বিশ্ব

আহিয়েই এলনে সলালে নিয়ম! টুইটাৰত খোল খাব কংগনা ৰাণাৱটৰ একাউণ্ট…

অসম লাইভ২৪ঃ এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতেই টুইটাৰত আহিছে এটাৰ পিছত আনটো সাল-সলনি। মাস্কে টুইটাৰ কিনিয়েই সকলোৰে বাবে উপযোগী...

Read more

এইবাৰ কি কৰে ঠিক নাই! মাস্কে টুইটাৰ ক্ৰয় কৰিয়েই উৰুৱাই দিলে নীলা চৰাইক…

অসম লাইভ২৪ঃ টুইটাৰত সলনি হ’ল এলন মাস্কৰ পৰিচয়। কিছুদিন পূৰ্বে নিজকে 'পাৰফিউম বিক্ৰেতা’ বুলি পৰিচয় দিয়া এলনে এইবাৰ টুইটাৰত নিজৰ...

Read more

শৰীৰৰ কোনকেইটা অংগ পৰিষ্কাৰ নকৰে পুৰুষে? এইকেইটা অংগ অপৰিষ্কাৰ হ’লেই আক্ৰমণ কৰে ৰোগে…

অসম লাইভ২৪ঃ সুস্থ জীৱন-যাপনৰ অন্যতম প্ৰয়োজনীয় বিষয়েই হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা৷ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাবলৈ নিয়মিত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ৷...

Read more

ৱেইটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

অসম লাইভ ২৪ঃ বিশ্বজুৰি প্ৰায় সকলো সংবাদমাধ্যমেৰেই শিৰোনাম ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি ছুনাক৷ ব্ৰিটেইনত ভাৰতীয়মূলৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব...

Read more

বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?

অসম লাইভ২৪ঃ বুৰ্জ খলিফা, সপোনৰ অট্টালিকা। পৃথিৱীৰ এই সু-উচ্চ অট্টালিকাত এটা ফ্লেট ক্ৰয় কৰাটো বহুতৰে সপোন হ’লেও এই সপোন সম্ভৱ...

Read more

২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই…

অসম লাইভ ২৪ঃ এদিন সমগ্ৰ বিশ্বক ভাৰতে শাসন কৰিব! ভাৰতৰ সৈতে সহযোগ কৰিব ৰাছিয়াই। এই ভৱিষ্যতবাণী কৰিছিল ভৱিষ্যতদ্ৰষ্টা নষ্ট্ৰাডামুছে। ৰাছিয়া-ইউক্ৰেইনৰ...

Read more

এয়াই প্ৰথম নহয়! পূৰ্বেও ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াত চাফা কৰিছিল শৌচাগাৰ…

অসম লাইভ২৪ঃ টি-২০ বিশ্বকাপত এইবাৰো তুংগত উঠিছে হোটেল বিতৰ্ক। ভাৰতীয় দলটোৱে অনুশীলনৰ সময়ত অষ্ট্ৰেলিয়াত থকা বিশেষ হোটেলখনক লৈ চলিছে চৰ্চা।...

Read more

কোনে কয় ৰামো নাই অযোধ্যাও নাই! ৰাম নগৰী অযোধ্যাৰ আলোকৰ চৰ্চা এতিয়া দেশে দেশে…

অসম লাইভ ২৪ঃ 'সেই ৰামো নাই অযোধ্যাও নাই’ এই অপ্তবাক্যশাৰী সকলো সময়তে শুদ্ধ নহয়! ৰাম নাথাকিলেও সজাই তোলা হৈছে অযোধ্যা।...

Read more

মেন অৱ দ্যা মেছ গ্ৰহণ কৰি বিৰাটে ক’লে, পাৰ্থক্য এক বলৰ! মোহালীৰ পৰা মেলবৰ্ণ একেটাই ফৰ্ম, কি ফৰ্মৰ কথা ক’লে বিৰাটে সবিশেষ জানিবলৈ ক্লিক কৰক…

অসম লাইভ২৪ঃ মেলবৰ্ণত পাকিস্তানৰ বিৰুদ্ধে হোৱা হাইভল্টেজ খেলত জয়লাভ কৰিলে ভাৰতে। টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই বিৰাট বাহিনীয়ে দেখুৱালে পাৰদৰ্শিতা। বিৰাটে...

Read more

জোকৰ মুখত চূণ! অৰ্শ্বদীপ সিঙৰ প্ৰদৰ্শনে দিলে নেটিজেনক প্ৰত্যুত্তৰ…

অসম লাইভ ২৪ঃ টি-২০ বিশ্বকাপত ভাৰতৰ অনভিজ্ঞ বলাৰ অৰ্শ্বদীপ সিঙৰ সন্মুখত নতশিৰ হ'ল পাকিস্তানৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱান। অষ্ট্ৰেলিয়াৰ...

Read more
Page 351 of 469 1 350 351 352 469

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]