰাজ্যসমূহত হিন্দুসকলহে ধৰ্মীয় সংখ্যালঘু মৰ্যাদা লাভ কৰিব লাগে৷
কিন্তু, কেন্দ্ৰই আইন অনুসৰি তেওঁলোকক ওপৰোক্ত ৰাজ্যসমূহত সংখ্যালঘু হিচাপে ঘোষণা কৰা নাই। সেয়ে উক্ত ৰাজ্যকেইখনত হিন্দুসকলে সংবিধানৰ অনুচ্ছেদ ২৯ আৰু ৩০ৰ সুৰক্ষা লাভৰ বঞ্চিত হৈছে বুলিও কোৱা হৈছে৷

আবেদনখনত লগতে কোৱা হৈছে যে কেন্দ্ৰই ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইনৰ ক্ষমতাৰ যথেষ্ট  প্ৰয়োগ কৰি বৃহৎ জনসংখ্যা থকা ৰাজ্যসমূহতো মুছলমানসকলক সংখ্যালঘু বুলি ঘোষণা কৰিছে।

লগতে পঢ়ক কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল বন্ধৰ প্ৰভাৱ

উদাহৰণ স্বৰূপে মুছলমানসকল লক্ষদ্বীপত ৯৬.৫৮ শতাংশ, কাশ্মীৰত ৯৫ শতাংশ আৰু লাডাখত ৪৬ শতাংশ। আনহাতে তেওঁলোকৰ জনসংখ্যা নাগালেণ্ডত ৮৮.১০ শতাংশ, মিজোৰামত ৮৭.১৬ শতাংশ আৰু মেঘালয়ত ৭৪.৫৯ শতাংশ থকা খ্ৰীষ্টানসকলক সংখ্যালঘু বুলি ঘোষণা কৰা হৈছে। ঠিক একেদৰে পঞ্জাৱৰ শিখসকল ৫৭.৬৯ শতাংশ জনসংখ্যা থকাৰ পিচতো ৰাজ্যখনত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰি আছে বুলি আবেদনখনত কোৱা হৈছে৷

সেয়ে বিজেপি নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে হিন্দু ধৰ্মীয় লোক কমকৈ থকা ৰাজ্যসমূহত হিন্দুক ৰাজ্য চৰকাৰসমূহে সংখ্যালঘু মৰ্যাদা দি সাংবিধানিক সুৰক্ষা আৰু সুবিধাসমূহ প্ৰদান কৰিব লাগে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24aswhini kumar upadhyayaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcentral govt.supreme courtsupreme court of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ

হত্যা নে আত্মহত্যা! হাত-চকু বন্ধা অৱস্থাত যুৱকৰ অৰ্গধলিত মৃতদেহ উদ্ধাৰ

যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী

যুৱতীক দুই বন্ধুসহ শিক্ষকৰ উপৰ্যুপৰি ধৰ্ষণ; ব্লেইকমেইলিঙেৰে যুৱতীৰ পৰা ধন দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.