নিৰ্বাচনত ক’ৰোনা নাই। কিন্তু বিহুত ক’ৰোনা পাবহি। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে চিঠি লিখি জনাইছে ৰাজ্য চৰকাৰক। ক’ৰোনাৰ কবলত দ্বিতীয়টো ৰঙালী বিহু।