• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০০ টা ভাগত ভাগ কৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত

২০০ টা ভাগত ভাগ কৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত

3 years ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

40 minutes ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

1 hour ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

2 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

2 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

3 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

4 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

4 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

5 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

7 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২০০ টা ভাগত ভাগ কৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত

editor by editor
April 7, 2024
in বিশ্ব
0
২০০ টা ভাগত ভাগ কৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত
0
SHARES
398
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০০ টা ভাগত ভাগ কৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত

পোহৰলৈ আহিছে এক শিহৰণকাৰী ঘটনা। যি ঘটনাই এতিয়া আৰক্ষীৰো চকু কপালত তুলিছে। এগৰাকী লোকে কৰা কাণ্ডই হতচকিত কৰ তুলিছে বহু লোককে।

মাত্ৰ ১৬ মাহ পূৰ্বে বিয়া হোৱা এহাৰ দম্পতিৰ স্বামীগৰাকীয়ে পত্নীৰ হত্যা কৰি, মৃতদেহৰ ২০০ টুকুৰা কৰি এটা সপ্তাহ ধৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত। পাছতে সেই টুকুৰবোৰ পেলাই দিলে নদীত।

এই পাশৱিক ঘটনা সংঘটিত হৈছে ব্ৰিটেইনত। মেটচন নামৰ এগৰাকী লোকে মাৰ্চ মাহত সংঘটিত কৰিলে এই ঘটনা। পাছত এজন বন্ধুক ৫০ পাউণ্ড যি ভাৰতীয় হিচাপত ৫ হাজাৰ ৫২৬৪ টকা দি পত্নীৰ মৃতদেহৰ টুকুৰাবোৰ নদীত পেলোৱাৰ বাবে সহায় লয়।

সেই বন্ধুৱেই কাৰোবাক মেছেজ কৰে মৃতদেহ এটা পেলোৱাত সহায় কৰি দিয়াৰ বাবদ পালো ৫০ পাইণ্ড। সেই মেছেজটোৰ বাবেই আৰক্ষীয়ে এই ঘটনাৰ ওৰ পেলাবলৈ লক্ষম হয়।

আৰক্ষীয়ে পাছত হত্যাকাৰী স্বামী মেটচনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰৰ পাছতে মৃত পত্নীৰ মাতৃয়ে কয় মেটচন মানসিক ভাৰসাম্য হেৰুৱা লোকৰ দৰে। বিয়াৰ মাত্ৰ ১৬ মাহ হৈছিল হে, কিন্তু সেই সম্পৰ্ক প্ৰায় শেষ হোৱাৰ দৰেই হৈছিল।

কিয়নো মেটচনে ইতিপূৰ্বে পোহনীয়া কেইবাটাও জীৱৰ হত্যা কৰিছিল। এটা পোহনীয়া নিগনিক মিক্সিত দি অভেনত ভৰাই হত্যা কৰিছিল আন এটা কুকুৰ পোৱালীক ৱাচিং মেছিনত ভৰাই দি হত্যা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveBritailMurder csaePolice Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
Next Post
সোমবতী অমাবস্যাত ৰাশি মানি কৰক এই উপায়, দূৰ হ’ব পিতৃদোষ, শিৱৰ কৃপাত বাঢ়িব সুখ-সমৃদ্ধি

সোমবতী অমাবস্যাত ৰাশি মানি কৰক এই উপায়, দূৰ হ'ব পিতৃদোষ, শিৱৰ কৃপাত বাঢ়িব সুখ-সমৃদ্ধি

সূৰ্যগ্ৰহণৰ কাৰণে নষ্ট হ’ব পাৰে আপোনাৰ স্মাৰ্টফোন! জানি থওক NASAৰ সতৰ্কবাণী

সূৰ্যগ্ৰহণৰ কাৰণে নষ্ট হ'ব পাৰে আপোনাৰ স্মাৰ্টফোন! জানি থওক NASAৰ সতৰ্কবাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.