• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ নিৰ্বাচনত পৰাজিত অৰবিন্দ কেজৰিৱাল-মণীশ ছিচোদিয়া, সন্মান ৰক্ষা কৰিছে কেৱল আতিশিয়ে

1 year ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

1 hour ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

2 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

5 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

7 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

9 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

10 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিল্লীৰ নিৰ্বাচনত পৰাজিত অৰবিন্দ কেজৰিৱাল-মণীশ ছিচোদিয়া, সন্মান ৰক্ষা কৰিছে কেৱল আতিশিয়ে

দিল্লীৰ নিৰ্বাচনত পৰাজিত অৰবিন্দ কেজৰিৱাল-মণীশ ছিচোদিয়া, সন্মান ৰক্ষা কৰিছে কেৱল আতিশিয়ে

editor by editor
February 8, 2025
in ভাৰত, ৰাজনীতি
0
দিল্লীৰ নিৰ্বাচনত পৰাজিত অৰবিন্দ কেজৰিৱাল-মণীশ ছিচোদিয়া, সন্মান ৰক্ষা কৰিছে কেৱল আতিশিয়ে
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত পদুম প্ৰায় ফুলাৰ দিশে৷ ঝাড়ুৰ অস্তিত্ব বিপন্ন কৰি আগবাঢ়িছে পদ্মশিৱিৰ৷ নিৰ্বাচনৰ ময়দানত পৰাস্ত হৈছে আম আদমি প্ৰধান কেজৰিৱাল নিজেও৷ নতুন দিল্লীৰ বিধানসভা আসনত পৰাজয় বৰণ কৰিছে আম আদমী পাৰ্টীৰ প্ৰধান অৰবিন্দ কেজৰিৱালে৷ বৰ্তমানলৈকে অহা ভোটগণনাৰ খবৰ অনুসৰি প্ৰায় ৩হাজাৰ ভোটত হাৰিছে অৰবিন্দ কেজৰিৱাল৷ কেৱল কেজৰিৱালেই নহয় জংপুৰাৰ পৰা পৰাজিত হৈছে মণীশ ছিচোডিয়াও৷ ৬০০ ভোটত বিজেপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছে মণীশ ছিচোডিয়া৷ আপৰ দুৰ্গতিৰ সময়তেই অৱশ্যে নিজৰ আসন সুনিশ্চিত কৰি ৰাখিবলৈ সক্ষম হৈছে আতিশি মাৰলেনাই৷ কালকাজি সমষ্টিৰ পৰা প্ৰায় ৪ ভোটত জয়ী হৈছে আতিশি মাৰলেনা৷

২০১৩ চনৰ পৰা নতুন দিল্লীত শাসনৰ গাদী দখল কৰি আছিল আম আদমী পাৰ্টীৰ প্ৰধান কেজৰিৱালে৷ কংগ্ৰেছৰ ষ্টলৱাৰ্ট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতক হৰুৱাই এই আসন দখল কৰিছিল এই সময়ৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ পোষ্টাৰ বয় কেজৰিৱালে৷ সেই আসনতেই ১২ বছৰৰ পাছত মুখথেকেচা খালে কেজৰিৱালে৷ জনতা জনাৰ্দনে এইবাৰ কেজৰিক বিচৰা নাই৷ বিজেপিৰ পৰবেশ বাৰ্মাৰ হাতত পৰাস্ত হৈছে অৰবিন্দ কেজৰিৱাল৷

নতুন দিল্লীৰ আসনত জয়ী পৰবেশে কয়, ‘এই জয় প্ৰকৃততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয়৷’ সূত্ৰৰ খবৰ অনুসৰি ফলাফল প্ৰকাশৰ পাছতেই দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে সাক্ষাৎ কৰে পৰবেশে৷ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজেপি নেতা ছাহিব সিং বাৰ্মাৰ সন্তান পৰবেশ৷ ১৮৭৭ চনত জন্ম পৰবেশৰ৷ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ পৰবেশে সৰুৰে পৰাই ৰাজনীতিৰ বৃহৎ পৰিসৰৰ মাজত ডাঙৰ হৈছে৷ ২০১৩ চনত সক্ৰিয় ৰাজনীতিত ভৰি দিয়ে পৰবেশে৷ মেহৰউলি কেন্দ্ৰৰ পৰা জিকি তেওঁ বিধায়ক হয়৷
তাৰপাছতেই অৰ্থাৎ ২০১৪ চনত লোকসভা নিৰ্বাচনত পশ্চিম দিল্লী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল পৰবেশে৷ সেইবাৰো উল্লেখযোগ্য ব্যৱধানত জয়লাভো কৰিছিল৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো একে আসনৰ পৰাই জয়ী হৈ দ্বিতীয়বাৰ সাংসদ নিৰ্বাচিত হয়৷ এইবাৰ পৰবেশৰ হাতত ধৰি দিল্লীত বিজেপিয়ে নতুন অধ্যায় লিখিবলৈ সক্ষম হ’বনে তাৰবাবেই অপেক্ষা এতিয়া দিল্লীবাসী জনতাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
Next Post
সপ্তাহজুৰি থাকিব মালব্য ৰাজযোগ, আৰ্থিক লাভৰ পথ সুগম হ’ব এই ৫ৰাশিৰ জাতকৰ

ক্ষমতাত থাকিবলৈ ৰাজনীতিলৈ অহা নাছিলো, বিৰোধী হিচাপেও মানুহৰ সেৱা কৰি যাব আপেঃ অৰবিন্দ কেজৰিৱাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন