• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইফোনত বেছি এণ্ড্ৰয়েডত কম! ভাড়াৰ এই পাৰ্থক্য কিয়? ওলা, উবেৰলৈ নটিছ কেন্দ্ৰৰ

আইফোনত বেছি এণ্ড্ৰয়েডত কম! ভাড়াৰ এই পাৰ্থক্য কিয়? ওলা, উবেৰলৈ নটিছ কেন্দ্ৰৰ

1 year ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

5 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

6 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

6 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

7 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

7 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

8 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

8 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

9 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

10 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

10 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আইফোনত বেছি এণ্ড্ৰয়েডত কম! ভাড়াৰ এই পাৰ্থক্য কিয়? ওলা, উবেৰলৈ নটিছ কেন্দ্ৰৰ

আইফোনত বেছি এণ্ড্ৰয়েডত কম! ভাড়াৰ এই পাৰ্থক্য কিয়? ওলা, উবেৰলৈ নটিছ কেন্দ্ৰৰ

editor by editor
January 23, 2025
in জীৱনশৈলী
0
আইফোনত বেছি এণ্ড্ৰয়েডত কম! ভাড়াৰ এই পাৰ্থক্য কিয়? ওলা, উবেৰলৈ নটিছ কেন্দ্ৰৰ
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফোনৰ ভিত্তিত ভাড়া নিৰ্ধাৰণ৷ অদ্ভুত যেন লাগিলেও এয়াই সত্য৷ এণ্ড্ৰয়েডত ভাড়া কম, কিন্তু আইফোনত ভাড়া বেছি৷ কিয় এই বৈষম্য সেই অভিযোগ তোলপাৰ হৈছিল সামাজিকমাধ্যম৷ অভিযোগৰ ভিত্তিত জনপ্ৰিয় এপ কেব সংস্থা ওলা আৰু উবেৰক নটিছ পঠিয়াইছে কেন্দ্ৰীয় চৰকাৰে৷ এই ধৰণৰ অভিযোগৰ বাখ্যাও তলব কৰা হৈছে৷

কেন্দ্ৰৰ উপভোক্তা মন্ত্ৰণালয়ৰ অধীনস্থ চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকছন অথৰিটিয়ে ওলা আৰু উবেৰলৈ নটিছ প্ৰেৰণ কৰিছে৷ তাত কোৱা হৈছে কিহৰ ভিত্তিত সংস্থাসমূহে যাত্ৰাপথৰ মূল্য নিৰ্ধাৰণ কৰে, তাৰ বাখ্যা দাঙি ধৰিব লাগিব৷ ফোন অনুসৰি কিয় এই বৈষম্য তাৰো জৱাব দিব লাগিব সংশ্লিষ্ট কৰ্তৃপক্ষই৷ পৰিসেৱাৰ স্বচ্ছতা বজাই ৰাখিবলৈ এই বাখ্যা অত্যন্ত প্ৰয়োজনীয় বুলিও জনাইছে কেন্দ্ৰই৷

কেইদিনমান পূৰ্বে এগৰাকী যাত্ৰীয়ে দুটা ফোন এণ্ড্ৰয়েড আৰু এপল’ৰ পৰা বুকিং কৰি ছবি সামাজিক মাধ্যমত পষ্ট কৰিছে৷ তাত স্পষ্টৰূপত দেখা গৈছে যে এক নিৰ্দিষ্ট স্থানৰ পৰা একেই গন্তব্যৰ বাবে দুটি পৃথক পৃথক কোম্পানীৰ ফোনৰ পৰা কেব বুক কৰিছিল৷ তাতেই আশ্চৰ্যজনকভাৱে আইফোনৰ পৰা ভাড়া বেছি বিচৰা হৈছিল৷ সেই ঘটনাৰ পৰাই বিতৰ্কৰ সূত্ৰপাত৷ এণ্ড্ৰয়েডতকৈ আইফোন ব্যৱহাৰকাৰীৰ পৰা বেছি টকা বিচাৰে কেব সংস্থাসমূহে৷

সেই সময়ত এই বিতৰ্কত ওলাই কোনো মন্তব্য কৰিবলৈ ৰাজি নহলেও উবেৰে জনাইছে যে দূৰত্ব, সময় আৰু সেই সময়ত বাহনৰ চাহিদাৰ নিৰিখত ভাড়া নিৰ্ধাৰিত হয়৷ কোন ডিভাইছৰ পৰা বুক কৰা হৈছে সেয়া চোৱা নহয়৷ সংস্থাসমূহৰ বিৰুদ্ধে এই অভিযোগ উঠাৰ পাছতেই ক্ৰেতা আৰু সুৰক্ষা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই সংস্থাসমূহৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
Next Post
মাত্ৰ কেইটামান দিন, ফেব্ৰুৱাৰীতেই তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ, কঁপাল খুলিব এই ৩ৰাশিৰ জাতকৰ

মাত্ৰ কেইটামান দিন, ফেব্ৰুৱাৰীতেই তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ, কঁপাল খুলিব এই ৩ৰাশিৰ জাতকৰ

অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?

অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.