লেখা

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

সনাতন ধৰ্ম প্ৰয়াত পূৰ্বপুৰুষক শ্ৰদ্ধা জনোৱাৰ ৰীতি প্ৰচলিত আছে৷ পিতৃপুৰুষ প্ৰসন্ন হলে সৌভাগ্য লাভ কৰা হয় বুলি প্ৰচলিত বিশ্বাস৷ আহিন...

Read more

ড্ৰাইভিং লাইছেন্সৰ সৈতে মোবাইল-আধাৰ লিংক কৰিলেনে? কেনেকৈ লিংক কৰিব? নকৰিলে কি সমস্যা?

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ে জনাইছে যে ড্ৰাইভিং লাইচেঞ্চৰ সৈতে মোবাইল নম্বৰ আৰু আধাৰ লিংক কৰিব লাগিব৷ এই তথ্য আপডেট কৰিবৰ...

Read more

৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

পাঁচ বছৰৰ পাছত ভাৰতত আকৌ খুলিব পাৰিব টিকটক? ছচিয়েল মিডিয়াত এই জল্পনা আৰম্ভ হৈছে৷ শুকুৰবাৰে ছচিয়েল মিডিয়াত চলিছে এই চৰ্চা৷...

Read more

সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?

১৯৯৫ত প্ৰথমবাৰ বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ খিতাপ তেওঁ অৰ্জন কৰিছিল৷ তাৰপিছতেই ১৮ বছৰ ধৰি লেথাৰিকৈ তেওঁ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত...

Read more

৩৭বছৰীয়া সংসাৰৰ সমাপ্তি! গোবিন্দৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ডিভোৰ্ছৰ গোচৰ পত্নী সুনীতাৰ?

প্ৰায় ৩৭ বছৰ ধৰি সাংসৰিক জীৱন অতিবাহিত কৰিছে গোবিন্দ আৰু সুনীতা আহুজাই৷ ৰূপালী পৰ্দালৈ অহাৰ পূৰ্বেই সুনীতাক বিবাহ কৰাইছিল গোবিন্দই...

Read more

শৰীৰত ভিটামিন ডিৰ পৰিমাণ কিমান থাকিলে বিপজ্জনক কলৰেক্টেল কৰ্কটৰ আশংকা কমে? গৱেষণাত প্ৰকাশ ভয়ংকৰ কেইবাটাও তথ্য

কলৰেক্টাল কৰ্কট৷ ব্লাড, লিভাৰ বা স্তনৰ কৰ্কটৰ দৰে পৰিচিত নহলেও এই কৰ্কটক লৈ বিশ্বজুৰি আতংক বাঢ়িছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষাই...

Read more

গণেশ চতুৰ্থীত ৫ মহাশুভ যোগ, প্ৰচুৰ অৰ্থলাভ, বেংক একাউণ্ট উপচি পৰিব এই ৫ৰাশিৰ

ভাদ মাহৰ শুক্লা চতুৰ্থী তিথিত পালিত হয় গণেশ চতুৰ্থী৷ পুৰাণ অনুসৰি এই তিথিতেই জন্ম হৈছিল সিদ্ধিদাতা গণেশৰ৷ গণেশৰ কৃপাত আমি...

Read more

বটলৰ পুৰণি পানী নেপেলোৱাকৈ তাতেই আকৌ পানী ভৰাইছে? প্ৰতিদিনে ব্যৱহাৰ কৰা বটল সদায়ে ধুৱেনে? পানী বটলৰ পৰাই বিয়পিব পাৰে এইকেইটা ৰোগ

ঘৰতেই হওক বা কাৰ্যালয় সকলোৱে ঘৰত পানী বটল ৰাখেই৷ বটলত নতুনকৈ পানী ভৰাইয়ো থকা হয়৷ পানী ভৰাওঁতে কোনো কোনো লোকে...

Read more

ছেপ্টেম্বৰৰ ১৫ দিনত দুটাকৈ গ্ৰহণ, সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন, হ’ব অৰ্থবৃষ্টি

সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ যেনেকৈ মহাকাশবিদ্যাত অত্যন্ত উল্লেখযোগ্য ঘটনা৷ জ্যোতিষশাস্ত্ৰতো চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ বিশেষ গুৰুত্ব আছে৷ হিন্দুধৰ্ম আৰু বৈদিক জ্যোতিষ অনুসৰি...

Read more

চন্দ্ৰ মঙ্গলৰ মহালক্ষ্মী যোগত বাম্পাৰ লাভ ৩ ৰাশিৰ! ঋণৰ পৰা মুক্তি, খাদ্য খুলিব কোন কোন ৰাশিৰ?

বিভিন্ন গ্ৰহৰ যুঁটিৰ প্ৰভাৱত বিভিন্ন শুভ আৰু অশুভ ৰাজযোগ তৈয়াৰ হয়৷ এইসমূহে বিভিন্ন ৰাশিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়৷ কিছু যোগ...

Read more
Page 256 of 440 1 255 256 257 440

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]