পিতৃৰ কফিনৰ ফুলেৰে খেলিছে এটা কণমানিয়ে। দুবছৰীয়া সন্তানে গামোচা বুলাই দিলে পিতৃৰ ফোটত। পঞ্চভূতত বিলীন বীৰ জোৱান হৰধন ৰায়।
Read moreকৰিমগঞ্জত দুই যুৱতীক দলবদ্ধ ধৰ্ষণ। ৬ পাষণ্ডৰ দ্বাৰা ধৰ্ষিত ২ যুৱতী। চিকিৎসাধীন মাতৃৰ খবৰ লৈ ঘৰলৈ উভতাৰ পথত এই ধৰ্ষণ...
Read moreশিৱসাগৰ দিমৌমুখত ভয়ংকৰ ঘটনা। কালী পূজাৰ নিশা ৫ শিশুক বলিৰ পৰিকল্পনা। স্থানীয় লোকৰ তৎপৰতাত দৈৱক্ৰমে ৰক্ষা নিষ্পাপ শিশুকেইটি।
Read moreহোজাইত গাড়ী ৰখাই ডকাইতিৰ চেষ্টা। পিষ্টলসহ আটক ২ ডকাইত।
Read moreবৰ্বৰ পাকিস্তানীৰ নৃশংসতাত পিতৃহাৰা বিলাসীপাৰাৰ কণমানি। দুবছৰীয়া কণমানিটোৱে বুজিয়েই পোৱা নাই তাৰ পিতৃৰ বীৰত্বব্যঞ্জক মৃত্যুৰ কথা। উৰিত দেশমাতৃৰ হকে প্ৰাণ...
Read moreজালত পৰিল গেৰুৱা নেতা। মৰাৰ ছাল টানি খোৱা বিজেপি নেতা দুর্নীতি নিবাৰকৰ জালত। PMAY, জবকার্ডৰ নামত হাওৰাঘাটত ব্যাপক দুর্নীতি।
Read moreপ্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেত্ৰী অজন্তা নেওগৰ বিজেপি গমন! কিয় বিজেপিলৈ ভৰি দাঙিছে অজন্তা নেওগে? নেওগৰ বিজেপি গমনত প্ৰভাৱিত হ’ব মিত্ৰজোঁট।...
Read moreপলাশবাৰী অগপত জুই। কমলা কলিতাই জুই দিছে অগপত। অগপ ত্যাগ অসংখ্যজনৰ। আনহাতে, অগপক পলাশবাৰী এৰি নিদিয়াৰ হুংকাৰ বিজেপি নেতাৰ।
Read moreখাৰঘুলিত পাহাৰ খনন কৰা ৰাহুল চেট্টীৰ দৌৰাত্ম অব্যাহত। প্ৰশাসনৰ নিৰ্দেশৰ পাছতো এপাৰ্টমেণ্ট নিৰ্মাণ কাৰ্য।
Read more[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.