• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰিলে ৰিটাৰ্ণ পাব ২০ লাখ! জানক LICৰ এই সমৃদ্ধ প্ৰকল্প কি

প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰিলে ৰিটাৰ্ণ পাব ২০ লাখ! জানক LICৰ এই সমৃদ্ধ প্ৰকল্প কি

5 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

5 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

6 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

7 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

8 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

8 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

9 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

9 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

10 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

11 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

11 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰিলে ৰিটাৰ্ণ পাব ২০ লাখ! জানক LICৰ এই সমৃদ্ধ প্ৰকল্প কি

প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰিলে ৰিটাৰ্ণ পাব ২০ লাখ! জানক LICৰ এই সমৃদ্ধ প্ৰকল্প কি

editor by editor
October 10, 2025
in জীৱনশৈলী
0
প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰিলে ৰিটাৰ্ণ পাব ২০ লাখ! জানক LICৰ এই সমৃদ্ধ প্ৰকল্প কি
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় জীৱন বিমা নিগম কেৱল এক বিমা সংস্থাই নহয়৷ ই লাখ লাখ ভাৰতীয়ৰ ভৱিষ্যতৰ বাবে বিনিয়োগ আৰু সঞ্চয় কৰাৰ এক চৰকাৰ সমৰ্থিক উপায়৷ এল আই চিত বিনিয়োগ কৰি আপুনি আপোনাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে নিৰাপত্তা আৰু নিশ্চিত ৰিটাৰ্ণ পাব৷

সকলোৱে প্ৰচুৰ পৰিমাণে অৰ্থ বিনিয়োগ কৰিব নোৱাৰে৷ কম পৰিমাণে ধন বিনিয়োগ কৰিবৰ বাবে এল আই ছিয়ে জীৱন উমঙ্গ পলিছি নামৰ এক নতুন প্ৰকল্প আৰম্ভ কৰিছে৷ এই পলিছিত বিনিয়োগকাৰীয়ে প্ৰতিদিনে অলপ পৰিমাণে বিনিয়োগ কৰি ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে৷ ইয়াৰ পৰা ভাল ৰিটাৰ্ণো অৰ্জন কৰিব পাৰে৷

এল আই চি জীৱন উমঙ্গ পলিছিৰ মাধ্যমেৰে আপুনি প্ৰতিদিনে মাত্ৰ ২৫ টকাকৈ জমা কৰি ২০ লাখ ৰিটাৰ্ণ পাব পাৰে৷ অথৱা আপুনি প্ৰতিদিনে ৫০ টকাকৈ জমা কৰি ৪০ লাখ টকাও পাব পাৰে৷ এই পলিছি খোলাৰ পূৰ্বে সম্পূৰ্ণ নিয়মসমূহ জানি থওক৷

LIC জীৱন উমং পলিছিৰ সুবিধা আৰু ম্যাদপূৰ্তি জীৱন উমং পলিছিয়ে কেৱল গ্ৰাহকক আৰ্থিক ৰিটাৰ্ণ দিয়ে তেনে নহয় বৰং তেওঁলোকৰ পৰিয়ালৰ বাবেও নিশ্চিত আয় আৰু সুৰক্ষাও প্ৰদান কৰে৷ এই পৰিকল্পনাটো প্ৰিমিয়াম শেষৰ পৰা পৰিপক্কতা পৰ্যন্ত বাৰ্ষিক পেমেণ্ট আৰু একাধিক সুবিধা প্ৰদান কৰে৷ অলপ পৰিমাণে সঞ্চয় কৰি আপুনি এক ডাঙৰ ৰিটাৰ্ণ অৰ্জন কৰিব পাৰে৷ আয়ৰ ওপৰিও জীৱন বীমা সুৰক্ষাও অন্তৰ্ভুক্ত৷ পলিছি ধাৰক মৰিলে পৰিয়ালে এক মোটা বীমা পেমেণ্ট পায়৷

 LIC বনাম মিউছুৱেল ফাণ্ড বা ষ্টকসমূহত বিনিয়োগ

বহুতেই তেওঁলোকৰ অৰ্থ বৃদ্ধিৰ বাবে মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত বিনিয়োগ কৰে৷ কিন্তু এই বিকল্পসমূহত ধন হেৰুৱাৰো ভয় থাকে৷ আৰ্থিক বিশেষজ্ঞই বিনিয়োগৰ ভাৰসাম্য বৰ্তাই ৰখাৰ পৰামৰ্শ দিয়ে৷ আপুনি যদি ভাল ৰিটাৰ্ণসহ এক নিৰাপদ বিনিয়োগ বিচাৰে তেন্তে এল আই চি সৰ্বোত্তম প্ৰকল্প৷ এল আই চি জীৱন উমং পলিছি তেওঁলোকৰ বাবে আদৰ্শ যিয়ে প্ৰতিদিনে অলপকৈ সঞ্চয় কৰিব খোজে তেওঁলোকে বীমা সুৰক্ষাসহ এক ডাঙৰ ৰিটাৰ্ণ পাব পাৰে৷

বিনিয়োগৰ ওপৰত ৰিটাৰ্ণ

আপুনি যদি এল আই চিৰ জীৱন উমং পলিছিত ১৬ বছৰৰ বাবে প্ৰতিদিনে ২৫ টকা জমা কৰে তেন্তে আপুনি ম্যাদপূৰ্তিত প্ৰায় ২০ লাখ টকা পাব পাৰে৷ বয়সৰ ওপৰত নিৰ্ভৰ কৰি ৰিটাৰ্ণৰ পৰিমাণো ভিন্ন হ’ব পাৰে৷ আপুনি যদি প্ৰতিদিনে ৫০ লাখ টকা জমা কৰে তেন্তে আপুনি ৪০ লাখ টকা পাব পাৰে৷ উদাহৰণস্বৰূপে আপুনি যদি ২৬ বছৰ বয়সত ৫ লাখ টকাৰ বীমাসহ পলিছি লয় তেন্তে বাৰ্ষিক প্ৰিমিয়াম হ’ব ১৫,৮৮২ টকা৷ চাৰি বছৰত মুঠ প্ৰিমিয়াম হ’ব ৪৭,৬৪৬ টকা৷ ৩০ বছৰ ধৰি প্ৰিমিয়াম আপুনি দিব লাগিব৷

পলিছিৰ অৰ্থৰ ম্যাদ

পলিছিধাৰকে ১০০ বছৰ পৰ্যন্ত প্ৰতি বছৰে নিশ্চিত ৰিটাৰ্ণ পায়৷ যদি ৰিটাৰ্ণ প্ৰতি বছৰে ৩৬-৪০ হাজাৰ টকা হয় তেন্তে মুঠ ৰিটাৰ্ণ পাব ৪০ লাখ টকা৷ যদি গ্ৰাহকৰ ১০০ বছৰৰ পূৰ্বে মৃত্যু হয় তেতিয়া সম্পূৰ্ণ ধনৰ পৰিমাণ নমিনিয়ে লাভ কৰিব৷ নমিনিয়ে বিচাৰিলে কিস্তিতো ধন ল’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.