• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে

শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে

4 months ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

2 mins ago
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

1 hour ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

2 hours ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

3 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

3 hours ago
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

4 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

2 weeks ago
কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

2 weeks ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

2 weeks ago
৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে

editor by editor
July 31, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে

কালি ৩০ জুলাই তাৰিখে কাল সন্ধিয়া কাছাৰত সংঘটিত হৈছে এক অতিকে শিহৰণকাৰী ঘটনা। সুৰাসক্ত খুৰাকৰ হাতত অকালতে প্ৰাণ হেৰুৱালে এটি ২ বছৰীয়া কণমানি শিশুৱে। ঘটনাৰ পাছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় হত্যাকৰী খুৰাকক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কাছাৰৰ দয়াপুৰ চাহ বাগিচাৰ আতইছৰা বস্তিত সংঘটিত হৈছে এই চাঞ্চল্যৰ হত্যাকাণ্ড। সুৰাৰ ৰাগিত কব নোৱাৰা হোৱা খুৰাকে কালি সন্ধিয়াৰ ভাগত দাৰে ডিঙি কাটি হত্যা কৰে নিজৰেই ককায়েকৰ ২ বছৰীয়া কণমানি ভতিজাকক।

খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী খুৰাক ছুঠন ৰিকিয়াশনক গ্ৰেপ্তাৰ কৰে। সন্ধিয়া ঘৰৰ চোতালতে আন শিশুৰ সৈতে খেলি আছিল কণমানি শিশুটি। সেই সময়তে সুৰামত্ত অৱস্থাত ঘৰত উপস্থিত হৈ ছুটন ৰিকিয়াশনে ২ বছৰীয়া শিশুটিক ঘৰত লৈ যায় আৰু দাৰে ডিঙি কাটি হত্যা কৰে ।

ঘটনাৰ সময়ত শিশুটিৰ পিতৃ মাতৃ বাগিচাত কাম কৰি আছিলে। কিন্তু ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে প্ৰতিবেশী ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী খুৰাকক নিজৰ জিম্মাত ৰাখি আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী খুৰাকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় । লগতে কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে দয়াপুৰ বাগিচাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে কি কাৰণত খুৰাকে নিজৰেই কণমানি ভতিজাক এনেদৰে হত্যা কৰে সেই বিষয়ে বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। তদন্ত সকলো বিষয় স্পষ্ট হব বুলি জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policeCacharmurder casesilchar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনে কৈছিল গৰিমাৰ নামতেই মা আছে, তাই মাৰ দৰেই যত্ন লয়, ওপজা দিনত প্ৰিয় গল্ডীক সোঁৱৰি কান্দি কান্দি অসুস্থ গৰিমা শইকীয়া গাৰ্গ
অসম

জুবিনে কৈছিল গৰিমাৰ নামতেই মা আছে, তাই মাৰ দৰেই যত্ন লয়, ওপজা দিনত প্ৰিয় গল্ডীক সোঁৱৰি কান্দি কান্দি অসুস্থ গৰিমা শইকীয়া গাৰ্গ

November 18, 2025
জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?
অসম

জুবিনবিহীন প্ৰথমটো ওপজা দিন, জীৱিতকালতেই জুবিন গাৰ্গক কোনে কৈছিল, এই ল’ৰাজনে গানেৰে এদিন বিশ্বজয় কৰিব?

November 18, 2025
এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম
অসম

এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

November 16, 2025
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
Next Post
সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান

সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান

প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.