• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

6 months ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

4 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

5 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

5 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

5 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

6 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

6 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

6 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

7 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

7 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

8 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

9 hours ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

editor by editor
November 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি, গ্ৰহৰাজ বুধক বুদ্ধিমত্তা, যোগাযোগ, যুক্তি, বাণিজ্য আৰু বিশ্লেষণাত্মক ক্ষমতাৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ বুধ গ্ৰহই ২০ নৱেম্বৰ পৰ্যন্ত অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিব৷ ইয়াৰ ফলত বুধ শনিৰ সংযোগ তৈয়াৰ হব, জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰাজ বুধক বুদ্ধিমত্তা, যোগাযোগ, যুক্তি, বাণিজ্য আৰু বিশ্লেষণাত্মক ক্ষমতাৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ বুধ গ্ৰহই ২০ নৱেম্বৰ পৰ্যন্ত অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিব৷ ইয়াৰ ফলত বুধ-শনিৰ সংযোগত তৈয়াৰ হ’ব, যি ৩ ৰাশিৰ অধীনত জন্মগ্ৰহনকাৰীসকলৰ বাবে উপকাৰী৷

বুধ বুদ্ধিমত্তাৰ কাৰক গ্ৰহ

জ্যোতিষশাস্ত্ৰ অনুসৰি, গ্ৰহৰাজ বুধক বুদ্ধিমত্তা, যোগাযোগ, যুক্তি, বাণিজ্য আৰু বিশ্লেষণাত্মক ক্ষমতাৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ বুধে যেতিয়া কোনো ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া এগৰাকী ব্যক্তিৰ চিন্তাভাৱনা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব৷

বুধে ২০ নৱেম্বৰ পৰ্যন্ত অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিব

জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি, বুধ গ্ৰহই শনিৰ অনুৰাধা নক্ষত্ৰত আছে আৰু ২০ নৱেম্বৰ পৰ্যন্ত তাতেই থাকিব৷ এই সময়কালত বুধৰ অৱস্থান নিৰ্দিষ্ট ৰাশিচক্ৰৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ জানক ৩ ৰাশি সম্পৰ্কে৷

মিথুন ৰাশি

বুধৰ এই পৰিবৰ্তন মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে অগ্ৰগতি আৰু সাফল্য কঢ়িয়াই আনিব৷ কথাবাৰ্তা আৰু মধুৰ হৈ উঠিব আৰু ব্যক্তিত্ব আৰু আকৰ্ষণীয় হৈ উঠিব৷ ব্যৱসায়িক পৰিকল্পনা সফল হব আৰু পৰি থকা কামসমূহ সম্পন্ন হব পাৰে৷ এই সময়ত চাকৰিয়ালৰ বাবেও অগ্ৰগতিৰ ইংগিত দিয়ে৷ তদুপৰি আৰ্থিক লাভ আৰু সম্পৰ্কৰ মাজত সম্প্ৰীতি বৃদ্ধিৰ সম্ভাৱনা আছে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ নিজেই, সেয়ে অনুৰাধা নক্ষত্ৰত ইয়াৰ গোচৰ বিশেষভাৱে শুভ হব৷ এই সময়ত চাকৰিজীৱিয়ে পদোন্নতি বা দৰমহা বৃদ্ধিৰ লক্ষণ পাব পাৰে৷ ব্যৱসায়ীয়েও লাভৰ সুযোগ পাব৷ এই সময়ত শিক্ষাৰ্থীসকলৰ বাবে একাগ্ৰতা আৰু সাফল্যৰ সময়৷ পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে অনুৰাধা নক্ষত্ৰত বুধৰ গোচৰ আৰ্থিক স্থিতিশীলতা আৰু আত্মবিশ্বাসৰ প্ৰতীক৷ আপোনাৰ পুৰণি পৰিকল্পনা সফল হব আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন সুযোগ তৈয়াৰ হব৷ ঋণমুক্তি বা ৰৈ থকা সম্পদ উভতাই পাব পাৰে৷ মানসিক শান্তি অনুভৱ কৰিব আৰু কৰ্মক্ষেত্ৰত চিনিয়ৰসকলৰ পৰা সহায়তা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

April 20, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

April 20, 2026
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?
জীৱনশৈলী

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

April 20, 2026
Next Post
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.