সকলোৰে আনন্দ সৰ্বানন্দ বুলি ২০১৬ত বিজেপিয়ে চলাইছিল প্ৰচাৰ। সৰ্বানন্দ মুখ্যমন্ত্ৰী হ’ল। কিন্তু দ্বিতীয়বাৰৰ নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দৰ নাম মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ নকৰে নেকি বিজেপিয়ে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ