• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাই নিতৌ কৰিছিল ১০০ৰো অধিক ফোন, পাছে শেষত কাৰণ জানিব পাৰি আচৰিত সকলো

প্ৰেমিকাই নিতৌ কৰিছিল ১০০ৰো অধিক ফোন, পাছে শেষত কাৰণ জানিব পাৰি আচৰিত সকলো

2 years ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

3 minutes ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

36 minutes ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

1 hour ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

2 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

16 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

17 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

17 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

18 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

19 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

19 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

20 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰেমিকাই নিতৌ কৰিছিল ১০০ৰো অধিক ফোন, পাছে শেষত কাৰণ জানিব পাৰি আচৰিত সকলো

editor by editor
April 24, 2024
in বিশ্ব
0
প্ৰেমিকাই নিতৌ কৰিছিল ১০০ৰো অধিক ফোন, পাছে শেষত কাৰণ জানিব পাৰি আচৰিত সকলো
0
SHARES
579
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকাই নিতৌ কৰিছিল ১০০ৰো অধিক ফোন, পাছে শেষত কাৰণ জানিব পাৰি আচৰিত সকলো

প্ৰেমিক-প্ৰেমিকাৰ মাজত ফোনৰ মাধ্যমেৰে প্ৰেমৰ আদান প্ৰদান আজিৰ দিনত এক অতিকে সাধাৰণ কথা। কোনোৱে আকৌ দিনটোত বহু কেইবাৰ পোন কৰি প্ৰেমিক বা প্ৰেমিকাৰ খা খবৰ লৈ থাকে ।

কোনোৱে আকৌ প্ৰতিটো পলৰ খবৰ লৈ থাকিব বিচাৰে প্ৰেমিক বা প্ৰেমিকাৰ। সেই অত্যাধিক পজেচিভ হৈ থকাৰ বাবে কেতিয়াবা আকৌ কিছু লোকৰ বিচ্ছেদো হোৱা দেখা যায়।

এইবাৰ এক চীনৰ খবৰ ভাইৰেল হৈ পৰিছে। এগৰাকী যুৱতীয়ে নিতৌ প্ৰায় ১০০ বাৰ মান কেতিয়াবে ১০০ৰো অধিক বাৰ ফোন কৰি থাকে প্ৰেমিকক। প্ৰেমিকৰ প্ৰতিটো মুহুৰ্তৰ খবৰ লাভ কৰি থাকিব বিচাৰে প্ৰেমিকাই।

পাছে ইমান ফোনকলত অতীষ্ঠ হৈ প্ৰেমিকে এদিন ফোন নধৰে। যাৰ বাবে ক্ৰোধাম্বিত হৈ প্ৰেমিকাই ঘৰৰ সকলো সামগ্ৰী এফালৰ পৰা ভাঙি যাব পাৰে। পাছলৈ খং ইমানেই বাঢ়ি যায় যে, শেষত ঘৰৰ বেলকনিৰ পৰা জপিয়াই নিজকে শেষ কৰি কথা ভাৱি জপিয়াই দিয়ে।

ঘটনাৰ বিষয়ে জনাৰ লগে লগে প্ৰেমিকে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনস্থলীত উপস্থিত হৈ আহত অৱস্থাত যুৱতীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

হস্পতালত হে পোহৰলৈ আহে আন এক ঘটনাহে। মানসিক ভাৱে অস্থিৰ আছিল সেই যুৱতী। পৰীক্ষাৰ অন্তত ডাক্তৰে কয় যে, পাৰ্চনেলিটি ডিছঅৰ্ডাৰ আছে। যি একপ্ৰকাৰৰ মানসিৰ ৰোগ। শিশু বা কিশোৰ অৱস্থাৰ কিছু সমস্যাই পাছলৈ এই ৰোগৰ সৃষ্টি কৰে। বিশেষকৈ পিতৃ-মাতৃৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে সেই ৰোগৰ কাৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveBrain DisorderBrain isorderDisorder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?
বিশ্ব

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

September 21, 2026
Next Post
ৰেহাই নাপালে এইবাৰো, এতিয়া পুনৰ ৭ মে’লৈ ঠিকনা হ’ব তিহাৰ কাৰাগাৰেই

ৰেহাই নাপালে এইবাৰো, এতিয়া পুনৰ ৭ মে'লৈ ঠিকনা হ'ব তিহাৰ কাৰাগাৰেই

১০ লাখ টকা আৰু একঠা মাটি নিদিয়াৰ বাবেই কাল হৈ নামিল বোৱাৰীৰ জীৱনলৈ

১০ লাখ টকা আৰু একঠা মাটি নিদিয়াৰ বাবেই কাল হৈ নামিল বোৱাৰীৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.