• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে সামাজিক মাধ্যমত বন্ধুত্ব, পাছত ১৬ মাহ ধৰি এগৰাকী ছাত্ৰীৰ সৈতে ৭ লোকৰ

প্ৰথমে সামাজিক মাধ্যমত বন্ধুত্ব, পাছত ১৬ মাহ ধৰি এগৰাকী ছাত্ৰীৰ সৈতে ৭ লোকৰ

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

3 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

5 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

15 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

16 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

16 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰথমে সামাজিক মাধ্যমত বন্ধুত্ব, পাছত ১৬ মাহ ধৰি এগৰাকী ছাত্ৰীৰ সৈতে ৭ লোকৰ

editor by editor
March 13, 2025
in বিবিধ, ভাৰত
0
প্ৰথমে সামাজিক মাধ্যমত বন্ধুত্ব, পাছত ১৬ মাহ ধৰি এগৰাকী ছাত্ৰীৰ সৈতে ৭ লোকৰ
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে সামাজিক মাধ্যমত বন্ধুত্ব, পাছত ১৬ মাহ ধৰি এগৰাকী ছাত্ৰীৰ সৈতে ৭ লোকৰ

গুজৰাটৰ বানাস্কান্ত জিলাৰ পৰা পোহৰলৈ আহিছে মানৱতাক লজ্জিত কৰা এটা খবৰ। ৰাজ্যখনত এগৰাকী কলেজীয়া ছাত্ৰীক ১৬ মাহ ধৰি ব্লেকমেইল কৰি উপৰ্যুপৰি ধৰ্ষণ ৭ লোকৰ। যুৱতীৰ অশ্লীল ভিডিঅ’ৰে ব্লেকমেইল কৰি ৭ লোকে চলাইছিল এই পাশবিকতা।

আৰক্ষীয়ে জনোৱা মতে, ছয়জন অভিযুক্তৰ ভিতৰত এজনে প্ৰথমে ইনষ্টাগ্ৰামত ২০ বছৰীয়া যুৱতীগৰাকীৰ সৈতে বন্ধুত্ব গঢ়িছিল। ২০২৩ চনৰ এই কথা। যেতিয়া যুৱতীগৰাকী কলেজলৈ যাবলৈ আৰম্ভ কৰিছিল, সেই সময়তে এজন অভিযুক্তৰ সৈতে ইনষ্টাগ্ৰামত বন্ধুত্ব গঢ়ি তুলিছিল।

আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগী যুৱতীক ২০২৩ চনৰ নৱেম্বৰ মাহত অভিযুক্তই হোটেলত ব্ৰেকফাষ্ট কৰিবলৈ বুলি লগত লৈ গৈছিল। সেই হোটেলতেই অভিযুক্তই ইচ্ছাকৃতভাৱে যুৱতীৰ কাপোৰত ইডলি পেলাই চাফা কৰাৰ অজুহাতত এটা অন্য কোঠালৈ লৈ নিছিল।
সেই কোঠাৰেই বাথৰুমত যুৱতীয়ে কাপোৰ চাফা কৰি থকাৰ সময়ত অভিযুক্ত যুৱক বিশাল শমলভাই বেৰাই ভিতৰলৈ সোমাই গৈ যুৱতীৰ ভিডিঅ’ কৰি ৰাখে। যুৱতীয়ে এই কাৰ্যত বাধা দিয়াত অভিযুক্ত বিশালে ভয়-ভাবুকি দিয়ে ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ।

পাছলৈ সেই ভিডিঅ’ ক্লিপ ব্যৱহাৰ কৰিয়ে ২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত বিশাল আৰু বিশালৰ বন্ধুসকলৰ সৈতে বিভিন্ন ঠাইত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল।

আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে বিশালে ভিডিঅ’টোৰ জৰিয়তে ব্লেকমেইল কৰি যুৱতীক ইচ্ছাৰ বিৰুদ্ধে ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত আন ছয়জন বন্ধুৱেও উপৰ্যুপৰি কেইবামাহ ধৰি ধৰ্ষণ কৰিছিল যুৱতীক।

অৱশেষত এই ঘটনাত বিৰক্ত হৈ ভুক্তভোগীয়ে কোনোমতে সাহস গোটাই পলানপুৰ তালুকা আৰক্ষীৰ সৈতে যোগাযোগ কৰি ৬ অভিযুক্তসহ এজন নামনজনা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ধৰ্ষণ আৰু অপৰাধমূলক ভয়-ভাবুকিৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধিৰ ধাৰাত গোচৰ ৰুজু কৰিছে।

আইনৰ ৬৭ ধাৰাত অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পালনপুৰ তালুকা আৰক্ষী থানাৰ এগৰাকী বিষয়াই কয় যে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। আৰক্ষীয়ে জনোৱা মতে, এফ আই আৰ দাখিল কৰা ৬ জন লোকৰ ভিতৰত আছে বিশাল শমালভাই বেৰা, ৰাহুল শমালভাই পফাফ, দীপক নৰসংভাই পফাফ, শুভাম ঘেমাৰভাই ভূটদিয়া, আশীষ শমালভাই পফাফ আৰু জিগাৰ গলবাভাই বোকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: GangrapegujratGujrat Rape Caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
কাইলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কোন কোন ঠাইৰ পৰা দেখা পাব সম্পূৰ্ণ গ্ৰহণ

কাইলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কোন কোন ঠাইৰ পৰা দেখা পাব সম্পূৰ্ণ গ্ৰহণ

হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ’ ভাইৰেল

হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ' ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.