• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

4 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

12 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

13 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

14 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

15 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

16 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

17 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

17 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

18 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

18 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

editor by editor
May 5, 2022
in চিনেমা, বিনোদন, বিবিধ
0
বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিশা পাটানি, বলিউদৰ মোহময়ী অভিনেত্ৰী৷ বৰ্তমান বলিউদৰ এটা চৰ্চিত নাম৷ বলিউদৰ অভিনেত্ৰীগৰাকী সামাজিক মাধ্যমতো বিশেষভাৱে সক্ৰিয় আৰু চৰ্চিত৷ সৌন্দৰ্য আৰু অভিনয় দক্ষতাৰ বাবে এই মোহময়ীগৰাকীৰ ইনষ্টাগ্ৰামত প্ৰায় ৫০.৫ লাখ অনুৰাগী আছে৷

সামাজিক মাধ্যমৰ এক প্ৰকাৰৰ চাঞ্চল্য দিশাই নিজৰ ফিটনেছ আৰু ভিন্ন ধৰণৰ পোছাক পৰিধানৰ বাবে চৰ্চা লাভ কৰি আহিছে৷ আনকি নিজৰ ব’ল্ড ফ’টো শ্বেয়াৰ কৰি মাজে মধ্যে সামাজিক মাধ্যমত ট্ৰ’লৰো সন্মুখীন হৈ আহিছে দিশা পাটানিয়ে৷

অভিনেত্ৰীগৰাকীয়ে ব’ল্ড ফ’টোৰ বাবে নহয় আন এক কাৰণৰ বাবে ট্ৰ’লৰ সন্মুখীন হয়৷ এখন পুৰণি চেল্ফীতো বিশেষভাৱে ট্ৰ’লৰ সন্মুখীন হয় দিশাই৷

লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!

২০১৯ চনতে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডলত দিশাই এখন চেল্ফী আপলোড কৰিছিল৷ চেল্ফীখনত দিশাই ওঁঠত গাঢ় ৰঙা লিপষ্টিক লগাই থকা দেখা গৈছে৷ ৰূপালী বাখৰ খটুৱা পোছাক পিন্ধি থকা চেল্ফীখনত দিশাক বিমৰ্ষ হৈ থকা যেন দেখা গৈছে৷

View this post on Instagram

A post shared by disha patani (paatni) 🦋 (@dishapatani)

দিশাৰ এই ৰূপ দেখি নেটিজেনসকলে বিভিন্ন কমেন্টেৰে দিশাক ট্ৰ’ল কৰে৷ এজনে লিখিছে, ‘‘তুমি কিয় ইম্মান খঙত আছা?’’ আন এজনে আকৌ কে’বাঢাপো আগুৱাই গৈ কৈছে, ‘‘তাইক ল’ৰাৰ দৰেই লাগিছে৷ দিশা ট্ৰেন্সজেণ্ডাৰ নেকি??’’

লগতে পঢ়ক সামৰকি তথ্য সংগ্ৰহৰ ভয়ংকৰ জাল! চীনা সেনাত নিয়োগ কৰিছে হিন্দী দোভাষী যুৱক

ইফালে এজনে লিখিছে, ‘‘এয়া কি দিছে?’’ তাৰ পিছত আন এজনে কৈছে, ‘‘ফ’টোখনত ব’মি কৰি থকাৰ দৰেই লাগিছে৷’’

পিছে, দিশাৰ উক্ত ফ’টোখন দেখি আপোনাৰ মনলৈ কি ভাৱ আহিছে? আপুনিও আপোনাৰ মনৰ ভাৱ অৱশ্যেই প্ৰকাশ কৰিব পাৰে!

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actressDisha Patani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

ড্ৰাগছত আসক্ত হৈ অভিনেত্ৰী পত্নীক উপৰ্যুপৰি চৰিয়াইছিল হলিউদৰ অভিনেতা জ’নিয়ে

সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.