• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

2 years ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

9 minutes ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

55 minutes ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

1 hour ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

2 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

3 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

4 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

5 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

23 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

24 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

editor by editor
November 10, 2023
in Uncategorized
0
১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?
0
SHARES
969
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনত্ৰয়োদশী বা ধনতেৰছ পালন কৰা হয়। এই তিথিত ধন্বন্তৰী, লক্ষ্মী আৰু কুবেৰৰ পূজা কৰা হয়। ইয়াৰোপৰি কোনো সামগ্ৰী ক্ৰয়ৰ বাবেও এই তিথি অতি উত্তম। ধনতেৰছত স্থাবৰ অস্থাৱৰ সম্পত্তি ক্ৰয় কৰিলে ইয়াৰ গুণো বৃদ্ধি পায়। সেয়ে ধনতেৰছত কাপোৰ ক্ৰয় কৰাৰ ওপৰিও সোন, ৰূপ ক্ৰয় কৰা হয়। এই বছৰ ধনতেৰছ কেতিয়া? ধনতেৰছৰ দিনা কোন সময়ত সম্পত্তি ক্ৰয় কৰাটো শুভ?

কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। ত্ৰয়োদশী তিথি আৰম্ভ হৈছে ১০ নৱেম্বৰৰ দুপৰীয়া ১২ বাজি ৩৫ মিনিটত। ত্ৰয়োদশী তিথি শেষ হ’ব ১১ নৱেম্বৰৰ দুপৰীয়া ১ বাজি ৫৭ মিনিটত। প্ৰদোষ কালত ধনতেৰছৰ পূজা কৰিলে শুভ। সেয়ে ১০ নৱেম্বৰতেই ধনতেৰছ প্ৰায়সংখ্যকে পালন কৰিব। ধনতেৰছ পূজাৰ শুভক্ষণ সন্ধিয়া ৬বাজি ২ মিনিটৰ পৰা নিশা ৮বজালৈকে। পূজাৰ বাবে হাতত থাকিব ১ ঘণ্টা ৫৮ মিনিট সময়।

ধনতেৰছৰ দিনা সোন, ৰূপ, পিতলৰ বাচন ক্ৰয় কৰাটো শুভ। ধনতেৰছত সোন-ৰূপ ক্ৰয়ৰ শুভ সময় হৈছে ১০ নৱেম্বৰ দুপৰীয়া ২বাজি ৩৫মিনিটৰ পৰা ১১ নৱেম্বৰৰ পুৱা ৬বাজি ৪০ মিনিট পৰ্যন্ত। ধনতেৰছ তিথিত প্ৰদোষকালত উত্তৰ দিশত কুবেৰ আৰু ধন্বন্তৰী দেৱৰ মূৰ্তী স্থাপন কৰিব। কুবেৰ আৰু ধন্বন্তৰীৰ ওপৰিও লক্ষ্মী-গণেশৰ প্ৰতিমা বা মূৰ্তী স্থাপন কৰক। কুবেৰ, ধন্বন্তৰী, লক্ষ্মী-গণেশৰ আশীৰ্বাদ লাভৰ বাবে প্ৰদীপ প্ৰজ্জ্বলিত কৰি পূজা কৰিলে শুভ। সকলো দেৱ দেৱীক তিলক কৰাৰ ওপৰিও ধূপ, দীপ, পুষ্প, ফল ইত্যাদি নিবেদন কৰক।

কুবেৰক বগা আৰু ধন্বন্তৰীক হালধীয়া ৰঙৰ ৰসগোল্লা ভোগ নিবেদন কৰিব। ধনতেৰছৰ পূজাৰ সময়ত ওম হৃীং কুবেৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত কুবেৰ শীঘ্ৰে প্ৰসন্ন হ’ব। ধন্বন্তৰীক সুখী কৰিবলৈ এই তিথিত ধন্বন্তৰী স্তোত্ৰ পাঠ কৰক। ইয়াৰ ফলত জীৱনত উন্নতি হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
Next Post
কালীৰ মূৰ্তি অন্য মূৰ্তিতকৈ কিয় পৃথক? শাস্ত্ৰই কি কয়?

কালীৰ মূৰ্তি অন্য মূৰ্তিতকৈ কিয় পৃথক? শাস্ত্ৰই কি কয়?

দশমীৰ ঠিক ২১ দিন পাছতেই কিয় দীপাৱলী? কাৰণ জানিলে অবাক হ’ব আপুনি

দশমীৰ ঠিক ২১ দিন পাছতেই কিয় দীপাৱলী? কাৰণ জানিলে অবাক হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.