• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যগ্ৰহণৰ কাৰণে নষ্ট হ’ব পাৰে আপোনাৰ স্মাৰ্টফোন! জানি থওক NASAৰ সতৰ্কবাণী

সূৰ্যগ্ৰহণৰ কাৰণে নষ্ট হ’ব পাৰে আপোনাৰ স্মাৰ্টফোন! জানি থওক NASAৰ সতৰ্কবাণী

2 years ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

16 minutes ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

59 minutes ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

2 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

2 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

3 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

4 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

21 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

21 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

22 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

সূৰ্যগ্ৰহণৰ কাৰণে নষ্ট হ’ব পাৰে আপোনাৰ স্মাৰ্টফোন! জানি থওক NASAৰ সতৰ্কবাণী

editor by editor
April 8, 2024
in বিজ্ঞান, বিশ্ব
0
সূৰ্যগ্ৰহণৰ কাৰণে নষ্ট হ’ব পাৰে আপোনাৰ স্মাৰ্টফোন! জানি থওক NASAৰ সতৰ্কবাণী
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৮এপ্ৰিল ২০২৪ তাৰিখে সূৰ্যগ্ৰহণ। এই পৰিস্থিতিত আপোনাৰ কিছু সামগ্ৰীৰ যত্ন লোৱাটো খুবেই জৰুৰী। সূৰ্যগ্ৰহণক লৈ নাছাই দিছে কেইটামান বিশেষ ভৱিষ্যদ্বাণী। মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে নাছাই দিছে এই ভৱিষ্যদ্বাণী। সূৰ্যগ্ৰহণৰ সময়ত এজন মোবাইল ইউজাৰকাৰীয়ে কি কি কৰিব?

বিজ্ঞানীৰ দাবী যে সূৰ্যগ্ৰহণ কেতিয়াও খালী চকুৰে চাব নালাগে। খালী চকুৰে চালে চকুৰ ক্ষতি হ’ব পাৰে। সূৰ্যগ্ৰহণ পৰ্যবেক্ষণ কৰিবলৈ অপটিকেল ডিভাইছ বা ভাল চছমা ব্যৱহাৰ কৰিব। নাছাই জনোৱা অনুসৰি সূৰ্যগ্ৰহণৰ সময়ত মোবাইল ফোনৰ কেমেৰা ব্যৱহাৰ কৰিলে কেমেৰা চেঞ্চৰৰ ক্ষতি হ’ব পাৰে।

কি কৰা উচিত?

সূৰ্যগ্ৰহণৰ সময়ত ফোন ব্যৱহাৰ কৰাৰ সময়ত এটা প্ৰটেক্টৰ ব্যৱহাৰ কৰা উচিত। ইয়াৰোপৰি কেমেৰাত সঠিক ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰে।

ইউজাৰসকলে তেওঁলোকৰ ফোনৰ লেঞ্চৰ সন্মুখত চছমা ব্যৱহাৰ কৰা উচিত।

যদি আপোনাৰ কেমেৰা খুবেই দামী হয় তেন্তে সেই কেমেৰা সূৰ্যগ্ৰহণ শ্বুটৰ বাবে ব্যৱহাৰ নকৰিব।

ছেঞ্চৰ বেয়া হ’লে কি কৰিব?

চেঞ্চৰ কোনো এটা স্মাৰ্টফোনৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। চেঞ্চৰৰ সহায়তেই ছবি তোলা হয়। ইয়াৰোপৰি চেঞ্চৰে আপোনাৰ স্মাৰ্টফোনৰ অটোমেশ্বনৰ কাৰ্যকৰিতা নিৰীক্ষণ কৰে। এই পৰিস্থিতিত চেঞ্চৰৰ কাৰ্যকৰিতা বন্ধ হ’লে আপোনাৰ স্মাৰ্টফোনৰ কামো বন্ধ হ’ব।

এই বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ সোমবাৰে উত্তৰ আমেৰিকাৰ পৰা ভালকৈ দৃশ্যমান হ’ব। এই সূৰ্যগ্ৰহণত চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকিব। যাৰ ফলত পৃথিৱীৰ পৰা সূৰ্য অস্পষ্ট হৈ পৰিব। এই সূৰ্যগ্ৰহণত দিনতেই অন্ধকাৰ দেখা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamNASA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?
বিশ্ব

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

April 25, 2026
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?
জীৱনশৈলী

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

April 25, 2026
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

April 25, 2026
Next Post
গ্ৰহণেৰে আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি

গ্ৰহণেৰে আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি

হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.