• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

4 months ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

8 minutes ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

52 minutes ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

18 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

19 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

20 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

21 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

22 hours ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

23 hours ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

editor by editor
September 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯ গ্ৰহৰ মাজত বুধ গ্ৰহৰ এক বিশেষ স্থান আছে৷ ই গ্ৰহৰ ৰাজপুত্ৰ হিচাপেও পৰিচিত৷ জ্যোতিষশাস্ত্ৰত বুধক বুদ্ধি, যুক্তি, ব্যৱসায় আৰু সম্পদৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ সেই কাৰণেই এই গোচৰ প্ৰতিটো ৰাশিৰ জীৱনলৈ গভীৰ প্ৰভাৱ আনিব৷ বুধে প্ৰায় প্ৰতি ২৩ দিনত এটা ৰাশিৰ পৰা অন্য ৰাশিত গমন কৰে৷ জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা অক্টোবৰ মাহ খুবেই বিশেষ হব৷ কাৰণ এই মাহত বুধে তাৰ অৱস্থান দুবাৰ পৰিবৰ্তন কৰিব৷ জ্যোতিষীৰ মতে এই পৰিবৰ্তন নিৰ্দিষ্ট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷

জ্যোতিষীৰ মতে ৩ অক্টোবৰ ২০২৫ দশেৰাৰ পাছৰ দিনা, বুধে কন্যা ৰাশিৰ পৰা তুলা ৰাশিলৈ গমন কৰিব৷ ২৪ অক্টোবৰ, ২০২৫ত বুধে তুলা ৰাশিৰ পৰা বৃশ্চিক ৰাশিত গমন কৰিব৷ এই এমাহৰ ভিতৰত বুধৰ দুটা গোচৰৰ ফলত ১২ ৰাশিৰ জীৱনত প্ৰভাৱ পৰিব৷  বিশেষকৈ সিংহ, তুলা আৰু বৃশ্চিক ৰাশিৰ এই সময়কালত উল্লেখযোগ্য সুবিধা লাভৰ আশা কৰা হৈছে৷

সিংহ ৰাশি

এই সময়কাল সিংহ ৰাশিৰ বাবে খুবেই শুভ হব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভাগ্য আপোনাৰ পক্ষত থাকিব৷ চাকৰিয়ালে পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে৷ বিদেশ ভ্ৰমণো সম্ভৱ৷ পূৰ্ববৰ্তী অমীমাংসিত কামসমূহ সম্পন্ন হব৷ পাৰিবাৰিক জীৱনত সম্প্ৰীতিৰ উন্নতি হব৷

তুলা ৰাশি

এই সময়ত তুলা ৰাশিৰ জীৱনলৈ বিভিন্ন সুযোগ আহিব৷ আপোনাৰ সন্মান বাঢ়িব৷ আপুনি ঘৰ বা যানবাহন ক্ৰয়ৰ সুযোগ পাব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত ভুল বুজাবুজি দূৰ হব আৰু সুখ বৃদ্ধি পাব৷ ব্যৱসায়ীয়ে উল্লেখযোগ্য লাভ কৰিব৷ অৱশ্যে ধৈৰ্য্য অপৰিহাৰ্য৷

বৃশ্চিক ৰাশি

বুধৰ উভয় গোচৰ বৃশ্চিক ৰাশিৰ জাতকৰ বাবে উপকাৰী হব৷ আয়ৰ নতুন উৎস সন্মুখত খুলিব৷ বিনিয়োগত ভাল ৰিটাৰ্ণ পাব৷ কঠোৰ পৰিশ্ৰম কৰিলে কেৰিয়াৰত কাঙ্খিত সাফল্য পাব৷ এই সময়ত আৰ্থিক অগ্ৰগতি আৰু নতুন সাফল্য আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

January 29, 2026
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ
জীৱনশৈলী

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

January 29, 2026
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?
জীৱনশৈলী

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

January 28, 2026
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ
জীৱনশৈলী

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

January 28, 2026
Next Post
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন