• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰাজিলে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নগ্ন হ’ব এইগৰাকী সুন্দৰী মডেল

ব্ৰাজিলে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নগ্ন হ’ব এইগৰাকী সুন্দৰী মডেল

4 years ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

3 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

54 minutes ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

2 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

3 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

3 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

3 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

4 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

6 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ব্ৰাজিলে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নগ্ন হ’ব এইগৰাকী সুন্দৰী মডেল

editor by editor
November 30, 2022
in ক্ৰীড়া, বিশ্ব
0
ব্ৰাজিলে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নগ্ন হ’ব এইগৰাকী সুন্দৰী মডেল
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্ৰাজিলিয়ান মডেল টাটি ওয়েগ এসময়ত আৰক্ষীকৰ্মী আছিল। কিন্তু পেছাত মন নবহিল। আৰম্ভ কৰিলে মডেলিং। আৰক্ষী হিচাপে তেওঁ যিমান খ্যাতি অৰ্জন কৰিছিল তাতকৈ বহুগুণে বেছি খ্যাতি লাভ কৰিলে মডেল হিচাপে। ব্ৰাজিলৰ চিনাকি মডেল টাটিয়ে ফিফাত ভাগ লোৱা ব্ৰাজিলৰ দলটোক উৎসাহ জনাই কৰিছে বিশেষ মন্তব্য। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা মন্তব্যটো দেখি নেটিজেনেও দাঙি ধৰিছে ভিন্ন মত।

মন্তব্যত ব্ৰাজিলিয়ান মডেল টাটিয়ে কৈছে, ‘যদি ফিফা বিশ্বকাপত ব্ৰাজিল ফাইনেলত প্ৰৱেশ কৰে তেন্তে তেওঁ নিজৰ নগ্ন ছবি মুকলি কৰি দিব। কিন্তু কেৱল ব্ৰাজিল ফাইনেলত গ’লেও তেওঁ নগ্ন হ’ব এনে নহয়। ফাইনেল খেলখনত ব্ৰাজিলৰ প্ৰতিপক্ষ হিচাপে থাকিব লাগিব জাৰ্মানিও। জাৰ্মানিয়ে ২০১৪ ৰ ফিফা বিশ্বকাপত ৭-১ গলত ধৰাশায়ী কৰিছিল ব্ৰাজিলক।

ব্ৰাজিলৰ বাসিন্দা হ’লেও টাটি বিশ্বকাপকেন্দ্ৰিক সৌন্দৰ্য প্ৰতিযোগিতাত জাৰ্মানীকহে প্ৰতিনিধিত্ব কৰিছে। কাৰণ টাটি বৰ্তমান ব্ৰাজিলৰ বাসিন্দা হ’লেও তেওঁৰ পূৰ্বপুৰুষ জাৰ্মানীৰহে বাসিন্দা। সেয়ে সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লৈ ধৰ্ম সংকটত পৰিছিল টাটি। সেয়ে টাটিয়ে দুয়োখন দেশকেই ফাইনেলত চাব বিচাৰে। মডেলগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ পৰিয়াল জাৰ্মানীৰ হ’লেও ব্ৰাজিলেই এই বিশ্বকাপ জয় কৰাটো তেওঁ মনে-প্ৰাণে বিচাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
Next Post
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডত জড়িত আন এজন ছাত্ৰনেতাক গ্ৰেপ্তাৰ…

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডত জড়িত আন এজন ছাত্ৰনেতাক গ্ৰেপ্তাৰ...

চৰকাৰী নিয়ন্ত্ৰণ বঢ়াবলৈকে ডিজিটেল মুদ্ৰাৰ আৰম্ভনি হ’ব দেশত! কেনেকৈ কাম কৰিব ডিজিটেল মুদ্ৰাই, কিমান নিৰাপদ ডিজিটেল মুদ্ৰা?

চৰকাৰী নিয়ন্ত্ৰণ বঢ়াবলৈকে ডিজিটেল মুদ্ৰাৰ আৰম্ভনি হ’ব দেশত! কেনেকৈ কাম কৰিব ডিজিটেল মুদ্ৰাই, কিমান নিৰাপদ ডিজিটেল মুদ্ৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.