• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেবিনেট মন্ত্ৰীৰ সন্মুখতে বিজেপি নেতা-বিধায়কৰ মাৰপিট, চাওক ভিডিঅ’…

কেবিনেট মন্ত্ৰীৰ সন্মুখতে বিজেপি নেতা-বিধায়কৰ মাৰপিট, চাওক ভিডিঅ’…

4 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

53 minutes ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

2 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

3 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

4 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

5 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

5 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

6 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

7 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

8 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কেবিনেট মন্ত্ৰীৰ সন্মুখতে বিজেপি নেতা-বিধায়কৰ মাৰপিট, চাওক ভিডিঅ’…

editor by editor
June 11, 2022
in ভাৰত, ৰাজনীতি
0
কেবিনেট মন্ত্ৰীৰ সন্মুখতে বিজেপি নেতা-বিধায়কৰ মাৰপিট, চাওক ভিডিঅ’…
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ এক নজিৰবিহীন ঘটনাৰ সাক্ষী হৈ ৰ’ল উত্তৰ প্ৰদেশৰ ৰাজনীতি৷ কেবিনেট মন্ত্ৰীৰ সন্মুখতে বিজেপি নেতা-বিধায়কৰ মাজতে সূত্ৰপাত ঘটিল প্ৰচণ্ড মাৰপিট৷

এই ঘটনাটো সংঘটিত হয় উত্তৰ প্ৰদেশৰ মুৰাদাবাদত৷ ঘটনাৰ বিৱৰণীৰ মতে বিজেপিৰ এখন বৈঠকত কেবিনেট মন্ত্ৰী জিতিন প্ৰসাদাৰ সন্মুখত বিজেপি নেতা আৰু বিধায়কসকলৰ মাজত প্ৰথমে বিবাদ আৰম্ভ হয়৷ এই বিবাদেই অৱশেষত প্ৰচণ্ড মাৰপিটলৈ ৰূপান্তৰ হয়৷

ইতিমধ্যে এই মাৰপিট ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ যোগী চৰকাৰৰ মুৰাদাবাদ মণ্ডলৰ পৰ্যালোচনা বৈঠকৰ বাবে লোক নিৰ্মাণ মন্ত্ৰী জিতিন প্ৰসাদে আৱৰ্ত ভৱনত উপস্থিত হৈছিল।

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ গোচৰ : তদন্তকাৰী বিষয়াক কি ক’লে আৰিয়ানে?

আৱৰ্ত ভৱনতে মুৰাদাবাদ নগৰৰ বিজেপি বিধায়ক ৰিতেশ গুপ্তা আৰু বিজেপি পিছপৰা শ্ৰেণীৰ ফ্ৰণ্টৰ ৰাজ্যিক কাৰ্যবাহী সদস্য মনমোহন ছাইনীৰ মাজত উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত প্ৰথমে বাক-বিতণ্ডাৰ সৃষ্টি হয়। দুয়োজন নেতাই মন্ত্ৰীৰ সন্মুখত গালি-গালাজ কৰাৰ পিছতে মাৰপিট আৰম্ভ কৰে।

এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সমাজবাদী পাৰ্টি, আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ নেতাসকলে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ সমাজবাদী পাৰ্টিয়ে ভিডিঅ’টো টুইট কৰি বিজেপি দলক কটাক্ষ কৰিছে৷

धत्त तेरी , लत्त तेरी , हट्ट तेरी ,
लात घूंसे और जूतम पैजार करते भाजपाई देखिए ,

ये राजकोष की बंदरबांट हेतु इकट्ठा हुए पार्टी विद डिफरेंस वाले भाजपाई हैं जो कैबिनेट मंत्री जितिन प्रसाद के सामने बाहें चढ़ाकर अपने जूतम पैजार शक्ति का प्रदर्शन कर रहे ,

यही तो इनका असली चेहरा है! pic.twitter.com/jCmZp7CVSB

— SamajwadiPartyMedia (@MediaCellSP) June 10, 2022

একে সময়তে এই ভিডিঅ’টো শ্বেয়াৰ কৰি আম আদমী পাৰ্টিয়ে লিখিছে যে ‘‘মাজে মাজে বিজেপিয়ে নিজৰ গুণ্ডা, লাফাংগে চৰিত্ৰৰ প্ৰমাণ দি থাকে। পি ডব্লিউ ডি মন্ত্রী জিতীন প্রসাদাৰ বৈঠকত বিজেপিৰ ৰাইজে ইজনে সিজনক যিদৰে গালি-গালাজ কৰিছিল আৰু জোতা-চপ্পল ব্যৱহাৰ কৰিছিল, সেই কথাই তেওঁলোকৰ ক্ষুদ্র মানসিকতাৰ পৰিচায়ক কৈছে৷ যিসকলে নিজৰ নেতাক চম্ভালিব নোৱাৰে, তেওঁলোকে ৰাজ্যখন কি চম্ভালিব!’’

समय-समय पर भाजपा अपने गुंडे और लफंगे होने का चारित्रिक प्रमाण देती रहती है।

PWD मंत्री जितिन प्रसाद की मीटिंग में जिस तरह से भाजपाईयों ने आपस में ही गाली-गलौज और जूते-चप्पल चलाये वो इनकी ओछी मानसिकता को बताता है।

जो अपने ही नेताओं को नही संभाल पा रहे वो प्रदेश क्या संभालेंगे! pic.twitter.com/5hzXwoJw3n

— Aam Aadmi Party- Uttar Pradesh (@AAPUttarPradesh) June 10, 2022

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 diigitalbest news channel in assamBest news channel of assamBest News Portal in AssamCogressspup bjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

হেণ্ডচাম পুৰুষেৰে ডেটিং কৰাটোৱেই নাৰীৰ একমাত্ৰ লক্ষ্য নে?

মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.